ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Lachit Gogoi I ভাইৰেল অডিঅ’ গোচৰ : লাচিত গগৈৰ জামিন লাভ, মুক্ত আকাশলৈ নাহিল

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
August 2, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 9 | ASSAM TIMES POST

আটাছুৰ প্ৰাক্তন সভাপতি মিলন বুঢ়াগোঁহাই (Milan Buragohai) আৰু বিজেপিৰ প্ৰাক্তন অ’বিচি মৰ্চাৰ সভাপতি লাচিত গগৈ (Lachit Gogoi)ৰ মাজত চুপৰি ছিণ্ডিকেট (Supari Syndicate) কাৰ্বি আংলঙৰ মাজেৰে চলোৱাক কেন্দ্ৰ কৰি হোৱা এক ভাইৰেল অডিঅ’ (Viral Audio)ই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু এই ভাইৰেল অডিঅ’ৰ ফলত কাৰ্বি আংলং জিলা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ব লগা হৈছিল বিজেপিৰ প্ৰাক্তন নেতা লাচিত বুঢ়াগোহাঁই।

লাচিত গগৈ
লাচিত গগৈৰ জামিন লাভ:

এই অডিঅ’ বাৰ্তালাপত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকগৰাকীক জিলাখনৰ মাজেৰে ছিণ্ডিকেট চলোৱাৰ বাবে ধন প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই সংক্ৰান্তত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকে ৰুজু কৰা গোচৰ সন্দৰ্ভত যোৱা ২২ তাৰিখে গ্ৰেপ্তাৰ হোৱা লাচিত গগৈক আজি ডিফুৰ ন্যায়িক আদালতে জামিন মঞ্জুৰ (Bail granted by Diphu judicial court) কৰে যদিও খটখটী আৰক্ষী থানাত গগৈৰ বিৰুদ্ধে ৰুজু হৈ থকা আন এটা গোচৰত জামিন লাভ নকৰা বাবে গগৈ মুক্ত আকাশৰ তললৈ আহিবলৈ সক্ষম নহ’ল।

RELATED POSTS

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

GOGOI | ASSAM TIMES POST

উল্লেখনীয় যে এই গোচৰত মূল অভিযুক্তৰূপে চিহ্নিত হোৱা আটাছু নেতা মিলন বৰগোহাঁই এতিয়াও আৰক্ষীৰ জালৰ পৰা বাহিৰত আছে সম্প্ৰতি বিদেশত আত্মগোপন কৰি আছে মিলন বুঢ়াগোহাঁই আৰু বোকাজানৰ দুগৰাকী সাংবাদিক ৷

Tags: LachitGogoiBailViralAudioভাইৰেলঅডিঅ'লাচিতগগৈজামিন
Share4Tweet3Send

Related Posts

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

by News Desk
August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

by News Desk
August 13, 2026
50
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

by News Desk
August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

by News Desk
August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
ADVERTISEMENT
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

August 15, 2026
50
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা
National-International

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

August 15, 2026
50
Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ
National-International

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

August 15, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

August 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

August 15, 2026
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

August 15, 2026
Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx