ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Air India flight crash । এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন দাখিল

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 8, 2025
Reading Time: 1 min read
A A
0
Air India : বিমানত হিন্দু আৰু শিখক ‘হালাল’ খাদ্য পৰিবেশন নকৰে এয়াৰ ইণ্ডিয়াই

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ

‎পৃথিৱীৰ বতৰক লৈ চিন্তিত বিজ্ঞানী I মাত্ৰ কেইবছৰমানৰ ভিতৰতে আহিব ভয়ংকৰ বিপদ

আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ কিছু মুহূৰ্তৰ পিছত কিয় দুৰ্ঘটনাগ্ৰস্ত হৈছিল এয়াৰ ইণ্ডিয়াৰ (Air India) বিমানখন? ইয়াৰ তদন্তৰ প্ৰাৰম্ভিক প্ৰতিবেদন অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ত দাখিল কৰা হৈছে। এই কথা সংবাদ সংস্থা এ এন আয়ে প্ৰকাশ কৰিছে।

Air India flight crash ।
এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন দাখিল:

আহমেদাবাদৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত তদন্ত কৰিছে বিমান দুৰ্ঘটনা তদন্ত ব্যুৰোৱে। এজন শীৰ্ষ চৰকাৰী বিষয়াৰ উদ্ধৃতি দি এ এন আয়ে কয় যে তদন্তৰ প্ৰাৰম্ভিক পৰ্যায়ত সংগ্ৰহ কৰা সকলো তথ্যৰ মূল্যায়ন আৰু তথ্যৰ ভিত্তিত এ এ আই বিয়ে এই প্ৰতিবেদন প্ৰস্তুত কৰিছে।

উক্ত প্ৰতিবেদন অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ ওচৰত দাখিল কৰা হৈছে। চলিত সপ্তাহৰ শেষৰ ফালে এই প্ৰতিবেদন ৰাজহুৱা হ’ব পাৰে।
যোৱা ১২ জুনত আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া ১৭১ বিমানখন উৰণৰ ৩২ ছেকেণ্ডৰ ভিতৰতে দুৰ্ঘটনাগ্ৰস্ত হয়।

এই দুৰ্ঘটনাত কেবিন ক্ৰু আৰু পাইলটকে ধৰি ২৪১ জন লোকৰ মৃত্যু হয়। মাত্ৰ এজন যাত্ৰীহে ৰক্ষা পৰে। য’ত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ বিস্ফোৰণ ঘটে তাতো বহু লোকৰ মৃত্যু হয়। দুৰ্ঘটনাৰ পিছত আহমেদাবাদ চিকিৎসালয় কৰ্তৃপক্ষই ডি এন এৰ নমুনা সংগ্ৰহ কৰি মৃতদেহ চিনাক্ত কৰে।

নমুনা মিলাই মৃতদেহ পৰিয়ালক গতাই দিয়ে। এই দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰো মৃত্যু হয়। কিয় দুৰ্ঘটনাগ্ৰস্ত হ’ল বিমানখন? এই প্ৰশ্নটো দুৰ্ঘটনাৰ পিছৰে পৰা বিভিন্ন মহলত উত্থাপন হৈ আহিছে।

যোৱা ১৩ জুনত দুৰ্ঘটনাস্থলীৰ পৰা বিমানখনৰ প্ৰথমটো ব্লেক বক্স উদ্ধাৰ কৰা হৈছিল। এই ব্লেক বক্সটোত বিমানখনৰ সকলো তথ্য সন্নিবিষ্ট কৰা হৈছে। ককপিটত পাইলটৰ কথা-বতৰাও ৰেকৰ্ড কৰা হয়। ১৬ জুনত দ্বিতীয়টো ব্লেক বক্স উদ্ধাৰ কৰা হৈছিল। এ এ আই বিয়ে ইয়াৰ পৰীক্ষা কৰি আছে।

Tags: এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰপ্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন দাখিল
Share4Tweet3Send

Related Posts

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান
National-International

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

by News Desk
June 12, 2026
50
Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ
National-International

Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ

by News Desk
June 12, 2026
50
‎পৃথিৱীৰ বতৰক লৈ চিন্তিত বিজ্ঞানী I মাত্ৰ কেইবছৰমানৰ ভিতৰতে আহিব ভয়ংকৰ বিপদ
National-International

‎পৃথিৱীৰ বতৰক লৈ চিন্তিত বিজ্ঞানী I মাত্ৰ কেইবছৰমানৰ ভিতৰতে আহিব ভয়ংকৰ বিপদ

by Staff Reporter
June 12, 2026
50
“Supreme Court Refuses to Stay New Election Commissioner Appointment Law, Seeks Detailed Responses”
National-International

Supreme Court of India । মহিলাসকল কেৱল গৃহিণী নহয়, দেশ নিৰ্মাতা, গৃহিণীসকলৰ ক্ষতিপূৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ

by Staff Reporter
June 12, 2026
50
NITI Commission I সকলো ৰাজ্যৰ বিকাশ নোহোৱালৈকে উন্নত ভাৰত সম্ভৱ নহয়, নিটি আয়োগৰ বৈঠকত মোদী
National-International

NITI Commission I সকলো ৰাজ্যৰ বিকাশ নোহোৱালৈকে উন্নত ভাৰত সম্ভৱ নহয়, নিটি আয়োগৰ বৈঠকত মোদী

by Staff Reporter
June 12, 2026
50
Fuel Tariff hike : ইন্ধনজাত তেলত ২ টকা শুল্ক বৃদ্ধি, বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য?
National-International

India fuel crisis I ঔদ্যোগিক আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহক সাধাৰণ পাম্পৰ পৰা একেলগে পেট্ৰ’ল-ডিজেল ক্ৰয়ত বাধা কেন্দ্ৰৰ

by Staff Reporter
June 12, 2026
50
ADVERTISEMENT
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান
National-International

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

June 12, 2026
50
Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ
National-International

Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ

June 12, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

June 12, 2026
50
‎পৃথিৱীৰ বতৰক লৈ চিন্তিত বিজ্ঞানী I মাত্ৰ কেইবছৰমানৰ ভিতৰতে আহিব ভয়ংকৰ বিপদ
National-International

‎পৃথিৱীৰ বতৰক লৈ চিন্তিত বিজ্ঞানী I মাত্ৰ কেইবছৰমানৰ ভিতৰতে আহিব ভয়ংকৰ বিপদ

June 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

June 12, 2026
Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ

Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ

June 12, 2026
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

June 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx