ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul in Lok Sabha I সংসদত অনাস্থা বিতৰ্কত অংশগ্ৰহণ ৰাহুল গান্ধীৰ, মণিপুৰ বিষয়ত মোডীক আক্ৰমণ

নিউজ ডেস্কঃ

News Desk by News Desk
August 9, 2023
Reading Time: 1 min read
A A
0
Rahul in Lok Sabha I সংসদত অনাস্থা বিতৰ্কত অংশগ্ৰহণ ৰাহুল গান্ধীৰ, মণিপুৰ বিষয়ত মোডীক আক্ৰমণ

RELATED POSTS

Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

সাংসদ পদ পুনৰ লাভ কৰাৰ পিছত সংসদত বুধবাৰে প্ৰথম ভাষণ দিয়ে ৰাহুল গান্ধীয়ে । বুধবাৰে ৰাহুল গান্ধীয়ে লোকসভা (Rahul in Lok Sabha)ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ‘ইণ্ডিয়া’ই অনা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত ভাষণ আৰম্ভ কৰে। আৰম্ভণিতে তেওঁ কয়, “আজি মই মোৰ মগজুৰ পৰা নহয়, হৃদয়ৰ পৰা কথা কʼম। ভয় নকৰিব, মই আদানীৰ কথা নকওঁ। আজি মই আপোনাক তেনেকৈ আক্ৰমণ নকৰো।”

বৃহস্পতিবাৰে নৰেন্দ্ৰ মোডীৰ উত্তৰ ভাষণৰ ঠিক আগতেই অনাস্থা বিতৰ্কত ৰাহুল গান্ধীয়ে শেষ বক্তা হʼব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। বুধবাৰে কংগ্ৰেছ দলৰ নেতা অধিৰঞ্জন চৌধুৰীয়ে কয় যে ৰাহুলে আজি বক্তৃতা দিব। তেৱেই সংসদত অনাস্থাৰ ওপৰত আলোচনা আৰম্ভ কৰিব। সেই অনুসৰি দুপৰীয়া ১২ বজাৰ কিছু সময়ৰ পাছতে ৰাহুল সংসদত উপস্থিত হয়।

সংসদত ৰাহুল গান্ধী
সংসদত অনাস্থা বিতৰ্কত অংশগ্ৰহণ ৰাহুল গান্ধীৰ:

ভাষণৰ আৰম্ভণিতে ৰাহুলে সাংসদ পদ ঘূৰাই দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁৰ মতে, “ভাৰত জোৰো যাত্ৰা’ এতিয়াও শেষ হোৱা নাই। লাখ লাখ মানুহে সাহস পাইছে। কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজকাঢ়িছে। কৃষকৰ দুখ, অভাৱ উপলব্ধি কৰিছোঁ।”

ইয়াৰ পিছত ৰাহুলে মণিপুৰ বিষয়ত মোডীক আক্ৰমণ কৰি কয়, “প্ৰধানমন্ত্ৰী এতিয়াও মণিপুৰলৈ যোৱা নাই। কাৰণ তেওঁৰ বাবে মণিপুৰ ভাৰত নহয়। আপুনি মণিপুৰক টুকুৰা টুকুৰ কৰি পেলাইছে। মই মণিপুৰলৈ গৈছো। শৰণাৰ্থী শিবিৰত শিশুৰ দুখ-কষ্ট দেখিছোঁ, মহিলাৰ লগত কথা পাতিছো। আপুনি দেশভক্ত নহয়। আপুনি দেশদ্ৰোহী।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RahulGandhiRahulLokSabhaৰাহুলগান্ধী
Share5Tweet3Send

Related Posts

Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ
National-International

Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ

by News Desk
October 2, 2026
50
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

by News Desk
October 1, 2026
53
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা
National-International

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

by News Desk
October 1, 2026
51
FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে
National-International

FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে

by News Desk
October 1, 2026
51
FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি
National-International

FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি

by News Desk
October 1, 2026
51
INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী
National-International

INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী

by News Desk
October 1, 2026
51
ADVERTISEMENT
Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ
National-International

Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ

October 2, 2026
50
Guwahati : নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা : ঘৰ মালিকক দা’ৰে খেদি হত্যাৰ চেষ্টা ভাড়াটিয়াৰ
Guwahati

Guwahati : নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা : ঘৰ মালিকক দা’ৰে খেদি হত্যাৰ চেষ্টা ভাড়াটিয়াৰ

October 2, 2026
50
The Locals : মহানগৰীৰ ক্লাৱত নিশা যুৱতীক উলংগ কৰি প্ৰহাৰ
Guwahati

The Locals : মহানগৰীৰ ক্লাৱত নিশা যুৱতীক উলংগ কৰি প্ৰহাৰ

October 2, 2026
50
শিৱসাগৰ হাঁহচৰাত তীব্ৰ চাঞ্চল্য
Assam

শিৱসাগৰ হাঁহচৰাত তীব্ৰ চাঞ্চল্য

October 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ

Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ

October 2, 2026
Guwahati : নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা : ঘৰ মালিকক দা’ৰে খেদি হত্যাৰ চেষ্টা ভাড়াটিয়াৰ

Guwahati : নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা : ঘৰ মালিকক দা’ৰে খেদি হত্যাৰ চেষ্টা ভাড়াটিয়াৰ

October 2, 2026
The Locals : মহানগৰীৰ ক্লাৱত নিশা যুৱতীক উলংগ কৰি প্ৰহাৰ

The Locals : মহানগৰীৰ ক্লাৱত নিশা যুৱতীক উলংগ কৰি প্ৰহাৰ

October 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d