ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

KAAC Budget I 2023-24 বৰ্ষৰ কাৰবি স্বায়ত্তশাসিত পৰিষদৰ বাজেট দাখিল তুলিৰাম ৰংহাঙৰ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
February 23, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST
কাৰ্বি আংলং (Karbi Anglong) জিলা স্বায়ত্তশাসিত পৰিষদৰ (Autonomous Council) ছেচন হ’লত আজি আৰম্ভ হোৱাৰ 244 সংখ্যক অধিৱেশনৰ (Session) লগত সংগতি ৰাখি বিত্ত বিভাগৰ (Department of Finance) দপ্তৰৰো দায়িত্ব থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (Tuliram Ronghang) আগন্তুক 2023 -24 বিত্তীয় বৰ্ষৰ বাবে সদনত পৰিষদৰ বাজেট (Budget) আৰু জিলা বাজেট দাখিল কৰে।

কাৰবি স্বায়ত্তশাসিত
কাৰবি স্বায়ত্তশাসিত পৰিষদৰ বাজেট দাখিল:

মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে জিলা বাজেটৰ বাবে চাৰিশ কোটি আশী লাখ টকা ধাৰ্য কৰাৰ বিপৰীতে পৰিষদ বাজেটৰ বাবে 715 কোটি টকা ধাৰ্য কৰে । ডিফুস্থিত পৰিষদৰ ছেচন হ’লত অধ্যক্ষ ৰাজু তিছ’ৰ অধ্যক্ষতাত অনুষ্ঠিত অধিৱেশনত মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে বাজেট সম্পৰ্কে কয় যে, কাৰ্বি আংলঙৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ৰাজহ সংগ্ৰহৰ দিশত গুৰুত্ব আৰোপ কৰিছে।

RELATED POSTS

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

বিগত বৰ্ষত পৰিষদে 60 কোটি টকা ৰাজহ সংগ্ৰহ কৰাৰ বিপৰীতে চলিত বৰ্ষত 186 কোটি টকাৰ ৰাজহ পৰিষদে সংগ্রহ কৰিবলৈ সক্ষম হৈছে। মুখ্য কাৰ্যবাহী সদস্যৰ পুঁজিত 6505.01 লাখ টকা ধাৰ্য কৰা বুলি উল্লেখ কৰি চৰকাৰী গাঁও বুঢ়াৰ মাহিলি মাননিৰ বাবে 3 হাজাৰ টকা, কাৰ্বি যুৱ মহোৎসৱৰ বাবে এক কোটি টকা, কাৰ্বি সাহিত্য সভাৰ বাবে 20 লাখ টকা আৰু বিভিন্ন জনগোষ্ঠীৰ উৎসৱ উদষাপনৰ বাবে বাজেটত তিনি কোটি টকাৰ ধাৰ্য কৰা হৈছে বুলি ৰংহাঙে সদনত প্ৰকাশ কৰে।

সদনত সদস্যসকলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দাখিল কৰা বাজেটৰ আলোচনাত ভাগ লোৱা সদস্যৰ ক্রমে ডি উফিং মাচলাই, মংগল ছিং তিমুং, ৰীতেশ ইংহি, পৱন কুমাৰ ৰয়, ৰিচাৰ্ড টকবি আৰু ৰীনা তেৰাংপী য়ে কাৰ্বি আংলঙৰসমুহ জনসাধাৰণৰ আশা আকাংক্ষাৰ বাজেট বুলি মন্তব্য কৰে।

ইয়াৰ পূৰ্বে 29 জানুৱাৰীত পৰলোক প্ৰাপ্তি হোৱাৰ পৰিষদৰ প্ৰাক্তন সদস্য ভীম কান্ত চৌহানক সোঁৱৰণ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোক প্ৰস্তাব লোৱা হয়।

ইয়াৰ পাছত সদস্যৰ জনী তিমুং আৰু পৱন কুমাৰ ৰয়ে ক্রমে মাৰাট লংৰি আৰু প্ৰধান মন্ত্ৰী চড়ক যোজনাৰ ৰূপায়নৰ সম্পৰ্কে সদনত প্ৰশ্ন উত্থাপন কৰে। মুখ্য কাৰ্যবাসী সদস্য তুলিৰাম ৰংহাঙে সদনত দাখিল কৰা ৰাজহুৱা হিচাপ সমিতিৰ খচৰাও সদনত গৃহিত হয়। কাইলৈ জিলা বাজেট গৃহিত হ’ব বুলি জানিব পপা গৈছে ৷

Tags: Council BudgetkarbiTULIRAM RONGHANGকাৰ্বিতুলিৰাম ৰংহাঙপৰিষদৰ বাজেট
Share4Tweet3Send

Related Posts

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু
KARBI ANGLONG

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

by ASSAM TIMES POST
June 9, 2026
50
Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে
KARBI ANGLONG

Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে

by News Desk
June 8, 2026
50
লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।
KARBI ANGLONG

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

by Staff Reporter
June 8, 2026
50
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
ADVERTISEMENT
নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ
National-International

Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx