ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi I এইবাৰ ট্ৰাকত যাত্ৰা ৰাহুল গান্ধীৰ!

নিউজ ডেস্কঃ

News Desk by News Desk
May 23, 2023
Reading Time: 1 min read
A A
0
Rahul Gandhi I এইবাৰ ট্ৰাকত যাত্ৰা ৰাহুল গান্ধীৰ!

RELATED POSTS

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

চালকসকলে নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিল। সঁচাকৈয়ে দেখিছেনে? সোমবাৰে নিশা হাৰিয়ানাৰ আম্বালাৰ ৰাজপথত কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)ক এখন ট্ৰাকত যোৱা দেখা গʼল (The truck was seen going)। দিল্লীৰ পৰা চণ্ডীগড়লৈ যোৱা ট্ৰাকখনত তেওঁ আছিল। কিন্তু কিয় হঠাৎ এই পৰিকল্পনা। কংগ্ৰেছে কৈছে যে গোটেই নিশা চালকসকলে সামগ্ৰীভৰ্তি ট্ৰাক লৈ যাত্ৰা কৰিবলগা হয়।

ৰাহুল গান্ধী
এইবাৰ ট্ৰাকত যাত্ৰা ৰাহুল গান্ধীৰ:

বহু সময়ত বাটত বিভিন্ন সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। সেইবোৰ কথা জানি ৰাহুলে ড্ৰাইভাৰৰ চিটত বহিল। ৰাহুলে এই বিষয়ে ট্ৰাক চালকৰ লগত কথাও পাতে।উল্লেখযোগ্য যে ৰাহুল চিমলালৈ গৈ আছিল। মাতৃ ছোনিয়া গান্ধী লগত আছিল। ৰাহুলৰ যাত্ৰা মাতৃৰ লগত কেইদিনমান থাকিব। বাটত হাৰিয়ানাৰ সোনপটৰ এখন ধাবাত ৰৈ যায়। তাত থকা ট্ৰাক চালকসকলৰ লগত কথা পাতে তেওঁ।

ইয়াৰ পিছতে হাৰিয়ানাৰ আম্বালাত এখন ট্ৰাকত উঠে ৰাহুল। উক্ত ভিডিঅʼটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপগড়ীয়ে ৰাহুলৰ ভ্ৰমণৰ ভিডিঅ’ টুইটাৰত পোষ্ট কৰে। য’ত দেখা যায়, ট্ৰাকত উঠি‌ গৈ থাকোঁতে তেওঁ সাধাৰণ মানুহৰ ফালে চাই আছে আৰু হাত জোকাৰি আছে। ৰাহুলে যাত্ৰাপথত এটি গুৰদ্বাৰত প্ৰাৰ্থনা কৰা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Rahul gandhitruckট্ৰাকৰাহুল গান্ধী
Share5Tweet3Send

Related Posts

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

by News Desk
September 30, 2026
50
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত
National-International

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

by News Desk
September 30, 2026
50
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা
National-International

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

by News Desk
September 30, 2026
50
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

September 29, 2026
51
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

54
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

55
ADVERTISEMENT
Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

September 30, 2026
50
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত
National-International

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

September 30, 2026
50
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা
National-International

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

September 30, 2026
50
Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

September 30, 2026
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

September 30, 2026
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

September 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d