Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
মহাৰাষ্ট্ৰৰ বীৰ মাজলগাঁৱত (Bir Majlgaon of Maharashtra) নাও দুৰ্ঘটনা (Boat accident)। বুধবাৰে বিয়লি ৩৫ জন তীৰ্থযাত্ৰীসহ নদী পাৰ হৈ থকা ...







