ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Congress VS AAP! এইবাৰ কংগ্ৰেছ-আপৰ তীব্ৰ সংঘাত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 7, 2023
Reading Time: 1 min read
A A
0
Congress VS AAP! এইবাৰ কংগ্ৰেছ-আপৰ তীব্ৰ সংঘাত

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

তৃণমূলে বিৰোধী শিবিৰত বিভাজন বৃদ্ধি কৰাৰ পিছত এইবাৰ কংগ্ৰেছৰ (Congress) সংঘাত আম আদমী পাৰ্টিৰ (Aam Admi party) সৈতে। মনীষ ছিছোদিয়াক (Manish Sisodia) গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে কংগ্ৰেছে তেওঁলোকৰ কাষত থিয় নিদিয়াৰ বাবে আজি ৰাহুল গান্ধীৰ বিৰোধী শিবিৰৰ নেতা হিচাপে তেওঁৰ যোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে।

Rahul Gandhi
Congress VS AAP

আপৰ মুখ্য মুখপাত্ৰ সৌৰভ ভৰদ্বাজে (Saurabh Bharadwaj) ৰাহুলক (Rahul) লক্ষ্য কৰি কয়, “উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ নিৰ্বাচনত ভাৰত জোৰো যাত্ৰাৰ ফলাফল দেখা গৈছে। কংগ্ৰেছে আশীখন আসনৰ ভিতৰত আঠখন আসন লাভ কৰে। সেয়ে মোদীয়ে ৰাহুল গান্ধীক নিজৰ প্ৰতিদ্বন্দ্বী হিচাপে বাছি লৈছে। বিজেপিয়ে কংগ্ৰেছক অক্সিজেন যোগান ধৰিছে।”

ইয়াৰ পূৰ্বে ৰাহুলে তৃণমূলক বিজেপিক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তৃণমূলৰ অভিষেক বেনাৰ্জীয়ে প্ৰত্যুত্তৰ দি কয়, বিজেপিৰ সৈতে যুঁজত কংগ্ৰেছ পৰাস্ত হৈছে।

দেওবাৰে আঠটা দলৰ শীৰ্ষ নেতাৰ ছিছোদিয়াক গ্ৰেপ্তাৰৰ উদ্ধৃতি দি চিবিআই-ইডিৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিছিল ছিছোদিয়াই। কংগ্ৰেছে তাত স্বাক্ষৰ কৰা নাছিল। আনহাতে, আজি কংগ্ৰেছে আপক ‘দুৰ্নীতিগ্ৰস্ত’ বুলি লক্ষ্য কৰি ছিছোদিয়া, সত্যেন্দ্ৰ জৈনৰ ছবিৰে পোষ্টাৰ উন্মোচন কৰে।

কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাথে (Supriya Shrinate) যুক্তি দি কয়, “আমি নিশ্চিতভাৱে চিবিআই-ইডিৰ অপব্যৱহাৰৰ বিৰোধী। কিন্তু এইটোও সঁচা, দিল্লীত সুৰা নীতিত দুৰ্নীতি হৈছে।” কংগ্ৰেছে অভিযোগ কৰে যে ইডিয়ে ছোনিয়া গান্ধীক জেৰা কৰাৰ বিৰুদ্ধে সকলো দলে মাত মাতিলেও আপে মুখ বন্ধ কৰি ৰাখিলে। আপে সিদ্ধান্ত লʼব লাগিব যে তেওঁলোক বিজেপিৰ বি-টিম হʼব নে বিৰোধী শিবিৰত থাকিব!

Tags: congress
Share4Tweet3Send

Related Posts

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ
National-International

by News Desk
May 22, 2026
50
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ
National-International

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

by News Desk
May 22, 2026
50
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়
National-International

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

by News Desk
May 22, 2026
50
Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী
National-International

Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী

by News Desk
May 22, 2026
50
Rajya Sabha Election : অহা মাহত ৰাজ্যসভাৰ ২৬খন আসনৰ নিৰ্বাচন

‎‎Mount Everest : মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি উভতি অহাৰ পথত অসুস্থ হৈ ২ ভাৰতীয় পৰ্বতাৰোহীৰ মৃত্যু

ADVERTISEMENT
Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ
National-International

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

May 22, 2026
50
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ
National-International

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

May 22, 2026
50
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়
National-International

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

May 22, 2026
50
Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী
National-International

Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী

May 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

May 22, 2026
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

May 22, 2026
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

May 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT