UP congress conflict : নতুন সভাপতিয়ে দায়িত্ব লোৱাৰ পূৰ্বে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংঘৰ্ষ
নিউজ ডেস্কঃ দেওবাৰে উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয়ত বিশৃংখলতাৰ সৃষ্টি হয়। বিদায়ী ৰাজ্যিক সভাপতি অজয় ৰয়ৰ সমৰ্থক আৰু কংগ্ৰেছৰ ...







