ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

নিউজ ডেস্কঃ

News Desk by News Desk
August 15, 2026
Reading Time: 1 min read
A A
0
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পূৰ্বে গেছৰ (LPG) বাবে ই-কেৱাইচি প্ৰক্ৰিয়া (E-KYC) সম্পূৰ্ণ কৰাটো বাধ্যতামূলক বুলি ঘোষণা কৰিছিল। এলপিজি গ্ৰাহকসকলক সেই নিৰ্দেশনা মানি চলিবলৈ কোৱা হৈছে। ইণ্ডেন, এইচ পি আৰু ভাৰত গেছে ই-কে ৱাই চিৰ কাম ১৬ আগষ্টৰ ভিতৰত ই-কেৱাইচিৰ কাম সম্পূর্ণ কৰিব লাগিব বুলি পূৰ্বেই জনাইছিল৷ কিন্তু শুকুৰবাৰে জানিব পৰা গৈছে যে ই-কেৱাইচি প্রক্রিয়া (e-KYC process) সম্পূর্ণ কৰাৰ সময়সীমা আৰু কেইদিনমান বৃদ্ধি (Extend the deadline by a few days) কৰা হৈছে৷ সেই সন্দৰ্ভত গেছ ব্যৱসায়ীসকললৈ প্ৰেৰণ কৰা হৈছে নিৰ্দেশনা।

চৰকাৰে কৈছিল যে প্ৰতিজন গ্ৰাহকে ই-কেৱাইচি কৰিব লাগিব। যদি কোনো গ্ৰাহকে ই-কেৱাইচি নকৰে তেন্তে তেওঁ ৰন্ধন গেছৰ বাবে অতিৰিক্ত ধন দিব লাগিব। কিমান অতিৰিক্ত ধন দিব লাগিব সেয়া অৱশ্যে চৰকাৰে এতিয়াও নিশ্চিত কৰা নাই। কিন্তু গ্ৰাহকে বৰ্তমান যি মূল্যত চিলিণ্ডাৰ লাভ কৰে, তাতকৈ বহু বেছি মূল্যত কিনিব লাগিব। কেন্দ্ৰৰ পৰা এই নিৰ্দেশনাৰ পিছত গ্ৰাহকৰ মাজত ই-কেৱাইচিক লৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।

কেৱল অফলাইনতে নহয়, অনলাইনতো ই-কেৱাইচি কৰাৰ সুযোগ আছে। বিভিন্ন শক্তি কোম্পানীৰ সূত্ৰ অনুসৰি, গ্ৰাহকৰ এটা অংশই ইতিমধ্যে ই-কেৱাইচি কৰিছে। অৱশ্যে বহুতে এতিয়াও অপেক্ষা কৰি আছে। ১৫ আৰু ১৬ আগষ্ট বন্ধৰ দিন হোৱাৰ বাবে তেওঁলোক চিন্তিত হৈ পৰিছিল। ই-কেৱাইচি কেনেকৈ সম্পূৰ্ণ কৰিব লাগে সেই লৈ উদ্বেগ বাঢ়ি আহিছিল। সেই পৰিৱেশত ই-কেৱাইচি সম্পূৰ্ণ কৰাৰ সময়সীমা বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰা হৈছে।

ekyc | ASSAM TIMES POST
গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

সূত্ৰ অনুসৰি, ইণ্ডেন, এইচ পি আৰু ভাৰত গেছে এই সময়সীমা বৃদ্ধি কৰা বুলি ডীলাৰসকলক অৱগত কৰিছে। ২৩ আগষ্টলৈকে গ্ৰাহকে গেছৰ বাবে ই-কেৱাইচি কৰাৰ সুযোগ পাব। ইণ্ডেনে এলপিজি কুকিং গেছ ডীলাৰ এছ’চিয়েশ্যনৰ সম্পাদক বিজন বিশ্বাসে কয় যে ই-কেৱাইচিৰ সময়সীমা ২৩ তাৰিখলৈকে বৃদ্ধি (Extended until the 23rd) কৰা হৈছে বুলি আমি নিৰ্দেশনা পাইছোঁ।

অৱশ্যে এই সময়সীমা বৃদ্ধিৰ সন্দৰ্ভত কোনো চৰকাৰী নিৰ্দেশ জাৰি কৰা হোৱা নাই। ইণ্ডেন, এইচ পি আৰু ভাৰত গেছৰ বাবে আধাৰ ভিত্তিক ফেচ আই ডি ভেৰিফিকেচন সম্পূৰ্ণ কৰাৰ সময় আৰু এসপ্তাহ বৃদ্ধি কৰা হৈছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ গ্ৰাহকৰ বাহিৰে সকলো গ্ৰাহকে ই-কেৱাইচি কৰিব লাগিব।

ই-কেৱাইচি কেনেকৈ কৰিব লাগে সেয়া এতিয়াও বহুতৰে বাবে স্পষ্ট হোৱা নাই। আধাৰ ভিত্তিক ফেচ আই ডিৰ পৰীক্ষণ অনলাইন আৰু অফলাইন দুয়োটাতে জমা দিব পাৰিব। গ্ৰাহকে নিজৰ নিৰ্দিষ্ট গেছ কোম্পানীটোৰ এপটো ডাউনলোড কৰি তাত ই-কেৱাইচি জমা দিব পাৰে। আধাৰ ভিত্তিক পৰিচয় দাখিল কৰিবলৈ গ্ৰাহকে ‘AadhaarFaceRD’ এপটোও ডাউনলোড কৰিব পাৰে। যদি এইটো উপলব্ধ নহয়, তেন্তে গেছ কোম্পানীৰ এপত ই-কেৱাইচি জমা দিয়াত সমস্যা হ’ব পাৰে। যিসকলে অনলাইনত সহজ নাপায়, তেওঁলোকে পোনপটীয়াকৈ বিতৰকৰ কাৰ্যালয়লৈ গৈ ই-কেৱাইচি সম্পূৰ্ণ কৰিব পাৰে। লগত লৈ যাব লাগিব আধাৰ কাৰ্ড।

Tags: LPGconnectionE-KYC
Share4Tweet3Send

Related Posts

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ
National-International

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

by News Desk
August 15, 2026
50
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

by News Desk
August 14, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

by News Desk
August 14, 2026
50
Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
National-International

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

by News Desk
August 14, 2026
50
NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা
National-International

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

by News Desk
August 14, 2026
50
Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু
National-International

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

by News Desk
August 14, 2026
50
ADVERTISEMENT
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা
National-International

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

August 15, 2026
50
Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ
National-International

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

August 15, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

August 14, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ
DIPHU

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

August 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

August 15, 2026
Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

August 15, 2026
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

August 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx