ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Assam University Diphu Campus I অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ছাত্ৰ-ছাত্ৰীৰ আন্দোলন সাময়িকভাৱে স্থগিত

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু

News Desk by News Desk
November 25, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

অসম বিশ্ববিদ্যালয় ডিফু চৌহদ (Assam University Diphu Campus)ত ছাত্র একতা সভাই ৫টা মূল বিষয় লৈ বিগত চাৰিদিন ধৰি তলা বন্ধ কৰি থকা আন্দোলন  আজিৰে পৰা সাময়িকভাবে উঠাই লয়। জিলা আয়ুক্ত নিৰলা ফাংচ’পী আৰু আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আজি ডিফু চৌহদত উপস্থিত হৈ ছাত্র একতা সভাৰ নেতৃত্বৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ পাছতেই ছাত্র একতা সভাই সাময়িকভাবে আন্দোলন স্থগিত ৰখাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে ছাত্র একতা সভাৰ নেতৃত্বত হোৱা আন্দোলনত ছাত্র একতা সভাই ২০২৪-২৫ বৰ্ষৰ বাবে খালী থকা আসনসমূহত ছাত্র-ছাত্রীৰ নাম ভর্তিকৰণ, বিশ্ববিদ্যালয়খনত অধ্যয়নবত ছাত্র-ছাত্রীসকলৰ বাবে পর্যাপ্ত বাছ সেৱা যোগান ধৰা, বিশ্ববিদ্যালয় চৌহদত এখন খেলপথাৰ নির্মাণ কৰা, ছাত্র আৰু ছাত্রী নিবাস শীঘ্রে নির্মাণ সম্পূর্ণ কৰা, ছাত্র- ছাত্রী অনুপাতে নথকা অধ্যাপকৰ পদ পূৰণ কৰা আদি দাবীত আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিছিল। আজি জিলা আয়ুক্ত নিৰলা ফাংচ’পীয়ে চৌহদত উপস্থিত হৈ সংবাদমাধ্যমৰ আগত কয় যে ছাত্র-ছাত্রীৰ ধর্ণা সন্দৰ্ভত চৌহদৰ সম-উপাচার্যগৰাকী আমাৰ কার্যালয়লৈ আহিছিল আৰু এই সন্দর্ভত বিতং তথ্য দাখিল কৰিছিল।

অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ছাত্ৰ-ছাত্ৰীৰ আন্দোলন সাময়িকভাৱে স্থগিত
অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ছাত্ৰ-ছাত্ৰীৰ আন্দোলন সাময়িকভাৱে স্থগিত

আজি ইয়াত উপস্থিত হৈ মই ছাত্র-ছাত্রীব সৈতে মতবিনিময় কৰি তেওঁলোকৰ দাবীসমূহ সত্য বুলি প্রতিপন্ন হৈছো। এই গোটেই দাবী পূৰণ কৰিবলৈ কিছু সময়ৰ আৱশ্যক হ’ব। তথাপি খেলপথাৰ, ছাত্র-ছাত্রী আৱাস আদি বিষয়সমূহ শীঘ্রে সমাধান কৰা হ’ব। এসপ্তাহৰ ভিতৰত খেলপথাৰ নির্মাণৰ কাম আৰম্ভ হ’ব বুলিও আয়ুক্তগৰাকীয়ে সদবি কৰে।

অধ্যাপকৰ আসন পূৰণ সম্পৰ্কত চৰকাৰক বিষয়টো দৃষ্টি গোচৰ কৰোৱা হ’ব বুলিও আয়ুক্তগৰাকীয়ে কয়। ছাত্র সংগঠনটোৰ নেতৃবর্গই সংবাদমাধ্যমৰ আগত জিলা আযুক্তৰ প্রতিশ্রুতি অনুযায়ী এই আন্দোলন সাময়িকভাবে প্রত্যাহাৰ কৰা হৈছে বুলি উল্লেখ কৰি আজিৰে পৰা ডিফু চৌহদৰ তলা মুক্ত কৰা হ’ল বুলি ঘোষণা কৰাৰ লগতে দাবীসমূহ পূৰণ নহ’লে পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিব বুলি হুংকাৰ দিয়ে৷

Tags: AssamUniversityDiphuCampusঅসমবিশ্ববিদ্যালয়ডিফুচৌহদআন্দোলন
Share4Tweet3Send

Related Posts

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

by News Desk
August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

by News Desk
August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
ADVERTISEMENT
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx