ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দেৰগাঁৱৰ ১নং খকন্দগুৰিত অঞ্চলৰ প্ৰথমটো ঘৰুৱা পুথিভঁৰাল উন্মোচন

ASSAM TIMES POST by ASSAM TIMES POST
November 20, 2019
Reading Time: 1 min read
A A
0
দেৰগাঁৱৰ ১নং খকন্দগুৰিত অঞ্চলৰ প্ৰথমটো ঘৰুৱা পুথিভঁৰাল উন্মোচন

RELATED POSTS

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

logo atp | ASSAM TIMES POST ASSAM TIMES POST

অজন্তা তালুকদাৰঃ শৰীৰৰ গ্ৰন্থিসমূহে যিদৰে দেহটোক বান্ধি ৰাখে, গ্ৰন্থই সমস্ত জ্ঞান বিজ্ঞান, ভাৱনা, অনুভৱ থুপখুৱাই বান্ধি ৰাখে।গ্ৰন্থই হল মানৱ জীৱনৰ সৰ্বোত্তম সুহৃদ। দেৰগাঁৱৰ নিকটৱৰ্তী ১ নং খকন্দগুৰিৰ অৱসৰ প্ৰাপ্ত কৃতী শিক্ষক পশ্চিম ব্ৰহ্মপুত্র শাখা সাহিত্য সভাৰ সভাপতি, অসম সাহিত্য সভাৰ হিতৈষী সভ্য পদ্মধৰ বৰাৰ বাসগৃহত অঞ্চলটোৰ প্ৰথমটো ঘৰুৱা পুথিভঁড়াল ‘হীৰা পুস্তকালয় আৰু পদ্মধৰ বৰা পুথি অধ্যয়ন কেন্দ্ৰ’ টিৰ উন্মোচন কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি সুৰেন্দ্ৰমোহন হাজৰিকাই আয়তীৰ মংগল উৰুলি ধ্বনি, গায়ন বায়নৰ খোল তালৰ গুৰুঘাটৰ মাজেৰে শুভ উন্মোচন কৰে।

WhatsApp Image 2019 11 20 at 3.12.41 PM 2 | ASSAM TIMES POST

স্থানীয় জ্যেষ্ঠ নাগৰিক সাহিত্যানুৰাগী মহেশ্বৰ বৰাই বিশ্ব গ্ৰন্থাগাৰ আন্দোলনৰ হোতা ড° এছ আৰ ৰংগনাথনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰ শুভাৰম্ভ কৰা উন্মোচনী সভাত পদ্মধৰ বৰাই আদৰণি ভাষণ দিয়াৰ পিছতে উদ্বোধনী ভাষণ প্ৰদান কৰে দেৰগাঁও উদয়ন একাডেমী জুনিয়ৰ কলেজৰ অধ্যক্ষ ভাস্কৰ বৰাই। ভাষণ প্ৰসংগত তেওঁৰ গ্ৰন্থ অধ্যয়নৰ উপকাৰিতা সম্পৰ্কে সাৰুৱা বক্তব্য আগবঢ়ায়। অৱসৰপ্ৰাপ্ত শিক্ষক ত্রৈলোক্য বৰুৱাই পৌৰহিত্য কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট কবি-লেখক, কৃতী শিক্ষক বুবুল দত্তই তেখেতৰ সাৰুৱা ভাষণেৰে উপস্থিত অভ্যাগতসকলক মোহাচ্ছন্ন কৰি ৰাখে। অনুষ্ঠানটিত উপস্থিতসকলৰ ভিতৰত ইন্দ্ৰাণী দেৱী উঃ মাঃ বিদ্যালয়ৰ শিক্ষক প্ৰজ্ঞা সুন্দৰ হাজৰিকা, গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক সুনীল ৰাজগুৰু, পশ্চিম ব্ৰহ্মপুত্র শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি জিতেন্দ্ৰ নাথ ভূঞা, দেৰগাঁও থানাৰ চক্ৰ সংগঠক শিৰোমনি মহন্তকে ধৰি ভালেমান গণ্য মান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানতে কেইবাজনো শুভানুধ্যায়ী ব্যক্তিয়ে হীৰা পুস্তকালয়লৈ গ্ৰন্থৰ টোপোলা আগবঢ়ায়। পদ্মধৰ বৰাই অভ্যাগত সকলক শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতে এটি প্ৰীতি ভোজমেল অনুষ্ঠিত হয়। সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে সাহিত্যানুৰাগী যুৱক মৃদুষ্মন্ত বৰুৱাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: featured3
Share12Tweet8Send

Related Posts

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

by News Desk
September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

by News Desk
September 25, 2026
50
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
50
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 25, 2026
51
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক
Assam

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

by News Desk
September 25, 2026
52
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

by News Desk
September 24, 2026
52
ADVERTISEMENT
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
50
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d