ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence I পুনৰ উত্তপ্ত মণিপুৰ, বিস্ফোৰণত নিহত ছাত্ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 24, 2024
Reading Time: 1 min read
A A
0
Manipur violence I পুনৰ উত্তপ্ত মণিপুৰ, বিস্ফোৰণত নিহত ছাত্ৰ

RELATED POSTS

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

New Logo Smal 4 | ASSAM TIMES POST

পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ (Manipur violence)। এইবাৰ মণিপুৰৰ এখন মহাবিদ্যালয় চৌহদত (On the college campus) সংঘটিত বিস্ফোৰণত এজন ছাত্ৰৰ মৃত্যু (One student killed in blast) হয়। আন এজন আহত হয়। চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তেওঁ। এই বিস্ফোৰণৰ আঁৰত কোন আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

আৰক্ষীৰ প্ৰাৰম্ভিক অনুমান অনুসৰি, কোনোবাই নিশাৰ আন্ধাৰৰ সুযোগ লৈ মহাবিদ্যালয় চৌহদৰ ভিতৰতে বিস্ফোৰক সামগ্ৰী এৰি থৈ যায়। উক্ত বিস্ফোৰকৰ বিস্ফোৰণত এনে ঘটনা সংঘটিত হয়।সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ইম্ফল পশ্চিমৰ ডি এম মহাবিদ্যালয় চৌহদত অৱস্থিত সদৌ মণিপুৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত এই বোমা বিস্ফোৰণ সংঘটিত হয়। শুকুৰবাৰে নিশা প্ৰায় ৯.৩০ বজাত এই বিস্ফোৰণৰ খবৰ পোৱা গৈছে।

পুনৰ উত্তপ্ত মণিপুৰ, বিস্ফোৰণত নিহত ছাত্ৰ
পুনৰ উত্তপ্ত মণিপুৰ, বিস্ফোৰণত নিহত ছাত্ৰ:

মহাবিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীয়ে আহি গুৰুতৰভাৱে আহত দুজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। লগে লগে আৰক্ষীকো অৱগত কৰা হয়।আনহাতে, চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত এজন ছাত্ৰৰ মৃত্যু হয়। আনজন চিকিৎসাধীন হৈ আছে। মৃত যুৱকজনৰ নাম অইনাম কেনেগী (২৪)। আৰক্ষীৰ বিশেষ দল এটাই বিস্ফোৰণস্থলীলৈ গৈ তদন্ত আৰম্ভ কৰে।

কিন্তু এতিয়ালৈকে এই ঘটনাৰ লগত জড়িত কোনো লোকৰ সন্ধান পোৱা নাই। মহাবিদ্যালয়খনৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে আৰক্ষীয়ে। তাৰ লগতে নিৰাপত্তাৰক্ষী আৰু অন্যান্য লোকক জেৰা কৰি অভিযুক্তৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। আনহাতে, শুকুৰবাৰে মাজনিশা এটা কার্যালয়তো অগ্নিসংযোগ কৰে দুৰ্বৃত্তই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ManipurViolenceমণিপুৰবিস্ফোৰণতনিহত
Share4Tweet3Send

Related Posts

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
56
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

by News Desk
September 11, 2026
52
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
52
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
ADVERTISEMENT
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
50
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d