ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

‘হাত’ত ধৰিব বিচাৰে নেকি কেজৰিয়েও? সাক্ষাতৰ সময় বিচাৰিলে ৰাহুল-খাৰ্গেৰ

নিউজ ডেস্কঃ

News Desk by News Desk
May 26, 2023
Reading Time: 1 min read
A A
0
‘হাত’ত ধৰিব বিচাৰে নেকি কেজৰিয়েও? সাক্ষাতৰ সময় বিচাৰিলে ৰাহুল-খাৰ্গেৰ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal) কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে (Congress president Mallikarjun Kharge) আৰু দলৰ নেতা ৰাহুল গান্ধী (Rahul Gandhi)ক সাক্ষাৎ কৰিবলৈ সময় বিচাৰিছে (Asks for appointment time)। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ সভাপতি কেজৰীয়ে বিচাৰিছে যে দিল্লীত ‘শক্তি দখল’ৰ বাবে জাৰি কৰা বিতৰ্কিত অধ্যাদেশখনক স্থায়ী কৰাৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰৰ বিধেয়কখনৰ বিৰুদ্ধে বিৰোধী দলসমূহে একত্ৰিত হওক। সেই উদ্দেশ্যে তেওঁ ৰাহুল-খাৰ্গেক লগ কৰিব বিচাৰে।

কেজৰিৱালে নিজেই ৰাহুল আৰু খাৰ্গেৰ সাক্ষাতৰ সময় বিচাৰি লিখিছে, “বিজেপি চৰকাৰে জাৰি কৰা অগণতান্ত্ৰিক আৰু অসাংবিধানিক অধ্যাদেশৰ বিৰুদ্ধে সংসদত কংগ্ৰেছৰ সমৰ্থন বিচাৰিবলৈ আৰু ফেডাৰেল ব্যৱস্থা আৰু ৰাজনৈতিক পৰিস্থিতিত কেন্দ্ৰৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰিবলৈ কংগ্ৰেছৰ সভাপতি খাৰ্গেজী আৰু ৰাহুল গান্ধীৰ আজি (শুকুৰবাৰ) পুৱা সময় বিচাৰিছো।”

delhi 1 | ASSAM TIMES POST

অৱশ্যে ৰাজনৈতিক বিশ্লেষকৰ এটা অংশৰ মতে কেজৰিৰ এই পদক্ষেপ তাৎপৰ্যপূৰ্ণ। বিগত দশক ধৰি বিজেপি আৰু কংগ্ৰেছৰ পৰা সমান দূৰত্ব বজাই ৰখা আপ প্ৰধানে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে স্থিতি পৰিৱৰ্তনৰ সংকেত দিবলৈ চেষ্টা কৰিছে বুলিও তেওঁলোকৰ ধাৰণা।

কেজৰিৱালে কেন্দ্ৰৰ সৈতে হোৱা অধ্যাদেশ-সংঘাতত দিল্লীৰ আপ চৰকাৰৰ লগত থিয় হ’বলৈ অনুৰোধ কৰিবৰ বাবে বিৰোধী দলৰ নেতাসকলৰ সৈতে ধাৰাবাহিকভাৱে বৈঠকত মিলিত হৈছে। মঙলবাৰে পঞ্জাবৰ মুখ্যমন্ত্রী ভগৱন্ত মান, দিল্লীৰ মন্ত্রী আতিশী আৰু আপৰ সাংসদ ৰাঘৱ চাদ্দাৰ সৈতে নৱান্নত উপস্থিত হৈ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ সৈতে বৈঠকত মিলিত হয়৷ বুধবাৰে তেওঁ মুম্বাইলৈ গৈ শিৱসেনাৰ (বালাচাহেব) নেতা উদ্ধৱ থাকৰেক সাক্ষাৎ কৰে। বৃহস্পতিবাৰে মুম্বাইত এনচিপিৰ সভাপতি শৰদৰ সৈতে বৈঠকত মিলিত হৈছিল কেজৰি।

তেওঁ দলৰ নেতাসকলক অধ্যাদেশৰ বিতৰ্কত কেজৰিৰ কাষত থিয় দিবলৈ বাৰ্তা দিছে। বৃহস্পতিবাৰে পাৱাৰৰ সৈতে হোৱা বৈঠকৰ অন্তত আপৰ মুৰব্বীগৰাকীয়ে ৰাহুল আৰু খাৰ্গেক সাক্ষাৎ কৰিবলৈ সময় বিচাৰিছে। অৱশ্যে আপৰ আহ্বানৰ প্ৰতি কংগ্ৰেছে কিমান সঁহাৰি দিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। দলৰ ভিতৰৰ খবৰ মতে, এই ক্ষেত্ৰত দিল্লী আৰু পঞ্জাব প্ৰদেশ কংগ্ৰেছৰ স্থিতি জানিব বিচাৰিছে হাইকমাণ্ডে। কাৰণ সেই দুখন ৰাজ্যত আপৰ লগত যুঁজি আছে কংগ্ৰেছ।

Tags: Arvind KejriwalMallikarjun KhargeRahul gandhiঅৰবিন্দ কেজৰিৱালমল্লিকাৰ্জুন খাৰ্গেৰাহুল গান্ধী
Share4Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

by News Desk
August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

by News Desk
August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

by News Desk
August 11, 2026
50
Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ADVERTISEMENT
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়
National-International

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT