ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Awareness campaign I কাৰবি আংলঙত ‘সুৰক্ষিত শৈশৱ, সোণালী অসম’ শীৰ্ষক ৯০ দিনীয়া সজাগতা অভিযান আৰম্ভ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
June 12, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

শিশুসকলৰ সুৰক্ষা (Safety of children)ৰ স্বাৰ্থত অসম চৰকাৰ (Assam Govt.)ৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমত আৰম্ভ হৈছে ‘সুৰক্ষিত শৈশৱ, সোণালী অসম’ শীৰ্ষক সজাগতা অভিযান (Awareness campaign)৷ এই একে উদ্দেশ্য আগত ৰাখি আজিৰে পৰা কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ পৰা শুভাৰম্ভ হৈছে এই সজাগতা অভিযান ৷ আজি দিনৰ ১০ বজাত জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু কাৰবি আংলং জিলা প্ৰশাসনৰ সহযোগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ সন্মিলন কক্ষত শুভাৰম্ভ কৰা হৈছে ‘সুৰক্ষিত শৈশৱ (Soroxito Xaisihab), সোণালী অসম (Snali Axom)‘ শীৰ্ষক ৯০ দিনীয়া সজাগতা কাৰ্যসূচী৷

এইলৈ কাৰবি আংলং জিলাৰ সহকাৰী উপায়ুক্ত নুপূৰ বৰাই বন্তি প্ৰজলন আৰু স্বাক্ষৰ অভিযানেৰে শুভাৰম্ভ কৰে উক্ত অভিযান৷ ৯০ দিনীয়া সজাগতা সভাৰ আজিৰ উদ্ধোধনী কাৰ্যসূচীত জিলা সহকাৰী উপায়ুক্ত নূপুৰ বপা, জিলা সমাজ কল্যান বিষয়া হেলেন তেৰাঙপী, শ্ৰম বিষয়া অপৰ্ণা কিন্দু জুবিনাইল জাষ্টিছ বোৰ্ডৰ পুষ্পলতা গগৈ, চিডব্লিউচিৰ বিষয়া বুলু তেৰাঙকে ধৰি বিভিন্ন দল-সংগঠনৰ শীৰ্ষ নেতা-কৰ্মী আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

উপস্থিত অতিথিসকলে সম্প্ৰতি সমাজত ব্যাধি হিচাপে দেখা দিয়া সময়ত শিশু সৰবৰাহ, শিশু নিৰ্যাতন, শিশু শ্ৰমিক, বাল্য-বিবাহ আদি সমস্যা সন্দৰ্ভত কেনেদৰে সমাধান কৰি তাৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়োৱাৰ লগতে বিভিন্ন ধৰণৰ সজাগতাৰ সৃষ্টিৰে এনে সমস্যাৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি তাৰ ওপৰতো আলোকপাত কৰে৷

 সজাগতা অভিযান
কাৰবি আংলঙত ‘সুৰক্ষিত শৈশৱ, সোণালী অসম’ শীৰ্ষক ৯০ দিনীয়া সজাগতা অভিযান :

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চিডব্লিউচিৰ বিষয়া বুলু তেৰাঙে কয় যে, অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি জিলা জুৰি ‘সুৰক্ষিত শৈশৱ, সোণালী শৈশৱ ‘ শীৰ্ষক ৯০ দিনীয়া সজাগতা কাৰ্যসূচীৰ উদ্দেশ্য আজি ডিফুত এই শুভাৰম্ভনি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ অৱশ্যে অসমৰ অইন জিলাৰ দৰে কাৰবি আংলং জিলাত কাৰ্যসূচীৰ কিছু সাল-সলনি কৰা হ’ব পাৰে৷ বিশেষকৈ কাৰবি আংলঙৰ দৰে পাহাৰীয়া এলেকাত মাইকেৰে সজাগতা সৃষ্টি কৰিলে সকলো শুনাত বাধা প্ৰাপ্ত হ’ব৷ আৰু সৰু সৰু এলেকাত কম সংখ্যক মানুহৰ সমাগমত বাটৰ নাট প্ৰদৰ্শন কৰাত অসুবিধা হ’ব পাৰে বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে ৷

CHILDP2 1 | ASSAM TIMES POST

অৱশ্যে ইয়াৰ বিকল্প কাৰ্যসূচীৰ কথা বিবেচনা কৰা হ’ব বুলি কয়৷ আৰু সকলো সজাগতামূলক কাৰ্যসূচীত সংবাদ মাধ্যমৰ সহযোগিতা কামনা কৰিছে বুলু তেৰাঙে৷ সমগ্ৰ ৯০ দিনীয়া সজাগতামূলক কাৰ্যসূচীত প্ৰশাসনিক বিষয়া সকল আৰুলশিশু সুৰক্ষাৰ লগত জড়িত বিষয়া সকল সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AwarenesscampaignSafety of childrenশিশুসুৰক্ষাসজাগতা অভিযান
Share5Tweet3Send

Related Posts

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
70
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
ADVERTISEMENT
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
National-International

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
52
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ
National-International

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
52
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট
Guwahati

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026
54
হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন
Assam

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

September 28, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d