ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Asom Gana Parishad I লোকসভা নিৰ্বাচন : ৯ জুলাইত ডিফুত অগপৰ এদিনীয়া বিশেষ কৰ্মকৰ্তা সন্মিলন

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
July 7, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

আগন্তুক লোকসভা নিৰ্বাচন (Lok Sabha elections)ক কেন্দ্ৰ কৰি পাহাৰত এইবাৰ তৎপৰ হৈ পৰা দেখা গৈছে আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ (Asom Gana Parishad)ক৷ দলটোৱে পাহাৰত নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ ডিফুত তিনিখন পাৰ্বত্য জিলা ক্ৰমে, কাৰবি আংলং (Karbi Anglong), পশ্চিম কাৰবি আংলং (West Karbi Anglong) আৰু ডিমা হাছাও (Dima Hasao) জিলাৰ দলীয় কাৰ্যকৰ্তাসকলৰ এখন এদিনীয়া বিশেষ কৰ্মকৰ্তা সন্মিলনৰ (Office bearers’ conference with party functionaries) আয়োজন কৰিছে৷ ডিফুৰ ছাৰচিং টেৰণ টাউন হলত অহা ৯ জুলাইত এই সন্মিলন অনুষ্ঠিত হ’ব৷

দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিৰ সদস্য আছিকুৰ ৰহমামৃন, অংশুমান দত্ত, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাইয়ে আজি এখন সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে৷ এই সন্মিলনত দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি সকলো শীৰ্ষ নেতা উপস্থিত থাকিব বুলি সংবাদমেলত প্ৰকাশ কৰে৷

মূলত পাহাৰত দলৰ সাংগঠনিক ভেটি মজবুত কৰা, দলৰ সদস্য সকলক একত্ৰিত কৰি ৰখা আদিয়েই এই সন্মিলনৰ মূল উদ্দেশ্য বুলি সংবাদমেলত মন্তব্য কৰে৷  এই সন্মিলনতে পাহাৰত দলৰ ভাতৃ-ভগ্নী সংগঠনৰ কাৰ্যকৰ্তা সকলৰ পৰা লাভ কৰা পৰামৰ্শ অনুসৰি আগন্তুক সময়ত দলৰ স্থিতি নিৰূপণ কৰা হ’ব বুলিও সংবাদমেলত জানিবলৈ দিয়ে৷

অগপৰ এদিনীয়া বিশেষ কৰ্মকৰ্তা সন্মিলন
৯ জুলাইত ডিফুত অগপৰ এদিনীয়া বিশেষ কৰ্মকৰ্তা সন্মিলন

ইয়াৰোপৰি ১৪ খন লোকসভা সমষ্টিৰ ১২ খন সমষ্ঠিত অগপৰ বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হোৱাৰ বিপৰীতে ১৩ নম্বৰ বিশেষ কৰ্মকৰ্তা সন্মিলন ডিফুৰ ছাৰচিং টেৰণ মেম’ৰিয়েল হলত অনুষ্ঠিত হ’ব আৰু অন্তিমখন সভা কোকৰাঝাৰত অনুষ্ঠিত হব বুলি কয়৷

আনহাতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অগপৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহকৰ সদস্য আছিকুৰ ৰহমানে কয় যে, সমষ্টি পুণঃ নিৰ্দ্ধাৰণ আৰু বিলুপ্তি কৰণ অসম চুক্তিৰে অংশ সেয়ে উক্ত বিষয় আৰু অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে অগপই সদায় মাত মাতি আহিছে বুলি কয়৷

উক্ত বিষয় ২০০০ চনৰ পৰা ২০০৭ চনৰ পৰাই হ’ব লাগিছিল কিন্তু তদানীন্তন কংগ্ৰেছ দলে নকৰিলে৷ বৰ্তমান কাৰ্যকৰী হ’বলৈ গৈ আছে সেইটো আদৰণীয় বুলি মন্তব্য কৰে কেন্দ্ৰীয় কাৰ্যনিৰবাহক আছিকুৰ ৰহমানে৷

Tags: AGPDiphuঅগপডিফু
Share4Tweet3Send

Related Posts

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু
KARBI ANGLONG

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

by ASSAM TIMES POST
June 9, 2026
50
Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে
KARBI ANGLONG

Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে

by News Desk
June 8, 2026
50
লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।
KARBI ANGLONG

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

by Staff Reporter
June 8, 2026
50
ADVERTISEMENT
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

June 10, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

June 10, 2026
50
PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা
National-International

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

June 10, 2026
50
ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ
National-International

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

June 10, 2026
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

June 10, 2026
PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx