ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Men molest minor Dalit girl I উত্তৰ প্ৰদেশত দলিত কিশোৰীক ধৰ্ষণ কৰি বনালে ভিডিঅʼ, ছয়জনক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 17, 2023
Reading Time: 1 min read
A A
0
Men molest minor Dalit girl I উত্তৰ প্ৰদেশত দলিত কিশোৰীক ধৰ্ষণ কৰি বনালে ভিডিঅʼ, ছয়জনক গ্ৰেপ্তাৰ

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

উত্তৰ প্ৰদেশৰ জৌনপুৰতএগৰাকী দলিত কিশোৰীক যৌন নিৰ্যাতন (Men molest minor Dalit girl, record act in UP’s Jaunpur)ৰ অভিযোগ উত্থাপন‌ হৈছে। কেৱল সেয়াই নহয়, অভিযুক্তই উক্ত ঘটনাৰ ভিডিঅʼও বনাইছিল। ১৪ আগষ্টত এই ঘটনা সংঘটিত হৈছিল মাচলিছহৰ অঞ্চলত।

ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত প্ৰকাশ (Video was published on social media) পোৱাৰ লগে লগে আৰক্ষীয়ে তালাচী চলাই কেইঘণ্টামানৰ ভিতৰতে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ লগত জড়িত ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কিশোৰীগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১৪৭, ৩৫৪, ৫০৪ আৰু ৫০৬ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ উপৰি অনুসূচিত জাতি আৰু জনজাতি আইনৰ অধীনতো অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উত্তৰ প্ৰদেশত দলিত কিশোৰীক ধৰ্ষণ
উত্তৰ প্ৰদেশত দলিত কিশোৰীক ধৰ্ষণ কৰি বনালে ভিডিঅ:

জৌনপুৰৰ আৰক্ষী অধীক্ষক অজয় পাল শৰ্মাই জানিবলৈ দিয়া মতে, মাচলিছহৰ অঞ্চলৰ পৰা ৬ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ভিডিঅʼটো পৰীক্ষা কৰাৰ পিছত জানিব পৰা গৈছে যে উক্ত অঞ্চলতে ঘটনাটো সংঘটিত হয়। কিশোৰীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, আশীষ, বিকি, গোৰ, প্ৰমোদ, পাপ্পু আৰু লাথমণি নামৰ ছয়জন যুৱকে তেওঁক বলপূৰ্বকভাৱে নিৰ্জন স্থানলৈ লৈ যায়। ইয়াৰ পিছত তেওঁক ধৰ্ষণ কৰা হয়। সহায় বিচাৰি চিঞৰ-বাখৰ কৰাত স্থানীয় লোক ওলাই অহাত লৰালৰিকৈ পলায়ন কৰে যুৱককেইজনে।

কিশোৰীগৰাকীয়ে এই ঘটনাৰ বিষয়ে কাৰোবাক কʼলে তেওঁক মৃত্যুৰ ভাবুকি দিয়া বুলি অভিযোগ কৰে। সেই ভয়ৰ বাবেই তেওঁ কাকো কোৱা নাছিল বুলি দাবী কৰিছে পৰিয়ালৰ লোকে। কিন্তু যেতিয়া ভিডিঅʼটো ছচিয়েল মিডিয়াত বিয়পি পৰে তেতিয়া ছোৱালীজনীৰ মাতৃ আৰক্ষীৰ কাষ চাপে। ইয়াৰ পিছতে ছয়জন যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়।

Tags: Rapeধৰ্ষণ
Share4Tweet3Send

Related Posts

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

by Staff Reporter
June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

by News Desk
June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

by News Desk
June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

CID at Mamta residence : মমতাৰ ঘৰ, তৃণমূলৰ কাৰ্যালয়ত চিআইডিৰ অভিযান; অভিষেকৰ কাৰ্যালয়তো অভিযান

‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন

ADVERTISEMENT
নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ
National-International

Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT