ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Police Fitness I ৩ মাহৰ ভিতৰত ফিট হওক নহ’লে অৱসৰ লওক : জি পি সিঙৰ অসম আৰক্ষীলৈ কঠোৰ বার্তা

নিউজ ডেস্কঃ

News Desk by News Desk
May 16, 2023
Reading Time: 1 min read
A A
0
Assam Police Fitness I ৩ মাহৰ ভিতৰত ফিট হওক নহ’লে অৱসৰ লওক : জি পি সিঙৰ অসম আৰক্ষীলৈ কঠোৰ বার্তা

RELATED POSTS

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

অসম আৰক্ষীক তেওঁলোকৰ ফিটনেছৰ (Assam Police Fitness) ওপৰত কাম কৰিবলৈ তিনিমাহৰ সময় দিয়া হʼব, তাৰ পিছত BMI ৰেকৰ্ড কৰা হʼব।অসম আৰক্ষীয়ে অৱশেষত আৰক্ষী বাহিনীৰ পৰা মেদবহুলতা মুক্ত কৰাৰ অভিযানত আই পি এছ বিষয়াকে ধৰি ইয়াৰ সকলো কৰ্মচাৰীৰ body mass index (BMI) পেছাগতভাৱে লিপিবদ্ধ কৰিব। আৰক্ষীক তেওঁলোকৰ ফিটনেছৰ ওপৰত কাম কৰিবলৈ তিনি মাহৰ সময় দিয়া হʼব, তাৰ পিছত বিএমআই ৰেকৰ্ড কৰা হʼব।

আজি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (DGP G P Singh) এই সন্দৰ্ভত টুইট কৰি কয়, “আমি আই পি এছ আৰু এ পি এছ বিষয়াকে ধৰি সকলো অসম আৰক্ষীৰ জোৱানক ১৫ আগষ্টলৈকে তিনিমাহৰ সময় দি তাৰ পিছত অহা পোন্ধৰ দিনত বি এম আই মূল্যায়ন আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছো।”

 জি পি সিঙ
৩ মাহৰ ভিতৰত ফিট হওক নহ’লে অৱসৰ লওক : জি পি সিঙ

মেদবহুল শ্ৰেণীত (BMI ৩০+) থকা সকলোকে ওজন হ্ৰাস কৰিবলৈ আৰু তিনিমাহৰ সময় দিয়া হʼব আৰু তাৰ পিছত স্বেচ্ছামূলক অৱসৰ আঁচনিৰ (ভিআৰএছ) প্ৰস্তাৱ দিয়া হʼব। যিসকলৰ হাইপোথাইৰয়ডিজমৰ দৰে প্ৰকৃত চিকিৎসাৰ ভিত্তি আছে তেওঁলোকক ৰেহাই দিয়া হʼব বুলি উল্লেখ কৰি সিঙে কয় যে প্ৰথমে বিএমআই লোৱা হʼব ১৬ আগষ্টত। তেওঁ নিজে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব বুলিও আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জনায়। উল্লেখযোগ্য যে অসম আৰক্ষীত প্ৰায় ৭০ হাজাৰ কৰ্মচাৰী আছে।

0521 o medal for a police having belly says hm secvpf | ASSAM TIMES POSTঅসমৰ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে যোৱা সপ্তাহত কৈছিল যে তেওঁলোকে ৬৫০ জনৰো অধিক আৰক্ষীৰ তালিকা প্ৰস্তুত কৰিছে, যিসকলৰ মদ্যপান কৰাৰ অভ্যাস আছে বা মেদবহুলৰ সমস্যা আছে। আৰু ইয়াৰ ভিতৰত যিসকলক কৰ্তব্যৰ বাবে অযোগ্য বুলি ধৰা পৰিছে তেওঁলোকক সম্পূৰ্ণ পৰ্যালোচনাৰ পিছত স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ দিয়া হʼব।

৮ মেʼত জি পি সিঙে এইদৰে কয়, “আমাৰ হাতত ইতিমধ্যে প্ৰায় ৬৮০ জন ব্যক্তিৰ তালিকা আছে। অৱশ্যে যুক্তিসংগত ভিত্তি অবিহনে যাতে কোনো নাম সংযোজন নহয় তাৰ বাবে আমি বেটেলিয়ন আৰু জিলাত কমিটি গঠন কৰিছো, যাৰ নেতৃত্বত থাকিব এজন ডেপুটি কমাণ্ডেণ্ট বা এজন অতিৰিক্ত এছ পি ৰেংকৰ বিষয়া।”যিসকলৰ নাম তালিকাত আছে, কিন্তু ভিআৰএছ লʼবলৈ ইচ্ছুক নহয় তেওঁলোকক ফিল্ড ডিউটি দিয়া নহʼব বুলিও সিঙে কয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: G P Singhজি.পি. সিঙ
Share4Tweet3Send

Related Posts

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন
Assam

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

by News Desk
September 28, 2026
50
Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী
Assam

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

by News Desk
September 28, 2026
50
King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….
Assam

King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….

by News Desk
September 28, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

by News Desk
September 25, 2026
56
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
53
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 25, 2026
51
ADVERTISEMENT
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ
National-International

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
50
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট
Guwahati

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026
50
হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন
Assam

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

September 28, 2026
50
Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ
Sports News

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

September 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026
হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d