ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Death of bats I তীব্ৰ উত্তাপত মৃত্যু কমেও আঠটা বাদুলি, ‘অশুভ সংকেত’ত আতংকিত বাসিন্দাসকল

নিউজ ডেস্কঃ

News Desk by News Desk
April 18, 2023
Reading Time: 1 min read
A A
0
Death of bats I তীব্ৰ উত্তাপত মৃত্যু কমেও আঠটা বাদুলি, ‘অশুভ সংকেত’ত আতংকিত বাসিন্দাসকল

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

অসহ্য গৰমত (Unbearable hot) মৃত্যুমুখত (dying) পৰিছে জীৱ-জন্তু (Animals)বোৰ। ওড়িশাত গ্ৰীষ্ম প্ৰবাহ (Heat wave in Odisha)ৰ ফলত কমেও ৮টা বাদুলিৰ মৃত্যু (Death of bats) হয়। আন কেইবাটাও বাদুলি অসুস্থ হৈ পৰিছে। প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা কৰিবলৈ বাদুলিক পানী ছটিয়াই দিয়া হৈছে। ওড়িশাৰ জাজপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা। ৰাজ্যৰ বন বিভাগৰ বিষয়াসকলে সোমবাৰে এই ঘটনা সন্দৰ্ভত অৱগত কৰে।

Heat wave in Odisha

যোৱা কেইদিনমানৰ পৰা দেশৰ আন ৰাজ্যৰ দৰেই জ্বলি আছে ওড়িশা। ৰাজ্যৰ কেইবাখনো জিলাত তাপমাত্ৰা ৪০ ডিগ্ৰী অতিক্ৰম কৰিছে। সাধাৰণ মানুহৰ এই পৰিস্থিতিত অৱস্থা বেয়া হৈছে। এইবাৰ গৰমত বাদুলিও মৃত্যুমুখত পৰে।

তীব্ৰ উত্তাপ
তীব্ৰ উত্তাপত মৃত্যু কমেও আঠটা বাদুলি:

কবাটাবন্ধা গাঁও জাজপুৰৰ ধৰ্মশালা ব্লকৰ অন্তৰ্গত। ইয়াত বাদুলিৰ আশ্ৰয়স্থল। বাসিন্দাসকলে বাদুলিক অঞ্চলটোৰ সৌভাগ্যৰ প্ৰতীক হিচাপে গণ্য কৰে। ফলত বাদুলিৰ মৃত্যুৰ বাবে স্থানীয় ৰাইজৰ মাজত উদ্বেগ বিয়পি পৰিছে। ব্ৰহ্মনি নদীৰ পাৰৰ ৩ ডাল ডাঙৰ গছত কমেও ৫ হাজাৰ বাদুলি আছে।

বন বিভাগৰ কৰ্মচাৰী ছাকিৰ হোছেইনে কয়, “প্ৰচণ্ড গৰমৰ বাবে বাদুলিৰ মৃত্যুৰ খবৰ গাঁৱৰ ৰাইজে দিছিল। খবৰ পোৱাৰ লগে লগে আমি সেই ঠাইলৈ যাওঁ। বাকী বাদুলিবোৰত পানী ছটিয়াই দিয়া হৈছে।”

শেহতীয়াকৈ ওড়িশাৰ নৰসিংহপুৰ অঞ্চলত অৰণ্যৰ গভীৰতম অৱস্থাত উদ্ধাৰ হৈছে এটি মাইকী হাতীৰ মৃতদেহ। তীব্ৰ উত্তাপত পানীৰ অভাৱত হাতীটোৰ মৃত্যু হোৱা বুলি দাবী কৰিছে বন বিভাগে। এইবাৰ ওড়িশাত গ্ৰীষ্মকালত বাদুলিৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিল।

Tags: DEATH BATSOdishaওড়িশাবাদুলি
Share4Tweet3Send

Related Posts

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

by News Desk
June 10, 2026
50
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

by News Desk
June 10, 2026
50
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

by News Desk
June 10, 2026
50
Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

ADVERTISEMENT
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
50
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
50
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
50
Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড
National-International

Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT