ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

Net Banking : নতুন বছৰত পৰিৱৰ্তন হ’ব নেট বেংকিঙত, নাজানিলে পৰিব বিপদত

নিউজ ডেস্কঃ

News Desk by News Desk
December 31, 2024
Reading Time: 1 min read
A A
0
Net Banking : নতুন বছৰত পৰিৱৰ্তন হ’ব নেট বেংকিঙত, নাজানিলে পৰিব বিপদত

RELATED POSTS

Price hike : উৎসৱৰ পূৰ্বে মূল্যবৃদ্ধিৰ মহাবিস্ফোৰণ, খুচুৰা মুদ্ৰাস্ফীতি ৪.৮২ শতাংশলৈ বৃদ্ধি

PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

New Logo Smal 5 | ASSAM TIMES POST

আগন্তুক বছৰত নেট বেংকিঙ (Net Banking)ত ডাঙৰ পৰিৱৰ্তন (Big change) আহি আছে। অহা বছৰৰ ১ এপ্ৰিলৰ পৰা হ’ব এই পৰিৱৰ্তন (Changes from April 1)। সেয়ে নেট বেংকিঙত এতিয়াৰে পৰা অধিক সতৰ্ক হোৱাটো ভাল। উদাহৰণস্বৰূপে, আৰ টি জি এছ আৰু এন ই এফ টিৰ জৰিয়তে কাৰোবালৈ ধন পঠোৱাৰ পূৰ্বে প্ৰেৰকজনে উক্ত ব্যক্তিজনৰ বেংকত নাম পঞ্জীয়ন হোৱা দেখিবলৈ পাব। বৰ্তমান এই সুবিধা গুগল পে বা ফোন পেৰ দৰে ইউ পি আই প্লেটফৰ্মত উপলব্ধ। অহা বছৰৰ ১ এপ্ৰিলৰ পৰা আৰ টি জি এছ আৰু এন ই এফ টিৰ জৰিয়তে কাৰোবালৈ ধন পঠোৱাৰ পূৰ্বে এই সুবিধা উপলব্ধ হ’ব।

bank 1 | ASSAM TIMES POST
অহা বছৰৰ ১ এপ্ৰিলৰ পৰা পৰিৱৰ্তন হ’ব নেট বেংকিঙত

ৰিজাৰ্ভ বেংকে এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলো বেংককে নিৰ্দেশ দিছে। অহা বছৰৰ এপ্ৰিল মাহৰ ভিতৰত সকলো বেংকে এই ব্যৱস্থা ৰূপায়ণ কৰিব লাগিব। বেংকসমূহত আৰ টি জি এছ আৰু এন ই এফ টিৰ জৰিয়তে প্ৰেৰণ কৰা ব্যক্তিজনৰ বাবে নাম পৰীক্ষণ ব্যৱস্থা থাকিব লাগিব। অনলাইন বেংকিং, মোবাইল এপৰ ক্ষেত্ৰত প্ৰেৰকসকলে এই সুবিধা লাভ কৰিব। যদি কোনোবাই বেংকৰ শাখালৈ গৈ আৰ টি জি এছ বা এন ই এফ টি কৰিব বিচাৰে তেন্তে সেই সুবিধাও উপলব্ধ হ’ব। আৰ বি আইৰ এই নিৰ্দেশ হৈছে বিত্তীয় লেনদেন অধিক সুৰক্ষিত কৰা। অধিসূচনাত আৰ বি আয়ে ইউ পি আই সেৱাৰ প্ৰসংগও আলোকপাত কৰে। ইউ পি আই প্লেটফৰ্মত এই সেৱাৰ বাবে প্ৰেৰকসকলে যি সুবিধা লাভ কৰে সেই বিষয়ে উল্লেখ কৰা হৈছে।

উল্লেখ্য যে এই নিৰ্দেশনা চলিত বৰ্ষৰ অক্টোবৰ মাহত কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। অৱশেষত আৰ বি আয়ে অহা বছৰৰ এপ্ৰিলৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: NetBankingনেটবেংকিং
Share5Tweet3Send

Related Posts

Price hike : উৎসৱৰ পূৰ্বে মূল্যবৃদ্ধিৰ মহাবিস্ফোৰণ, খুচুৰা মুদ্ৰাস্ফীতি ৪.৮২ শতাংশলৈ বৃদ্ধি
Economy

Price hike : উৎসৱৰ পূৰ্বে মূল্যবৃদ্ধিৰ মহাবিস্ফোৰণ, খুচুৰা মুদ্ৰাস্ফীতি ৪.৮২ শতাংশলৈ বৃদ্ধি

by News Desk
September 15, 2026
53
PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ
Economy

PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ

by News Desk
September 1, 2026
51
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

by News Desk
June 27, 2026
51
US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
ADVERTISEMENT
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
National-International

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
52
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ
National-International

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
52
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট
Guwahati

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026
54
হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন
Assam

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

September 28, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d