ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

WhatsApp Call : হোৱাটছএপ কলত প্ৰতাৰণাৰ চিকাৰ? এই নম্বৰবিলাকৰ পৰা ফোন কেতিয়াও নুঠাব!

নিউজ ডেস্কঃ

News Desk by News Desk
May 10, 2023
Reading Time: 1 min read
A A
0
WhatsApp Call : হোৱাটছএপ কলত প্ৰতাৰণাৰ চিকাৰ? এই নম্বৰবিলাকৰ পৰা ফোন কেতিয়াও নুঠাব!

RELATED POSTS

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

MLA rape accuse I জনজাতীয় যুৱতীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকিৰ অভিযোগ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

মেছেজিং এপ কোম্পানী জেৰ্বাৰে গ্ৰাহকক হোৱাটছএপ কলৰ (WhatsApp Call) জৰিয়তে কেলেংকাৰী (scandal) কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ পিছত হোৱাটছএপৰ নিয়ন্ত্ৰক সংস্থা মেটাই (Meta) এই সমস্যা সমাধানৰ বাবে ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে গ্ৰাহকসকলক তিনিটা নম্বৰৰ পৰা ফোন (Phone from three numbers) নলʼবলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ উপৰি নম্বৰটো ‘ব্লক’ কৰি সংস্থাটোক ‘ৰিপোৰ্ট’ কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।

হোৱাটছএপ
হোৱাটছএপ কলত প্ৰতাৰণাৰ চিকাৰ:

তদন্তত মেটাই গম পায় যে গ্ৰাহকক মূলত আন্তঃৰাষ্ট্ৰীয় কলৰ (আই এছ ডি) জৰিয়তে প্ৰতাৰণা কৰা হৈছে। বৃহৎ সংখ্যক হোৱাটছএপ ব্যৱহাৰকাৰীৰ কথা মনত ৰাখি একাংশক বিপথে পৰিচালিত কৰি ধন আদায় কৰা হৈছে। মালয়েছিয়া, কেনিয়া, ভিয়েটনাম আৰু ইথিওপিয়াত প্ৰৱঞ্চনা বেছিকৈ দেখা যায়। বহু গ্ৰাহকৰ এদিনৰ ভিতৰতে ভুৱা নম্বৰৰ পৰা ফোন আহি আছে।

হোৱাটছএপ কৰ্তৃপক্ষৰ পৰামৰ্শ, যদি নম্বৰটো ৮৪, ৬২ আৰু ৬০-ৰে আৰম্ভ হয় তেন্তে সেই ফোনটো ভুলতো নুঠাব। নম্বৰটো কাটি ব্লক কৰক। বহু গ্ৰাহকে অৱশ্যে নম্বৰটো ব্লক কৰাৰ পিছতো বহু ভুৱা ফোন অহাৰ বাতৰি প্ৰকাশ পাইছে। হোৱাটছএপ কৰ্তৃপক্ষই জনোৱা মতে, গ্ৰাহকৰ সুৰক্ষা তেওঁলোকৰ বাবে সদায় অগ্ৰাধিকাৰৰ পাই আহিছে। এই ক্ষেত্ৰতো যাবতীয় সমস্যাৰ সমাধান হʼব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: cheatingWhatsApp Callপ্ৰতাৰণাহোৱাটছএপ
Share4Tweet3Send

Related Posts

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ
National-International

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

by News Desk
November 14, 2026
50
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

by News Desk
November 14, 2026
50
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

MLA rape accuse I জনজাতীয় যুৱতীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকিৰ অভিযোগ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে

by News Desk
November 14, 2026
50
Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু
National-International

Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু

by News Desk
November 14, 2026
50
Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা
National-International

Rahul Gandhi I এইবাৰ মোদীয়ে ফোন টেপ কৰাৰ দাবী ৰাহুল গান্ধীৰ, পুনৰ মুখামুখি বিতৰ্কৰ প্ৰত্যাহ্বান

by News Desk
November 14, 2026
50
Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু
National-International

Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু

by News Desk
November 13, 2026
50
ADVERTISEMENT
ডিফুত উলহ-মালহেৰে ছট পূজা উদযাপন
KARBI ANGLONG

ডিফুত উলহ-মালহেৰে ছট পূজা উদযাপন

November 15, 2026
50
U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ
National-International

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

November 14, 2026
50
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
KARBI ANGLONG

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

November 14, 2026
60
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

November 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ডিফুত উলহ-মালহেৰে ছট পূজা উদযাপন

ডিফুত উলহ-মালহেৰে ছট পূজা উদযাপন

November 15, 2026
U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

November 14, 2026
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

November 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d