ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Social Media Reels : ৰিলছৰ নিচাত ভয়ংকৰ কাণ্ড, ৰাজপথত জ্বলিল দাউ দাউকৈ জুই

নিউজ ডেস্কঃ

News Desk by News Desk
December 30, 2024
Reading Time: 1 min read
A A
0
Social Media Reels : ৰিলছৰ নিচাত ভয়ংকৰ কাণ্ড, ৰাজপথত জ্বলিল দাউ দাউকৈ জুই

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

নতুন বছৰটোক কেনেদৰে আদৰিব তাকে লৈ উৎসাহিত হৈ পৰিছে নেটিজেনসকল। প্ৰায় সকলোৱেই নতুন বছৰটোক আদৰিবলৈ কম-বেছি পৰিমাণে আয়োজন কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ বাবে যদি কোনোবাই ৰিল বনাইছে, কোনোবাই আকৌ পোষ্ট কৰিছে। কিন্তু নতুন বছৰটোক আদৰিবলৈ এজন ব্যক্তিয়ে হঠাতে ৰাজপথত কৰে এক ভয়ংকৰ কাণ্ড। তেওঁ ৰাজপথতে জুই লগাই দিয়ে। ঘটনাটো উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ।

জানিব পৰা মতে ব্যক্তিজনৰ নাম শ্বেখ বিলাল (Sheikh Bilal)। তেওঁ ইনষ্টাগ্ৰামত ৰিল (Reel on Instagram) বনাবলৈ উত্তৰ প্ৰদেশৰ ফতেহপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এই অপৰাধ সংঘটিত কৰে। এজন প্ৰত্যক্ষদৰ্শীয়ে এই বিষয়ে লিখিছে, “এইদৰে এজন লোকে ৰাজপথত ষ্টাণ্ট কৰিছে। কিয় প্ৰশাসনে এই বিষয়ে একো কোৱা নাই?” পোষ্টটোত আনুষংগিক ভিডিঅ’টোও সংলগ্ন কৰা হৈছে। নিমিষতে ভাইৰেল হৈ পৰে এই ভিডিঅ’। অৱশ্যে ফতেহপুৰ আৰক্ষীৰ বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰে। আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ আইন ভংগৰ অপৰাধত তেওঁক গ্ৰেপ্তাৰ কৰে। পেট্ৰ’ল ঢালি জুই লগাই দিয়া পথটোত আৰক্ষী মোতায়েন কৰি পৰৱৰ্তীয় সময়ত পথটো মুকলি কৰি দিয়া হয়।

UP 1 2 | ASSAM TIMES POST
ৰিলছৰ নিচাত ভয়ংকৰ কাণ্ড, ৰাজপথত জ্বলিল দাউ দাউকৈ জুই

উল্লেখ্য যে ছচিয়েল মিডিয়া (Social Media)ত জনপ্ৰিয়তা লাভ কৰিবলৈ বহুতে বহু কাম কৰে। ইয়াৰ পূৰ্বে মীৰাটৰ এজন লোকে নিজৰ চাৰিচকীয়া বাহনেৰে অদ্ভুত কাম কৰা দেখা গৈছিল। ইন্তেজাৰ আলী নামৰ লোকজনে প্ৰথমে নিজৰ গাড়ীৰ ওপৰত বোকা ভৰায় আৰু ইয়াৰ পিছত গাড়ীখন তীব্ৰ বেগেৰে চলায়। ফলত চৌপাশৰ মানুহৰ গাত বোকা ছিটিকি পৰে। এই ভিডিঅ’টো ইণ্টাৰনেটত প্ৰকাশ পোৱাৰ পিছত বহু লোকে তেওঁৰ দায়িত্বহীন আচৰণৰ বাবে সমালোচনা কৰে। অৱশ্যে পিছত আৰক্ষীয়ে অভিযুক্তৰ সন্ধান উলিয়াই তেওঁৰ গাড়ীখন জব্দ কৰে।

আনহাতে, হাৰিয়ানাৰ পাণিপথত এজন লোকে অন্তৰ্বাস পিন্ধি ৰিল বনাবলৈ নাচিবলৈ আৰম্ভ কৰে। ঘটনাস্থলীত উপস্থিত মহিলাসকলে তেওঁৰ অশ্লীল আচৰণত অস্বস্তি অনুভৱ কৰে। অৱশেষত স্থানীয় একাংশ দোকানীৰ হস্তক্ষেপত তেওঁৰ সেই ৰিল বনোৱা কাৰ্য বন্ধ হয়।

Tags: SocialMediaReelsৰিলছৰনিচাতকাণ্ড
Share4Tweet3Send

Related Posts

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

by News Desk
August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

by News Desk
August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

by News Desk
August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

ADVERTISEMENT
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT