ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Assam University in Diphu Campus : মহাবিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ অসম চৰকাৰৰ খচৰা সম্পৰ্কত ডিফুত ‘ৰিচাৰ্ছ স্কলাৰছ এছ’ছিয়েশ্যন’ৰ প্ৰতিবাদ

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
November 25, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

New Logo Smal 4 | ASSAM TIMES POST

অসমৰ মহাবিদ্যালয়সমূহত শিক্ষক নিযুক্তি (Teacher Recruitment)ৰ বাবে নেট-শ্লেট অথবা পি এইচ ডি, এম ফিল আদি অৰ্জন কৰাৰ পিছতো আন এক বিশেষ লিখিত পৰীক্ষা (Special written test) অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা বুলি প্ৰচাৰিত বাতৰিয়ে ৰাজ্যখনৰ কলেজ শিক্ষকৰ চাকৰি প্ৰত্যাশীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি (Causing a reaction) কৰিছে।

ইয়াৰে অংশ হিচাপে আজি ডিফুত অসম বিশ্ববিদ্যালয়ৰ (Assam University in Diphu Campus) ডিফু চৌহদত গৱেষক ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা বিভাগৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত (Protest held) কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে ʼআমি কলেজ শিক্ষক নিযুক্তিৰ বাবে প্ৰস্তুত কৰা খচৰাখনৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁʼ, ʼউচ্চ শিক্ষাৰ ক্ষেত্ৰখনত গৱেষণাৰ গুৰুত্বক নস্যাৎ কৰি নেপেলাবʼ, ʼবছৰজোৰা সাধনাৰে লাভ কৰা গৱেষণা কৰ্ম আৰু গৱেষকসকলক মূল্যহীন নকৰিবʼ আদি শ্লʼগান সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

মহাবিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ অসম চৰকাৰৰ খচৰা সম্পৰ্কত ডিফুত 'ৰিচাৰ্ছ স্কলাৰছ এছ'ছিয়েশ্যন'ৰ প্ৰতিবাদ
মহাবিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ অসম চৰকাৰৰ খচৰা সম্পৰ্কত ডিফুত ‘ৰিচাৰ্ছ স্কলাৰছ এছ’ছিয়েশ্যন’ৰ প্ৰতিবাদ

প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা একাংশ গৱেষক ছাত্ৰই চৰকাৰৰ এনে পদক্ষেপৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি)ৰ গৱেষণা বিষয়ত ভিত্তি কৰি মহাবিদ্যালয়সমূহত শিক্ষকতা কৰাৰ কথা কোৱা হৈছে যদিও অসম চৰকাৰে ইয়াৰ বিপৰীত স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। শিক্ষা বিভাগৰ নতুন চিলেবাছত এম ফিল তথা পি এইচ ডি কৰাসকলক কোনো মান্যতা প্ৰদান কৰা নাই বুলি অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে নেট-শ্লেটৰ দৰে সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত পুনৰ অসম চৰকাৰে আয়োজন কৰা পৰীক্ষাত অৱতীৰ্ণ হোৱাটোৱে এইসকল প্ৰাৰ্থীক নস্যাৎ কৰা বুলি অভিহিত কৰে।

স্নাতক মহলাৰ পাঠ্যক্ৰম তিনি বছৰীয়া আৰু চাৰি বছৰীয়া হোৱাৰ প্ৰসংগ উল্লেখ কৰি চতুৰ্থ বৰ্ষত গৱেষণাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে যদিও শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত গৱেষণাৰ বিষয়টোক যদি নস্যাৎ কৰা হয় তেন্তে চতুৰ্থ বৰ্ষৰ এইসকল শিক্ষাৰ্থীক কোনে পাঠদান কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে। বছৰ বছৰজোৰা কষ্টসাধ্য গৱেষণাৰ অন্তত একো একোখন থেচিচ প্ৰস্তুত কৰা হয় বুলি মন্তব্য কৰি অসম চৰকাৰে এনে গৱেষণাক মূল্যহীন কৰি পূৰ্বৰ এ পি এছ চি কেলেংকাৰীৰ দৰে স্বজন তোষণেৰে কলেজ শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা বুলি আশংকা প্ৰকাশ কৰে। এনে ব্যৱস্থাই এ পি এছ চিৰ দৰে এক বৃহৎ কেলেংকাৰীৰ সূচনা কৰিব বুলি সন্দেহ ব্যক্ত কৰি খচৰাখন শীঘ্ৰে বাতিল কৰাৰ দাবী জনায়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AssamUniversityDiphuCampusPortestৰিচাৰ্ছস্কলাৰছএছ'ছিয়েশ্যনপ্ৰতিবাদ
Share13Tweet8Send

Related Posts

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
70
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
ADVERTISEMENT
Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

September 30, 2026
50
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত
National-International

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

September 30, 2026
50
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা
National-International

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

September 30, 2026
50
Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

September 30, 2026
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

September 30, 2026
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

September 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d