ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Editorial

ভোগৰ সম্ভাৰ আৰু মেজিৰ জুইৰ তাপত টনকিয়াল হওক অসমীয়া জাতি

কামৰুল খান:

Staff Reporter by Staff Reporter
January 13, 2025
Reading Time: 1 min read
A A
0
ভোগৰ সম্ভাৰ আৰু মেজিৰ জুইৰ তাপত টনকিয়াল হওক অসমীয়া জাতি

RELATED POSTS

Bhogali Bihu 2026 : ভোগৰ ভোগালীত উথপথপ ৰাজ্য, হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন

Embracing 2025: A Journey of Growth, Resilience, and Human Connection

নতুন বছৰটো হওক মানৱতাৰ জয়গানৰ এটা বছৰ:

New Logo Smal 1 | ASSAM TIMES POST

ভোগ আৰু ঐশ্বৰ্য সম্ভাৰৰ বতৰা লৈ পুনৰ আহিছে ভোগালী (Bhogalir Bihu)। আঘোণৰ পকা নৰা গছকি পুহৰ জাৰ কাটি মাঘৰ আগমনৰ প্ৰাকক্ষণত ভোগালী বিহুৰ পৰম্পৰাই চিৰ সেউজ অসমীয়া সংস্কৃতিৰ ৰহণ চৰায়। আজি হৈছে মাঘ বিহুৰ উৰুকা।

মাঘ বিহু
ভোগৰ সম্ভাৰ আৰু মেজিৰ জুইৰ তাপত টনকিয়াল হওক অসমীয়া জাতি:

মাঘ বিহুৰ উৰুকা মানেই ভোগৰ সম্ভাৰ। আত্মীয়-স্বজন, লগ-সমনীয়া, ওচৰ-চুবুৰীয়াই একেলগে এসাঁজ খোৱাৰ পৰম্পৰা।

পথাৰৰ লখিমী ভঁৰালত থিতাপি লোৱাৰ আনন্দৰ উৎসৱ হৈছে মাঘ বিহু। সেয়ে মাঘৰ উৰুকাত, হাঁহে-মাহে, ছাগলীয়ে-গাহৰিয়ে উদৰ পূৰাই এসাঁজ খোৱাৰ উৎসৱ। লগতে থাকিব আৰি, চিতল, ৰৌ, ভকুৱা, বৰালিকে ধৰি বিধে বিধে ডাঙৰ ডাঙৰ মাছ।

আৰু পিঠা-পনা? সেয়াতো ক’বই নালাগে। অসমীয়া সংস্কৃতিক চহকী কৰা অসমীয়া জলপান বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে। চুঙা পিঠা, তিল পিঠা, তেল পিঠাকে আদি কৰি বিভিন্ন পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ুকে আদি কৰি বিধে বিধে পিঠা-লাড়ুৰে ভোগালীৰ ভোগ বিয়পি পৰে।

অৱশ্যে তাহানিৰ দৰে বৰ্তমানৰ যুগত ভোগালী বিহুৰ স্বকীয়তা কিছু সলনি হৈছে। অৱশ্যে এয়া কিছু ক্ষেত্ৰত পৰিৱৰ্তিত সময়ৰ দাবী বুলিও ক’ব পাৰি। কিন্তু যিয়েই নহওক, আমি আমাৰ পৰম্পৰা আৰু ৰীতি-নীতিবোৰ যিমান পাৰি নিভাঁজ ৰূপত সংৰক্ষণ আৰু প্ৰচাৰৰ ব্যৱস্থা কৰিব লাগে, যাতে নৱ প্ৰজন্মই এই সংস্কৃতিৰ সুবাস শুদ্ধ ৰূপত পাব পাৰে।

আজি হাট-বজাৰ, পথাৰ-পাকঘৰ সকলোতে ভীষণ ব্যস্ততা। নিশা সকলোৱে মহাভোজ গ্ৰহণৰ পিছত পুৱতি নিশা অগ্নি দেৱতাৰ পূজা হিচাপে মেজি জ্বলাই সকলো অসূয়া-অপ্ৰীতি দূৰ কৰাৰ বাবে প্ৰাৰ্থনা জনোৱা হ’ব। ডাঙৰজনৰ আশীৰ্বাদ লৈ বিভিন্ন লাড়ু-পিঠা-জলপানৰ সোৱাদ লোৱা হ’ব। ইজনে সিজনক শুভেচ্ছা জনোৱা হ’ব।

এই ছেগতে আমিও আছাম টাইমছ পোষ্টৰ সমূহ দৰ্শকৰ লগতে অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। মেজিৰ জুইৰ তাপত ঠন ধৰি উঠক অসমীয়া জাতি, তাৰেই কামনা কৰিলোঁ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: তাপত টনকিয়াল হওক অসমীয়া জাতিভোগৰ সম্ভাৰ আৰু মেজিৰ জুইৰ
Share5Tweet3Send

Related Posts

Bhogali Bihu 2026 : ভোগৰ ভোগালীত উথপথপ ৰাজ্য, হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন
Editorial

Bhogali Bihu 2026 : ভোগৰ ভোগালীত উথপথপ ৰাজ্য, হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন

by News Desk
January 13, 2026
56
Embracing 2025: A Journey of Growth, Resilience, and Human Connection
Editorial

Embracing 2025: A Journey of Growth, Resilience, and Human Connection

by ASSAM TIMES POST
January 1, 2025
56
নতুন বছৰটো হওক মানৱতাৰ জয়গানৰ এটা বছৰ:
Editorial

নতুন বছৰটো হওক মানৱতাৰ জয়গানৰ এটা বছৰ:

by ASSAM TIMES POST
January 1, 2025
53
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস: গণতন্ত্ৰত সাংবাদিকতাৰ গুৰুত্ব আৰু উদযাপন
Editorial

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস: গণতন্ত্ৰত সাংবাদিকতাৰ গুৰুত্ব আৰু উদযাপন

by ASSAM TIMES POST
November 15, 2024
63
Magh bihu celebration I ভোগৰ ভোগজৰা আৰু মেজিৰ জুইৰ উত্তাপত চহকী হওক অসমীয়া জাতি
Editorial

Magh bihu celebration I ভোগৰ ভোগজৰা আৰু মেজিৰ জুইৰ উত্তাপত চহকী হওক অসমীয়া জাতি

by News Desk
January 14, 2024
76
close up photo of plastic bottle
Featured

The Urgent Need to Address Growing Pollution in Assam:

by Sanjeev Sarma
March 4, 2023
245.1k
ADVERTISEMENT
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

September 29, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

September 29, 2026
50
Governor : ডিফুত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ
DIPHU

Governor : ডিফুত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ

September 29, 2026
50
SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়
National-International

SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

September 29, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

September 29, 2026
Governor : ডিফুত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ

Governor : ডিফুত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপালৰ

September 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d