ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

ভিলেইন ও মূখ্য চৰিত্ৰঃ ৰূপম চেতিয়া জন্মদিন বিশেষ-

Staff Reporter by Staff Reporter
February 4, 2020
Reading Time: 1 min read
A A
0
ভিলেইন ও মূখ্য চৰিত্ৰঃ ৰূপম চেতিয়া জন্মদিন বিশেষ-

RELATED POSTS

Jorhat : যোৰহাটত চাঞ্চল্যকৰ ঘটনা, কর্তব্যৰত আৰক্ষীক প্রহাৰ

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

অসমীয়া চলচিত্ৰ তথা ধাৰাবাহিক লগতে নাটকৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত এগৰাকী অভিনেতা। মূখ্য চৰিত্ৰয়েই হওঁক অথবা ভিলেইনৰ চৰিত্ৰয়েই হওঁক ; এই দুয়োটাৰ যিকোনো চৰিত্ৰতে নিজক খাপ খুৱাই ল’ব পাৰে এই অভিনেতা গৰাকীয়ে। অভিনেতা গৰাকী হৈছে জাহ্নু বৰুৱা, মঞ্জু বৰা আদি জনপ্ৰিয় পৰিচালকৰ চিনেমাত অভিনীত অভিনেতা ৰূপম চেতিয়া। যোৰহাটস্থিত এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰা এই গৰাকী অভিনেতাক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো জন্মদিনৰ অশেষ শুভকামনা।

WhatsApp Image 2019 07 21 at 10.47.39 PM | ASSAM TIMES POST

প্ৰথমতেই ভাওঁনাত অভিনয় কৰি অভিনয় ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হৈছিল অভিনেতা গৰাকী। ইয়াৰ পিছতেই তেওঁ গুৱাহাটীলৈ আহে আৰু “ছিগাল” থিয়েটাৰৰ সৈতে জড়িত হৈ পৰে। জনপ্ৰিয় অভিনেতাৰ তালিকাখনত নিজ নাম সাঙুৰ খুৱাই দিয়া এই গৰাকী অভিনেতাৰ বৰ্তমান অনুৰাগীৰ সংখ্যাও হৈছে লেখত ল’বলগীয়া।

WhatsApp Image 2019 07 21 at 10.46.35 PM | ASSAM TIMES POST

আগন্তুক অসমীয়া ছবি “উল্কা” ত এক ব্যতিক্ৰমী ৰূপত দৰ্শকে দেখিবলৈ পাব অভিনেতা ৰূপম চেতিয়াক।

source:https://rupaliparda.com/archives/10012

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Assamese ActorAssamese Cinemaassamese filmassamese movie
Share5Tweet3Send

Related Posts

Jorhat : যোৰহাটত চাঞ্চল্যকৰ ঘটনা, কর্তব্যৰত আৰক্ষীক প্রহাৰ
Assam

Jorhat : যোৰহাটত চাঞ্চল্যকৰ ঘটনা, কর্তব্যৰত আৰক্ষীক প্রহাৰ

by News Desk
October 1, 2026
50
Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ
Assam

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

by News Desk
September 30, 2026
51
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ
Guwahati

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

by News Desk
September 29, 2026
51
NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ
Assam

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

by News Desk
September 29, 2026
59
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট
Guwahati

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

by News Desk
September 28, 2026
54
হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন
Assam

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

by News Desk
September 28, 2026
51
ADVERTISEMENT
FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি
National-International

FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি

October 1, 2026
50
INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী
National-International

INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী

October 1, 2026
50
FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ
National-International

FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

October 1, 2026
50
Jorhat : যোৰহাটত চাঞ্চল্যকৰ ঘটনা, কর্তব্যৰত আৰক্ষীক প্রহাৰ
Assam

Jorhat : যোৰহাটত চাঞ্চল্যকৰ ঘটনা, কর্তব্যৰত আৰক্ষীক প্রহাৰ

October 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি

FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি

October 1, 2026
INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী

INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী

October 1, 2026
FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

October 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d