ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

DRDO new Missile : ডি আৰ ডি অ’ৱে নিৰ্মাণ কৰিছে ভাৰতীয় সেনাৰ বাবে অত্যাধুনিক মিছাইল

নিউজ ডেস্কঃ

News Desk by News Desk
September 10, 2024
Reading Time: 1 min read
A A
0
DRDO new Missile : ডি আৰ ডি অ’ৱে নিৰ্মাণ কৰিছে ভাৰতীয় সেনাৰ বাবে অত্যাধুনিক মিছাইল

RELATED POSTS

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়

New Logo Smal 1 | ASSAM TIMES POST

ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (Indian Defence Research and Development Organisation)ই নিৰ্মাণ কৰি আছে অধিক শক্তিশালী ক্ষেপণাস্ত্ৰ। নৌসেনাৰ ছাবমেৰিনত নিয়োগ কৰা হ’ব এই পাৰমাণৱিক ক্ষমতাসম্পন্ন ক্ষেপণাস্ত্ৰ (Nuclear-capable missiles)। এই কে ছিৰিজৰ মিছাইলটো হৈছে কে-৫ (K-5)। থলুৱাভাৱে নিৰ্মিত এই ক্ষেপণাস্ত্ৰই ২০০০ কিলোগ্ৰাম বিস্ফোৰক কঢ়িয়াই নিব পাৰে।

missile 1 | ASSAM TIMES POST
ডি আৰ ডি অ’ৱে নিৰ্মাণ কৰিছে ভাৰতীয় সেনাৰ বাবে অত্যাধুনিক মিছাইল কে ৫

সূত্ৰ অনুসৰি, এই ক্ষেপণাস্ত্ৰই ৫-৬ হাজাৰ কিলোমিটাৰ দূৰত্বৰ লক্ষ্যবস্তুও ধ্বংস কৰিব পাৰে। অৱশ্যে এই ক্ষেপণাস্ত্ৰই সৰ্বোচ্চ ৯০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। যদি এই ক্ষেপণাস্ত্ৰ ভাৰত মহাসাগৰ অঞ্চলৰ পৰা নিক্ষেপ কৰা হয়, তেন্তে পাকিস্তান আৰু চীনৰ বহু অঞ্চল ইয়াৰ অধীনলৈ আহিব। এই ক্ষেপণাস্ত্ৰই কেইমিনিটমানৰ ভিতৰতে উক্ত অঞ্চলসমূহ ধ্বংস কৰিবলৈ সক্ষম।

এই ক্ষেপণাস্ত্ৰক শত্ৰুপক্ষৰ ৰাডাৰেও ধৰা পেলাব নোৱাৰিব। কেৱল সেয়াই নহয়, এই ক্ষেপণাস্ত্ৰত MIRV প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ফলত এই ক্ষেপণাস্ত্ৰই একেলগে একাধিক লক্ষ্যত আক্ৰমণ কৰিব পাৰে। ভাৰতৰ হাতত আছে কে-৪ ক্ষেপণাস্ত্ৰ, যিয়ে ৭৫০ৰ পৰা ৩৫০০ কিলোমিটাৰ দূৰত্বত আক্ৰমণ কৰিব পাৰে। কিন্তু এইবাৰ নৌসেনাক শক্তিশালী কৰিবলৈ DARDO-A K-5 আৰু K-6 ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিছে। ৩৯ ফুট দীঘল কে-৬ ক্ষেপণাস্ত্ৰই ৩ হাজাৰ কিলোগ্ৰাম ওজনৰ পাৰমাণৱিক ৱাৰহেড কঢ়িয়াব পাৰে। এই ক্ষেপণাস্ত্ৰই ৮-১২ হাজাৰ কিলোমিটাৰ দূৰত্বত আক্ৰমণ কৰিবলৈ সক্ষম।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DRDOnewMissileK5মিছাইল
Share4Tweet3Send

Related Posts

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

by News Desk
September 29, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

by News Desk
September 29, 2026
50
SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়
National-International

SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়

by News Desk
September 29, 2026
50
El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
52
ADVERTISEMENT
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

September 29, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

September 29, 2026
50
Governor : ডিফুত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ
DIPHU

Governor : ডিফুত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ

September 29, 2026
50
SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়
National-International

SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

September 29, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

September 29, 2026
Governor : ডিফুত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ

Governor : ডিফুত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ

September 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d