Rahul Gandhi I আমেৰিকাৰ ভূমিত ভাৰতৰ নিবনুৱা সমস্যা, ভোট চুৰিৰ বিৰুদ্ধে সৰৱ ৰাহুল, বিজেপিৰ দেশবিৰোধী আখ্যা
ৰাহুল গান্ধীয়ে (Rahul Gandhi) আমেৰিকাত উপস্থিত হৈ ভাৰতৰ অৰ্থনৈতিক ‘দুৰ্দশা’, শিক্ষা খণ্ডৰ ‘অপব্যৱস্থাপনা’ আৰু ‘ভোট চুৰি’ৰ বিৰুদ্ধে মাত মাতিছে। কলম্বিয়া ...







