ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Youth Festival I বতৰৰ বিধি পথালি, ৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱত অনুপস্থিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ

তাৰালাংছৰ পৰা কামৰুল খানৰ ৰিপ'ৰ্ট

News Desk by News Desk
January 17, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

New Logo Smal 2 | ASSAM TIMES POST

বুধবাৰে ৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱত (Karbi Youth Festival) অংশগ্ৰহণ কৰিব নোৱাৰিলে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ (President Draupadi Murmu)৷ বতৰৰ বিধি পথালিৰ বাবে শ্বিলঙৰ পৰা ভ্ৰমণ বাতিল কৰিবলৈ বাধ্য হ’ল ৰাষ্ট্ৰপতিগৰাকী৷ ৰাষ্ট্ৰপতিগৰাকীৰ অহাক লৈ অধীৰ অপেক্ষাৰে তাৰালাংচৰ মহোৎসৱ থলীত অধীৰ অপেক্ষাৰে বাট চাই আছিল কাৰবি আংলঙৰ লক্ষ্যাধিক লোক আৰু আয়োজক কাৰবি কালচাৰেল ছ’চাইটি৷

বতৰৰ বিধি পথালি, ৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱত অনুপস্থিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ
বতৰৰ বিধি পথালি, ৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱত অনুপস্থিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ:

কাৰবি পৰাম্পৰাগত সাজ-পোছাকেৰে ৰাষ্ট্ৰপতিগৰাকীক আদৰিবলৈ সাজু হৈ আছিল শিল্পীসকল৷ পুৱাৰ পৰাই সমগ্ৰ ডিফু চহৰৰ লগতে তাৰালাংচৰ মহোৎৱস্থলীত অসমৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী, অৰ্দ্ধ সামৰিক বল মজুত কৰি এক প্ৰকাৰ অভেদ্য নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল৷

419734437 922989679198132 1528480317689416394 n | ASSAM TIMES POSTৰাষ্ট্ৰপতিগৰাকীৰ অনুপস্থিত অনুষ্ঠিত হোৱা সভাখনত অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ নোমল মমিন, মন্ত্ৰীদ্বয় যোগেন মোহন, নন্দিতা গাৰ্লোছা, বিধায়কসকল বিদ্যাছিং ইংলেং, দৰছিং ৰংহাঙ, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙ, কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’কে প্ৰমুখ্য কৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷ কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ই আদৰণি ভাষণ প্ৰদান কৰে৷

Karbi Youthp0 | ASSAM TIMES POST

ৰাষ্ট্ৰপতিগৰাকীৰ অনুপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথিৰ (Dr. Himanta Biswa Sarma is Chief Guest) ভাষণত ৰাষ্ট্ৰপতি গৰাকী প্ৰতিকুল বতৰৰ বাবে তাৰালাংচৰ মহোৎস্থলীত আহিব নোৱাৰাত দুখ প্ৰকাশ কৰে৷ ভৱিষ্যতে ৰাষ্ট্ৰপতিগৰাকীক পুণৰ তাৰালাংচ মহোৎসৱত অনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷

419905581 922988292531604 476941085734583027 n | ASSAM TIMES POSTআনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি কাৰবি যুৱ মহোৎসৱলৈ এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বছৰি ৩ কোটি টকা আৰ্থিক সাহায্য প্ৰদান কৰি যাব বুলি আশ্বাস প্ৰদান কৰে৷

420114478 922989965864770 3448984934956576774 n | ASSAM TIMES POSTভৱিষ্যতে কাৰবি যুৱ মহোৎসৱক বিশ্ব দৰবাৰলৈ লৈ যাবলৈ কেচিএছৰ লগতে অসম চৰকাৰেও যুটীয়াভাবে প্ৰচেষ্টা চলাই যাব বুলি কয়৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KarbiYouthFestivalকাৰবিযুৱমহোৎসৱ
Share6Tweet4Send

Related Posts

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
70
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
ADVERTISEMENT
Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ
Assam

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

September 30, 2026
51
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা
DIPHU

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

September 30, 2026
51
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই
DIPHU

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

September 30, 2026
51
Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

September 30, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

September 30, 2026
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

September 30, 2026
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

September 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d