ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

TB patients in India : বিশ্বৰ সৰ্বাধিক সংখ্যক যক্ষ্মা ৰোগী ভাৰতত, হুৰ প্ৰতিবেদন

নিউজ ডেস্কঃ

News Desk by News Desk
November 10, 2023
Reading Time: 1 min read
A A
0
TB patients in India : বিশ্বৰ সৰ্বাধিক সংখ্যক যক্ষ্মা ৰোগী ভাৰতত, হুৰ প্ৰতিবেদন

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST
২০২২ চনৰ যক্ষ্মা আক্ৰান্তৰ নিৰিখত ভাৰতত বিশ্বৰ সৰ্বাধিক সংখ্যক যক্ষ্মা ৰোগী (India has the highest number of tb cases in the world) আছে। মঙলবাৰে বিশ্ব স্বাস্থ্য সংস্থাই (World Health Organization) এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰে। ১৯২ খন দেশত কৰা এক জৰীপৰ ওপৰত আধাৰিত এই প্ৰতিবেদনত দেখা গৈছে যে সেই এবছৰত বিশ্বজুৰি মুঠ ৭.৫ নিযুত লোক যক্ষ্মা ৰোগত আক্ৰান্ত হয়। ইয়াৰ ভিতৰত, প্ৰায় ২৮.২ লাখ (২৭%) ৰোগী ভাৰতৰ (28.2 lakh (27%) patients are from India)।

হুৱে ১৯৯৫ চনত অধ্যয়নটো আৰম্ভ কৰিছিল। তথ্য অনুসৰি, ২০২২ চনত যক্ষ্মা ৰোগীৰ সংখ্যা সৰ্বাধিক। আৰু ভাৰত উক্ত তালিকাত প্ৰথম স্থানত। প্ৰতিবেদনখনত এইটোও পোৱা গৈছে যে ৩০ খন দেশত ৮৭ শতাংশ ৰোগী ধৰা পৰিছে। শীৰ্ষ আঠখন দেশ হৈছে ভাৰত, ইণ্ডোনেছিয়া (১০%), চীন (7৭.১%), ফিলিপাইনছ (৭%), পাকিস্তান (৫.৭%), নাইজেৰিয়া (৪.৫%), বাংলাদেশ (৩.৬%) আৰু কঙ্গো (৩%)।

tb1 | ASSAM TIMES POST

প্ৰতিবেদন অনুসৰি, ভাৰতত ২৮.২ লাখ ৰোগীৰ ভিতৰত সংকটজনক ৰোগীৰ সংখ্যা হৈছে ১২ শতাংশ। বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলৰ মতে, যোৱা বছৰ ভাৰতত ৩.৪২ লাখ যক্ষ্মা ৰোগীৰ মৃত্যু হৈছে। ইয়াৰে ভিতৰত ১১,০০০ এইচআইভি সংক্ৰমিত আছিল।

প্ৰতিবেদনখনত আৰু এটা কথা প্ৰকাশ হৈছে। কোভিডৰ পিছৰ সময়ছোৱাত সমগ্ৰ বিশ্বতে যক্ষ্মা ৰোগীৰ সুস্থ হৈ উঠাৰ হাৰো সন্তোষজনক। ২০২০-২১ বৰ্ষত ভাৰত, ইণ্ডোনেছিয়া আৰু ফিলিপাইনছত ৬০ শতাংশৰো অধিক যক্ষ্মা ৰোগী সুস্থ হৈ উঠে। সুস্থৰ হাৰ বিশেষকৈ ভাৰতত উচ্চ। ই দেশৰ সামগ্ৰিক স্বাস্থ্য আন্তঃগাঁথনি উন্নত কৰাৰ কথাকে ইংগিত দিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: India has HighestNumberofTBcasesসৰ্বাধিকযক্ষ্মাৰোগীভাৰতত
Share4Tweet3Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
53
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
58
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
57
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
52
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
57
ADVERTISEMENT
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
50
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d