ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Corruption I ‘কংগ্ৰেছ মানেই দুৰ্নীতি’ : এইবাৰ বিজেপিৰ ‘কংগ্ৰেছ ফাইলছ’

নিউজ ডেস্কঃ

News Desk by News Desk
April 3, 2023
Reading Time: 1 min read
A A
0
Corruption I ‘কংগ্ৰেছ মানেই দুৰ্নীতি’ : এইবাৰ বিজেপিৰ ‘কংগ্ৰেছ ফাইলছ’

RELATED POSTS

JK terrorist attack I কাশ্মীৰৰ কুলগামত চিআৰপিএফ পোষ্টত সন্ত্ৰাসবাদীৰ আক্ৰমণ, অসমৰ এজনকে ধৰি ৩ জোৱান আহত

NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ

Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

গেৰুৱা শিবিৰে তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত ‘কংগ্ৰেছ ফাইলছ’ (Congress Files) শীৰ্ষক ভিডিঅ’ ছিৰিজৰ প্ৰথম খণ্ডটো পোষ্ট কৰিছে।তাত কোৱা হৈছে যে তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ (Prime Minister Manmohan Singh) চৰকাৰ কেইবাটাও কেলেংকাৰীত জড়িত আছিল। অৰ্থাৎ ইউ পি এ চৰকাৰ (UPA Govt.)ৰ দিনত সংঘটিত ব্যাপক দুৰ্নীতিৰ অভিযোগ (Allegations of rampant corruption) উত্থাপন কৰিছে বৰ্তমানৰ চৰকাৰে। কয়লা কেলেংকাৰীৰ পৰা আৰম্ভ কৰি কমনৱেলথ গেমছলৈকে তেওঁ ধাৰাবাহিক কেলেংকাৰীৰ সৈতে জড়িত আছিল বুলি কোৱা হৈছে।

বিজেপি
এইবাৰ বিজেপিৰ ‘কংগ্ৰেছ ফাইলছ:

তিনি মিনিটৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। গেৰুৱা শিবিৰে তাত অভিযোগ কৰে যে ৪৮,২০,৬৯,০০০,০০০ টকাৰ দুৰ্নীতি হৈছে। ‘কংগ্ৰেছ মানেই দুৰ্নীতি’ শিৰোনামেৰে বিজেপিয়ে অভিযোগ উত্থাপন কৰে যে হাত শিবিৰে ৭০ বছৰ ধৰি এই বৃহৎ পৰিমাণৰ জনসাধাৰণৰ ধন লুটপাত কৰিছে। কিন্তু সেই ধন নিৰাপত্তা আৰু উন্নয়নৰ বহু ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা গʼলহেঁতেন।

এই মুহূৰ্তত কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে একাধিক বিষয়ত চৰকাৰক আঙুলিয়াইছে। কেন্দ্রই ইডি আৰু চিবিআইকে ধৰি কেন্দ্রীয় তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ কৰাৰ অভিযোগ কেইবামাহো ধৰি বিৰোধী দলসমূহে উত্থাপন কৰি আহিছে৷ কেন্দ্ৰলৈ আঙুলিয়াই অৱশেষত বিৰোধীয়ে ৰাহুলৰ বিষয়ত সন্মতি প্ৰকাশ কৰে। ৰাহুল গান্ধীৰ মন্তব্যৰ বাবে কাৰাগাৰত ভৰোৱা আৰু সেই ৰায়দানৰ পিছত ৰাহুলৰ সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাক লৈ কংগ্ৰেছ আৰু কেইবাটাও বিৰোধী দলে গেৰুৱা শিবিৰক এককভাৱে আক্ৰমণ কৰিছে। এনে পৰিস্থিতিত বিজেপিয়ে মনমোহন যুগ আৰু ইউপিএ চৰকাৰৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি এটা ভিডিঅ’প্ৰকাশ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BJPcongress filesকংগ্ৰেছ ফাইলছবিজেপি
Share4Tweet3Send

Related Posts

Operation Akhal । এইবাৰ ‘অপাৰেচন আখল’, জম্মু-কাশ্মীৰত ওৰে নিশা সংঘৰ্ষত নিহত এক সন্ত্ৰাসবাদী
National-International

JK terrorist attack I কাশ্মীৰৰ কুলগামত চিআৰপিএফ পোষ্টত সন্ত্ৰাসবাদীৰ আক্ৰমণ, অসমৰ এজনকে ধৰি ৩ জোৱান আহত

by News Desk
November 11, 2026
50
NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ
National-International

NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ

by News Desk
November 11, 2026
50
Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক
National-International

Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক

by News Desk
November 11, 2026
50
Delhi pollution I দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণৰ সামান্য উন্নতি
National-International

Delhi pollution I দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণৰ সামান্য উন্নতি

by News Desk
November 11, 2026
50
Diwali accident I ফটকা ফুটোৱাক লৈ বিবাদত চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰ
National-International

Diwali accident I ফটকা ফুটোৱাক লৈ বিবাদত চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰ

by News Desk
November 11, 2026
50
Man hole accident I খেলি থাকোতে মেনহ’লত পৰি নিৰুদ্দেশ চাৰি বছৰীয়া শিশু
National-International

Man hole accident I খেলি থাকোতে মেনহ’লত পৰি নিৰুদ্দেশ চাৰি বছৰীয়া শিশু

by News Desk
November 11, 2026
50
ADVERTISEMENT
ঝাৰখণ্ডত ককায়েকৰ মূৰ কাটি ভায়েকৰ ছেলফি! গ্ৰেপ্তাৰ অভিযুক্ত
Assam

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাঘাতৰ ঘটনা

November 12, 2026
50
Assam I Dhing Police Crack Down on Drug Peddler, Seize 10 Containers
Assam

Assam I Dhing Police Crack Down on Drug Peddler, Seize 10 Containers

November 12, 2026
50
Operation Akhal । এইবাৰ ‘অপাৰেচন আখল’, জম্মু-কাশ্মীৰত ওৰে নিশা সংঘৰ্ষত নিহত এক সন্ত্ৰাসবাদী
National-International

JK terrorist attack I কাশ্মীৰৰ কুলগামত চিআৰপিএফ পোষ্টত সন্ত্ৰাসবাদীৰ আক্ৰমণ, অসমৰ এজনকে ধৰি ৩ জোৱান আহত

November 11, 2026
50
NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ
National-International

NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ

November 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ঝাৰখণ্ডত ককায়েকৰ মূৰ কাটি ভায়েকৰ ছেলফি! গ্ৰেপ্তাৰ অভিযুক্ত

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাঘাতৰ ঘটনা

November 12, 2026
Assam I Dhing Police Crack Down on Drug Peddler, Seize 10 Containers

Assam I Dhing Police Crack Down on Drug Peddler, Seize 10 Containers

November 12, 2026
Operation Akhal । এইবাৰ ‘অপাৰেচন আখল’, জম্মু-কাশ্মীৰত ওৰে নিশা সংঘৰ্ষত নিহত এক সন্ত্ৰাসবাদী

JK terrorist attack I কাশ্মীৰৰ কুলগামত চিআৰপিএফ পোষ্টত সন্ত্ৰাসবাদীৰ আক্ৰমণ, অসমৰ এজনকে ধৰি ৩ জোৱান আহত

November 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d