ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

নিউজ ডেস্কঃ

News Desk by News Desk
June 12, 2026
Reading Time: 1 min read
A A
0
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ

‎প্ৰশিক্ষণৰ সময়ত এটা দুৰ্ঘটনা জম্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলা (Poonch district of Kashmir)ত সংঘটিত হয়। নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত হোৱা এক বিস্ফোৰণত দুজন জোৱান গুৰুতৰভাৱে আহত (Two soldiers injured in explosion) হয়। এইটো জনা গৈছে যে জোৱানসকল এটা “দুৰ্ঘটনাজনক” গ্ৰেনেড বিস্ফোৰণত আঘাতপ্ৰাপ্ত হয়। তেওঁলোকক তৎক্ষণাৎ উদ্ধাৰ কৰে আৰু সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বিস্ফোৰণৰ কাৰণ অনুসন্ধান কৰি থকা হৈছে। প্ৰতিবেদন অনুসৰি, সেনাই শুকুৰবাৰে পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত প্ৰশিক্ষণ লৈছিল।

kashmir1 | ASSAM TIMES POST
প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

দুপৰীয়া প্ৰায় ১২.৩০ বজাত এটা প্ৰচণ্ড বিস্ফোৰণ হয়। আহত হয় দুজন জোৱান। বিস্ফোৰণটো কেনেকৈ সংঘটিত হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে অনুমান কৰা হৈছে যে ঘটনাটো দুৰ্ঘটনাক্ৰমে সংঘটিত হৈছিল। সেনা বিষয়াসকলে বিষয়টোৰ তদন্ত কৰি আছে। সৈনিক দুজনক ততাতৈয়াকৈ ভাৰতীয় সেনাৰ ৪২৫ আৰ্মি ফিল্ড হস্পিটেললৈ লৈ যোৱা হয়। জোৱানসকলৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।

আঘাতপ্ৰাপ্ত জোৱানকেইজনক বিহাৰ বেটেলিয়নৰ লেন্স নায়ক, ৰবীন্দ্ৰ বীৰা আৰু অগ্নিবীৰ শক্তি প্ৰসাদ বুলি চিনাক্ত কৰা হৈছে। সম্ভৱতঃ দুয়োজন জোৱানক বিমানেৰে লৈ যোৱা হয় আৰু উন্নত চিকিৎসাৰ বাবে উধমপুৰৰ নৰ্দাৰ্ণ কমাণ্ড হস্পিতাললৈ স্থানান্তৰিত কৰা হ’ব পাৰে৷ উল্লেখ্য, মঙলবাৰে বাৰামুল্লাৰ উৰি চেক্টৰত একেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছিল। উৰিৰ কমলকোটৰ এটা শিবিৰত নিয়মীয়া আগ্নেয়াস্ত্ৰ হস্তান্তৰ কৰাৰ সময়ত দুৰ্ঘটনাক্ৰমে এটা হেণ্ড গ্ৰেনেড বিস্ফোৰিত হৈছিল। ঘটনাটোত দুজন জোৱান গুৰুতৰভাৱে আহত হয়। আঘাতপ্ৰাপ্ত সৈনিকসকলক ততাতৈয়াকৈ ভাৰতীয় সেনাৰ ৯২ বেছ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাত চিকিৎসাধীন অৱস্থাত তেওঁলোকৰ মৃত্যু হয়। নিহত জোৱান দুজন মহাৰাষ্ট্ৰৰ বাসিন্দা।

Tags: soldiersinjuredinexplosion
Share4Tweet3Send

Related Posts

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

by News Desk
June 12, 2026
50
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে
National-International

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

by News Desk
June 12, 2026
50
Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ
National-International

Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ

by News Desk
June 12, 2026
50
‎পৃথিৱীৰ বতৰক লৈ চিন্তিত বিজ্ঞানী I মাত্ৰ কেইবছৰমানৰ ভিতৰতে আহিব ভয়ংকৰ বিপদ
National-International

‎পৃথিৱীৰ বতৰক লৈ চিন্তিত বিজ্ঞানী I মাত্ৰ কেইবছৰমানৰ ভিতৰতে আহিব ভয়ংকৰ বিপদ

by Staff Reporter
June 12, 2026
50
“Supreme Court Refuses to Stay New Election Commissioner Appointment Law, Seeks Detailed Responses”
National-International

Supreme Court of India । মহিলাসকল কেৱল গৃহিণী নহয়, দেশ নিৰ্মাতা, গৃহিণীসকলৰ ক্ষতিপূৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ

by Staff Reporter
June 12, 2026
50
NITI Commission I সকলো ৰাজ্যৰ বিকাশ নোহোৱালৈকে উন্নত ভাৰত সম্ভৱ নহয়, নিটি আয়োগৰ বৈঠকত মোদী
National-International

NITI Commission I সকলো ৰাজ্যৰ বিকাশ নোহোৱালৈকে উন্নত ভাৰত সম্ভৱ নহয়, নিটি আয়োগৰ বৈঠকত মোদী

by Staff Reporter
June 12, 2026
50
ADVERTISEMENT
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

June 12, 2026
50
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে
National-International

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

June 12, 2026
50
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান
National-International

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

June 12, 2026
50
Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ
National-International

Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ

June 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

June 12, 2026
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

June 12, 2026
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

June 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT