ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

CDSCO Report : ভয়ানক খবৰ, ঔষধৰ নামত খাই আছো বৰবিহ

নিউজ ডেস্কঃ

News Desk by News Desk
September 26, 2024
Reading Time: 1 min read
A A
0
CDSCO Report : ভয়ানক খবৰ, ঔষধৰ নামত খাই আছো বৰবিহ

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

New Logo Smal 3 | ASSAM TIMES POST

জ্বৰ, কাহ, মূৰৰ বিষ, পেটৰ সমস্যা আদি বিভিন্ন কাৰণত সাধাৰণ মানুহে দৈনিক কিছু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু এই সমস্যাৰ সৃষ্টি হ’লে ইয়াৰ সমাধানৰ বাবে আমি ব্যৱহাৰ কৰা ঔষধ অতি নিম্নমানৰ! এক সমীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ানক খবৰ।

এক সৰ্বভাৰতীয় সংবাদ সংস্থাৰ মতে, চেন্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ডছ কন্ট্ৰোল অৰ্গেনাইজেচনে (CDSCO) শেহতীয়াকৈ এক সমীক্ষাৰ অন্তত (End of a survey) কয় যে দৈনন্দিন ব্যৱহাৰত ব্যৱহৃত কিছু ঔষধ প্ৰকৃততে নিম্নমানৰ (Some medicines are actually of poor quality)। লগতে এই ঔষধসমূহ বজাৰত অবাধে বিক্ৰী কৰা হৈছে বুলিও সকীয়াই দিয়ে। 

অধ্যয়নটোৰ মতে, শেহতীয়াকৈ দৈনন্দিন জীৱনত ব্যৱহৃত ৫০টা ঔষধৰ ওপৰত পৰীক্ষা কৰা হৈছিল। জানিব পৰা মতে, জনপ্ৰিয় কোম্পানী এটাৰ নামত বিক্ৰী হোৱা সেই ঔষধবোৰৰ কেইবাটাও বেচৰ মানদণ্ড নিম্নমানৰ। 

drug 1 | ASSAM TIMES POST
ভয়ানক খবৰ, ঔষধৰ নামত খাই আছো বৰবিহ

ইয়াৰ উদাহৰণ হ’ল ছান ফাৰ্মাচিউটিকেলছৰ দ্বাৰা প্ৰস্তুত কৰা পালমোচিল (Pulmosil)।  চিডিএছচিঅ’ৰ সমীক্ষাত কোৱা হৈছে যে এই ঔষধৰ মানদণ্ড নিম্নমানৰ। অৱশ্যে এই তথ্য মিছা আৰু বজাৰত বিক্ৰী হৈ থকা ঔষধবোৰ ভুৱা বুলি সংস্থাটোৱে কৈছে। আনহাতে, কোম্পানীটোৰ পেণ্ট’চিডৰ মানদণ্ডৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে। ৰক্তচাপৰ বাবে ব্যৱহাৰ কৰা টেলমা এইচৰ কিছুমান বিশেষ বেচৰ মানদণ্ডৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে।  গ্লেনমাৰ্ক কোম্পানীয়ে প্ৰস্তুত কৰিছে এই ঔষধ। অৱশ্যে কোম্পানীটোৱে দাবী কৰে যে সেই বিশেষ ঔষধৰ বেচটো কোম্পানীটোৱে প্ৰস্তুত কৰা নাছিল। আচেম হেল্থ চায়েন্সেছে প্ৰস্তুত কৰা এমোক্সিচিলিনৰ এটা বেচৰ মানদণ্ডৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে। 

অৱশ্যে চিডিএছচিঅ’ৱে কোনো ঔষধৰ এটা বেচ নিম্নমানৰ বুলি ৰিপ’ৰ্ট কৰিছে যদিও ইয়াৰ অৰ্থ এইটো নহয় যে উক্ত নামৰ সকলো ঔষধৰ মানদণ্ড নিম্নমানৰ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CDSCOReportmedicinesঔষধচেন্ট্ৰেল ড্ৰাগষ্টেণ্ডাৰ্ডছকন্ট্ৰোলঅৰ্গেনাইজেচনে
Share5Tweet3Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
53
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
58
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
57
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
52
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
57
ADVERTISEMENT
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
50
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d