ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi I ‘আইনৰ প্ৰতি সন্মান গুৰুত্বপূৰ্ণ, আমি লক্ষ্য কৰি আছো’ : ৰাহুলৰ ঘটনাক লৈ আমেৰিকাৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 28, 2023
Reading Time: 1 min read
A A
0
Rahul Gandhi I ‘আইনৰ প্ৰতি সন্মান গুৰুত্বপূৰ্ণ, আমি লক্ষ্য কৰি আছো’ : ৰাহুলৰ ঘটনাক লৈ আমেৰিকাৰ প্ৰতিক্ৰিয়া

RELATED POSTS

Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

মানহানিৰ গোচৰত ৰাহুল গান্ধী (Rahul Gandhi) দোষী সাব্যস্ত হোৱা আৰু লোকসভাৰ পৰা অযোগ্য ঘোষণাৰ ওপৰত আমেৰিকাই (America) চকু ৰাখিছে। এই কথা প্ৰকাশ কৰিছে দেশখনৰ চৰকাৰৰ এজন মুখপাত্ৰই। ৰাহুলৰ ঘটনাৰ কথা উল্লেখ কৰি আমেৰিকাৰ বক্তব্য, আইনৰ শাসন, ন্যায়পালিকাৰ স্বাধীনতা গণতন্ত্ৰৰ মূল ভেটি।

Rahul Gandhi
ৰাহুলৰ ঘটনাক লৈ আমেৰিকাৰ প্ৰতিক্ৰিয়া:

এই সন্দৰ্ভত মঙলবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখ্য উপ-মুখপাত্ৰ বেদান্ত পেটেলে মন্তব্য কৰে। ৰাহুল গান্ধীৰ ঘটনা সন্দৰ্ভত তেওঁ কয়, “ভাৰতীয় আদালতত ৰাহুল গান্ধীৰ গোচৰ আমাৰ দৃষ্টিগোচৰ হৈছে। দুয়োখন দেশেই গণতান্ত্ৰিক মূল্যবোধ, বিশেষকৈ মত প্ৰকাশৰ স্বাধীনতা ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ভাৰতৰ ক্ষেত্ৰত আমি গণতন্ত্ৰ, মানৱ অধিকাৰ আৰু মত প্ৰকাশৰ স্বাধীনতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব দিওঁ। দুয়োখন দেশতে গণতন্ত্ৰ ৰক্ষা কৰাটো প্ৰয়োজনীয়।”

বেদান্তক সোধা হৈছিল, ৰাহুলৰ ঘটনাৰ ভিত্তিত আমেৰিকাই ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে নেকি? ইয়াৰ উত্তৰত আমেৰিকাৰ মুখপাত্ৰগৰাকীয়ে কয়, “আমি কোনো নিৰ্দিষ্ট বিষয়ত পৃথকে পৃথকে হস্তক্ষেপ কৰাৰ কথা চিন্তা কৰা নাই। আমি বিশেষ ক্ষেত্ৰত যিকোনো দেশৰ বিৰোধী দলৰ হৈ কথা কওঁ। অস্বাভাৱিক একো নাই।”

উল্লেখ্য, শুকুৰবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ সাংসদ পদ নাকচ কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। তেওঁ কেৰালাৰ ওৱেনাড় সমষ্টিৰ পৰা সাংসদ সদস্য আছিল। গুজৰাটৰ চুৰাট জিলা আদালতে বৃহস্পতিবাৰে ৰাহুলক ‘মোডী’ উপাধিৰ ওপৰত আপত্তিজনক মন্তব্য কৰাৰ বাবে দোষী সাব্যস্ত কৰে। ২ বছৰৰ কাৰাদণ্ডৰ শাস্তি। পিছত জামিনত মুকলি কৰি দিয়া হয় প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীক। চুৰাট আদালতৰ ৰায়দানৰ ভিত্তিত ভাৰতীয় সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ৮ নং অনুচ্ছেদৰ অধীনত ৰাহুলক সাংসদ সদস্য হিচাপে অযোগ্য ঘোষণা কৰা হয়।

এই ঘটনাৰ আধাৰত বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সংগঠিত হৈছে। কংগ্ৰেছে দাবী কৰিছে যে মোডী চৰকাৰে ৰাহুলক নীৰৱ কৰাৰ পৰিকল্পনা অনুসৰি এই কাম কৰিছে। সোমবাৰে ৰাহুলক চৰকাৰী বাসগৃহ খালী কৰাৰো জাননী জাৰি কৰা হয়। এই প্ৰসংগত এইবাৰ আমেৰিকাৰ পৰা প্ৰতিক্ৰিয়া আহে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Rahul gandhi
Share4Tweet3Send

Related Posts

Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ
National-International

Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ

by News Desk
October 2, 2026
50
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

by News Desk
October 1, 2026
53
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা
National-International

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

by News Desk
October 1, 2026
51
FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে
National-International

FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে

by News Desk
October 1, 2026
51
FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি
National-International

FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি

by News Desk
October 1, 2026
51
INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী
National-International

INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী

by News Desk
October 1, 2026
51
ADVERTISEMENT
Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ
Sports News

Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

October 2, 2026
50
Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা
Assam

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

October 2, 2026
50
Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ
Assam

Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ

October 2, 2026
50
Hojai : হোজাই ন-ভঙাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ মহিলা
Assam

Hojai : হোজাই ন-ভঙাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ মহিলা

October 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

October 2, 2026
Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

October 2, 2026
Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ

Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ

October 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d