ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Jairam Ramesh takes dig at PM Modi over Adani issue! আদানী-চীনৰ সম্পৰ্কক লৈ পুনৰ সৰৱ কংগ্ৰেছ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 10, 2023
Reading Time: 1 min read
A A
0
Jairam Ramesh takes dig at PM Modi over Adani issue! আদানী-চীনৰ সম্পৰ্কক লৈ পুনৰ সৰৱ কংগ্ৰেছ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

কংগ্ৰেছে পুনৰ গৌতম আদানী গ্ৰুপৰ (Gautam Adani Group) সৈতে চীনৰ (China) সংযোগ থকাৰ অভিযোগ তুলিলে। তাৰ সমান্তৰালকৈ কেন্দ্ৰত নৰেন্দ্ৰ মোডী (Narendra Modi) চৰকাৰক কাঠগড়াত ঠিয় কৰাইছে। দেশৰ মূল বিৰোধী দলটোৱে প্ৰশ্ন উত্থাপন কৰিছে যে চীনৰ সৈতে জড়িত আদানী গ্ৰুপক কিয় দেশৰ বন্দৰ পৰিচালনাৰ দায়িত্ব দিয়া হৈছে।

Jairam Ramesh
Jairam Ramesh takes dig at PM Modi over Adani issue

কংগ্ৰেছৰ অন্যতম সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে (Jairam Ramesh) আদানী গ্ৰুপ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি সংবাদ মাধ্যমৰ প্ৰতিবেদনক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে যোৱা বছৰ এ পি এম টাৰ্মিনেল মেনেজমেণ্ট (APM Terminal Management) আৰু টাইৱানৰ ৱান হাই লাইনে (Taiwan On High Line) যৌথ নিৰাপত্তা নিবিদা নাকচ কৰিছিল।

চৰকাৰে যুক্তি দিছিল যে ৱান হাইৰ সঞ্চালক চীনৰ এটা কোম্পানীৰ সংস্পৰ্শত আছিল। চীনৰ কোম্পানী বা চীনৰ সৈতে সম্পৰ্ক থকা যিকোনো গ্ৰুপ বা সংস্থাক বন্দৰ আৰু টাৰ্মিনেলত কাম কৰিবলৈ দিয়া নহʼব বুলি বিবৃতিটোত উল্লেখ কৰা বুলি ৰমেশে কয়। কিয়নো এয়া চৰকাৰী নীতি। তেওঁ অভিযোগ কৰে যে চীনৰ কোম্পানীসমূহে আদানী গ্ৰুপৰ সৈতে জড়িত হোৱাৰ পিছতো তেওঁলোকক বিভিন্ন বন্দৰ পৰিচালনাৰ দায়িত্ব দিয়া হৈছে।

প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি কংগ্ৰেছ নেতাৰ প্ৰশ্ন, “আমি প্ৰধানমন্ত্ৰীক বহুবাৰ সুধিছো, হাম আদানী কে হে কৌন (HAHK)।” চাং চুং লিং নামৰ এজন চীনা নাগৰিকৰ আদানী গ্ৰুপৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে।” জয়ৰাম ৰমেশ ইয়াতেই থমকি ৰোৱা নাই। তেওঁৰ অভিযোগ, “চাং-চুং-লিঙৰ পুত্ৰই পিএমচি প্ৰকল্পৰ মালিক। কোম্পানীটোৱে আদানী গ্ৰুপৰ হৈ ৰেʼল, বিদ্যুতকে ধৰি বিভিন্ন আন্তঃগাঁথনিৰ কাম কৰে। ৰাজহ চোৰাংচোৱা বিভাগে অভিযোগ কৰে যে আদানী গোট আৰু পিএমচিয়ে যৌথভাৱে বিদ্যুৎ সঁজুলিৰ সৈতে জড়িত ৫৫০০ টকাৰ দুৰ্নীতি সংঘটিত কৰিছে।” জয়ৰামৰ প্ৰশ্ন, দেশৰ নিৰাপত্তাৰ কথা চিন্তা নকৰি আদানী গ্ৰুপক এটাৰ পিছত এটাকৈ বন্দৰ পৰিচালনাৰ দায়িত্ব কিয় দিয়া হৈছে।

কিছুদিন পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইট কৰি প্ৰশ্ন কৰিছিল, পিএমচি প্ৰকল্পটো আচলতে ‘প্ৰধানমন্ত্ৰীৰ চাইনিজ প্ৰকল্প’ নেকি? তেওঁৰ প্ৰশ্ন আছিল ভাৰতৰ জটিল আন্তঃগাঁথনি কিয় চীনা কোম্পানীয়ে নিৰ্মাণ আৰু নিয়ন্ত্ৰণ কৰে। শেহতীয়াকৈ সমাপ্ত হোৱা বাজেট অধিবেশনত মোডী-আদানী সংমিশ্ৰণেৰে লোকসভাত সৰৱ‌ হৈছিল ৰাহুল। তাৰ কিছুদিন পিছতেই কংগ্ৰেছৰ এইগৰাকী প্ৰাক্তন সভাপতিয়ে সাংসদ পদ হেৰুৱাবলগীয়া হয়।

Tags: AdaniJairam Ramesh
Share4Tweet3Send

Related Posts

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

by News Desk
August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

by News Desk
August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত
National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

by News Desk
August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ
National-International

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

by News Desk
August 13, 2026
50
Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী
National-International

Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

by News Desk
August 13, 2026
50
Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

by News Desk
August 12, 2026
50
ADVERTISEMENT
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
50
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT