![]()
ভয়াৱহতা এতিয়াও শেষ হোৱা নাই। শুকুৰবাৰে ওড়িশাৰ (Odisha) বালাশ্বৰত তিনিখন ৰেʼলৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত প্ৰায় ৩০০ লোকৰ মৃত্যু হয়। এই পৰ্যন্ত আহত হৈছে হাজাৰৰো অধিক লোক। এই ভয়ংকৰ দুৰ্ঘটনাৰ মাত্ৰ চাৰিদিন পিছতে লাইনচ্যুত হয় আন এখন মালবাহী ৰে’ল। দুৰ্ঘটনা সংঘটিত হোৱাৰ স্থান হৈছে ওড়িশাৰ বৰগড় জিলা (Bargarh)।











