
শিৱসাগৰ হাঁহচৰাত তীব্ৰ চাঞ্চল্য। দুখনকৈ বিলাসী বাহন এৰি পলায়ন দুৰ্বৃত্তৰ। হাঁহচৰা চাওদাং গাঁৱত সংঘটিত হৈছে এই ঘটনা। যোৱা নিশা কোনো অগ্যাত লোকে এইদৰে ক’লা ৰঙৰ এখন AS04AE0731 নম্বৰৰ NEXON আৰু এখন বগা ৰঙৰ AS06AF8244 নম্বৰৰ CIAZ বাহন এৰি পলায়ন কৰে দুৰ্বৃত্তই। স্থানীয় ৰাইজৰ সন্দেহ কোনো ধৰণৰ ডকাইতৰ দলে এইদৰে নিজৰ অভিপ্ৰায় পূৰণ কৰিব নোৱাৰি এইদৰে দুখনকৈ বিলাসী বাহন এৰি পলায়ন কৰে।













