ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

অসম-নাগালেণ্ড সীমান্তত আৰক্ষীৰ অভিযান: হেৰইনসহ এজন আটক

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
May 15, 2025
Reading Time: 1 min read
A A
0
অসম-নাগালেণ্ড সীমান্তত আৰক্ষীৰ অভিযান: হেৰইনসহ এজন আটক

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

বৃহস্পতিবাৰে দিনৰ প্ৰায় ১ বজাত অসম-নাগালেণ্ড সীমান্তৰ বালিজান খান বস্তিত আৰক্ষীয়ে এক অভিযান চলাই সন্দেহজনক এজন ব্যক্তিক হেৰইন সৈতে আটক কৰে।এক গোপন সূত্ৰে পম খেদি  খটখটী থানাৰ অচি নিতুল শইকীয়াৰ নেতৃত্বত আৰু কাৰাগাওঁ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া স্বমধন স্বৰ্গীয়াৰী লগতে উপ পৰিদৰ্শক বিমান চেতিয়াৰ সহযোগত বালিজান খান বস্তিৰ উচ্ছেদিত এলেকাত অভিযান চলাই উদ্ধাৰ কৰে হেৰইনখিনি ৷

অসম-নাগালেণ্ড সীমান্তত আৰক্ষীৰ অভিযান: হেৰইনসহ এজন আটক
অসম-নাগালেণ্ড সীমান্তত আৰক্ষীৰ অভিযান: হেৰইনসহ এজন আটক

আৰক্ষীয়ে নগাওঁ জিলাৰ কামপুৰ থানা এলেকাৰ গিলানীপুৰ ২৫ বছৰীয়া ইমৰাণ হুছেইনৰ পৰা দুটা ধঁপাতৰ টেমাত লুকুৱাই অনা পইণ্ট ‘২ গ্ৰাম হেৰইন উদ্ধাৰ কৰে ৷ ঘটনাস্থলীত বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্ম আৰু নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে  হেৰইন খিনি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

Tags: অসম -নাগালেণ্ড সীমান্তঅসম আৰক্ষীঅসম আৰক্ষীৰ কার্যকলাপ.আৰক্ষী অভিযানআৰক্ষী অভিযানৰ সফলতাইমৰাণ হুছেইনএলেকাৰ সুৰক্ষাকামপুৰ থানাৰ এলেকাখটখটী থানাৰ আৰক্ষীগোপন তথ্যগোপন সূত্ৰতদন্ত অব্যাহতনিৰপেক্ষ সাক্ষীবালিজান খান বস্তিবৃহস্পতিবাৰ অভিযানবোকাজান মহকুমা আৰক্ষীমাদক নিৰোধমাদক বাণিজ্যমাদক মাফিয়াযোৱান ঘটনাস্থলীতসন্দেহজনক ব্যক্তি আটকহেৰ'ইন উদ্ধাৰহেৰইন খিনি জব্দহেৰইন চোৰাচালানৰাজনৈতিক অভিযান
Share4Tweet3Send

Related Posts

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

by ASSAM TIMES POST
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
ADVERTISEMENT
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

Assam Times Post is an Online Assamese and English News Portal from Assam.

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT