ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Rajya Sabha Elections 2025 I ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল অগপ-বিজেপিৰ দুই প্ৰাৰ্থীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 9, 2025
Reading Time: 1 min read
A A
0
Rajya Sabha Elections 2025 I ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল অগপ-বিজেপিৰ দুই প্ৰাৰ্থীৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অনানুষ্ঠানিকভাৱে বিজয় খাটাং যদিও আনুষ্ঠানিকভাৱে ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে সোমবাৰে মনোনয়ন দাখিল কৰে অগপ আৰু বিজেপি মিত্ৰজোঁটৰ দুই প্ৰাৰ্থীয়ে (Rajyasabha Election)। উল্লেখ্য যে বিৰোধী দলে কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাটো প্ৰায় নিশ্চিত হৈছে।
Rajya Sabha Elections 2025 I
ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল অগপ-বিজেপিৰ দুই প্ৰাৰ্থীৰ:

ৰাজ্যসভাৰ আসন দুখনৰ বাবে সোমবাৰে মনোনয়ন দাখিল কৰে বিজেপিৰ কণাড পুৰকায়স্থ আৰু অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই৷
ৰাজ্যসভাৰ এই দুখন আসনৰ বাবে অহা ১৯ জুনত অনুষ্ঠিত হ’ব নিৰ্বাচন।

আনহাতে, এই নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ সোমবাৰে আছিল অন্তিম দিন। দুয়োগৰাকী প্ৰাৰ্থীয়ে সোমবাৰে দুপৰীয়া ৰিটার্নিং বিষয়াৰ ওচৰত তেওঁলোকৰ মনোনয়ন-পত্র দাখিল কৰে।

উল্লেখ্য যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, অসম বিজেপিৰ মহীৰূহ তথা বৰাক উপত্যকাৰ প্ৰবীণ বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ হৈছে কণাড পুৰকায়স্থ। তেওঁৰ মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, অগপৰ সভাপতি অতুল বৰা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে।

IMG 20250609 WA0054 | ASSAM TIMES POST

আনহাতে, বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ তথা অগপৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই মনোনয়ন দাখিলৰ সময়ত সংগ দিয়ে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তকে ধৰি জ্যেষ্ঠ অগপ নেতাসকলৰ উপৰি মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া।

উল্লেখ্য যে অসমৰ দুই ৰাজ্যসভাৰ সাংসদ বিজেপিৰ মিছন ৰঞ্জন দাস আৰু অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ কাৰ্যকাল অহা ১৪ জুনত সমাপ্ত হ’ব। ফলত ভাৰতৰ নিৰ্বাচন আয়োগে আসন দুখনৰ বাবে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰে। সেই অনুসৰি মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আছিল ৯ জুন আৰু মনোনয়ন পৰীক্ষাৰ তাৰিখ ১০ জুন।

১৯ জুনৰ পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ ভোটগ্ৰহণৰ তাৰিখ তথা সময়সীমা ঘোষণা কৰা হৈছে। কিন্তু তেওঁলোকৰ বিপৰীতে কোনো প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী নথকা বাবে এতিয়া আৰু নিৰ্বাচনৰ প্ৰয়োজন নহ’ব৷

Tags: অগপ-বিজেপিৰ দুই প্ৰাৰ্থীৰমনোনয়ন দাখিলৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে
Share4Tweet3Send

Related Posts

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
ADVERTISEMENT
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026
50
Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন
National-International

Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

June 17, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026
Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx