ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

অসম বিশ্ববিদ্যালয় ডিফু চৌহদ নিৰ্বাচনত  কেএছএ ইংলংফ’ গোটৰ বৃহৎ জয়কলৈ ডিফুত সংবাদমেল

ষ্টাফ ৰিপৰ্টাৰ, ডিফুঃ

Staff Reporter by Staff Reporter
February 10, 2024
Reading Time: 1 min read
A A
0
অসম বিশ্ববিদ্যালয় ডিফু চৌহদ নিৰ্বাচনত  কেএছএ ইংলংফ’ গোটৰ বৃহৎ জয়কলৈ ডিফুত সংবাদমেল

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

শুকুৰবাৰে সন্ধিয়া ৬ মান বজাত ডিফু কেএছএ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি অসম বিশ্ব বিদ্যালয় (Assam University) ডিফু চৌহদৰ নিৰ্বাচনত কেএছএ ইংলংফ’ গোটৰ বৃহৎ সন্দৰ্ভত অৱগত কৰে ৷

কেএছএ ইংলংফ' গোটৰ বৃহৎ জয়
অসম বিশ্ববিদ্যালয় ডিফু চৌহদ নিৰ্বাচনত  কেএছএ ইংলংফ’ গোটৰ বৃহৎ জয়:

নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক  জিৰচং তিমুঙে সংবাদ মেল সম্বোধন কৰি কয় যে নিৰ্বাচনত বিশ্ব বিদ্যালয়খনৰ ৮ টা পদৰ বাবে কেএছএ ইংলংফ’ গোটে প্ৰাৰ্থীত্ব আগবঢ়াই ৬ টাত বিজয়ী হবলৈ সক্ষম হয় ৷ এটাত পৰাজিত হয় ৷ আন দলৰ  পাছা ইংতি সভাপতি পদৰ বাবে নিৰ্বাচিত হয় ৷ নৱ নিৰ্বাচিত গোটটোৱে বিশ্ব বিদ্যালয়খনৰ বিশুদ্ধ খোৱা পানী, বাছ, পৰ্যাপ্ত ফেকাল্টিকে ধৰি অনান্য সমস্যা সমাধানত গুৰুত্ব প্ৰদান কৰিব বুলি কয় জিৰচং তিমুঙে ৷

কেএছইংলংফ’ গোটে বিজয়ী হোৱা পদ সমূহ ক্ৰমে, সাধাৰণ সম্পাদক জিৰচং তিমুঙ, মহিলা সংৰক্ষণৰ সহকাৰী সম্পাদিকালছেৰদিহুন তিমুঙপী, অপেন কেটাগৰীৰ সহকাৰী সম্পাদক উত্তম টেৰণ, সাংস্কৃতিক সম্পাদক আংতং ক্ৰ’  , ৰাজনৈতিক বিজ্ঞানৰ কাউঞ্চিলৰ ডিমাছ টকবী, জীৱন বিজ্ঞানৰ কাউঞ্চিলৰ মিৰলং তিমুঙ আৰু মানৱ বিজ্ঞানৰ কাউঞ্চিলৰ পদত বিজয়ী হয় আকিৰচন টেৰণ ৷

Tags: অসম বিশ্ববিদ্যালয় ডিফু চৌহদ নিৰ্বাচনতকেএছএ ইংলংফ' গোটৰ বৃহৎ জয়কলৈ ডিফুত সংবাদমেল
Share4Tweet3Send

Related Posts

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

by News Desk
June 19, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
ADVERTISEMENT
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ
DIPHU

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
50
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx