ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

BJP wall painting drive : দেৱালত ফুলিব পদুম, বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী উদ্বোধন মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
January 5, 2026
Reading Time: 1 min read
A A
0
BJP wall painting drive : দেৱালত ফুলিব পদুম, বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী উদ্বোধন মুখ্যমন্ত্ৰীৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

সমাগত বিধানসভা নিৰ্বাচন। মাজত দুটী মাহৰো সময় কম। তেনে ক্ষেত্ৰত শাসক-বিৰোধী উভয়ে নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে। অৱশ্যে বিৰোধী দলবোৰৰ তুলনাত শাসকীয় বিজেপি এই ক্ষেত্ৰত আগবাঢ়ি আছে। ইতিমধ্যে বিজেপিয়ে বিধানসভা নিৰ্বাচনৰ বাবে আনুষ্ঠানিকভাৱে প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছে।

তাৰে অংশ হিচাপে বিজেপিয়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী কাৰ্যসূচী। এইবাৰ নিৰ্বাচনৰ পূৰ্বে দেৱালত পদুম ফুলোৱাৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অৰ্থাৎ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দেৱালে দেৱালে বিজেপি (BJP)ৰ প্ৰতীক পদুম ফুলৰ ছবি অংকন (Wall painting drive) আৰু বিভিন্ন ঘৰণৰ শ্লোগান লিখি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ সোমবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Inauguration by Chief Minister Dr Himanta Biswa Sharma)ই।

ghy | ASSAM TIMES POST
দেৱালত ফুলিব পদুম, বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী উদ্বোধন মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ

সোমবাৰৰ পৰা আৰম্ভ হোৱা বিজেপিৰ ৰাজ্যজুৰি দেৱাল লিখন কাৰ্যসূচী গুৱাহাটীৰ খানাপাৰাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰে। লগতে উপস্থিত থাকে জ্যেষ্ঠ বিধায়ক অতুল বৰাৰ লগতে বিজেপিৰ আন কেইবাগৰাকী কাৰ্যকৰ্তা। এই দেৱাল লিখন কাৰ্যসূচী শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নিৰ্বাচনৰ বাবে বিজেপি সম্পূৰ্ণৰূপে সাজু হৈছে আৰু এই দেৱাল লিখন কাৰ্যসূচী আজিৰে পৰা সমগ্ৰ অসমতেই আৰম্ভ হৈছে। বিজেপিৰ কাৰ্যকৰ্তাসকলৰ উপৰি মন্ত্ৰী-বিধায়কসকলেও বিভিন্ন স্থানত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ বাবে আগতীয়াকৈ দেৱালৰ গৰাকীৰ পৰা অনুমতি লোৱা হ’ব। তেওঁলোকৰ অনুমতি সাপেক্ষেহে দেৱালত লিখা কাম কৰা হ’ব। ইয়াৰ দ্বাৰা এক প্ৰকাৰে গণসংযোগ স্থাপনৰ লগতে প্ৰচাৰো হ’ব। দেৱালত বিজেপিৰ প্ৰতীকৰ উপৰি বিগত দহ বছৰৰ বিজেপি চৰকাৰৰ কামৰ খতিয়ান দাঙি ধৰা হ’ব। ‘অসমৰ সুৰক্ষা, বিজেপিৰ প্ৰতিজ্ঞা’, ‘বিকশিত অসম, জয় আই অসম’, ‘বিজেপিৰ পণ, বন্দে মাতৰম’ আদি কেইবাটাও শ্লোগান দেৱাল লিখনৰ বাবে লোৱা হৈছে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “সমাগত বিধান সভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ বিজয় সুনিশ্চিত কৰাৰ বাবে আমি প্ৰচাৰ অভিযান আৰম্ভ কৰিছোঁ৷ দলৰ প্ৰচাৰৰ বাবে আজিৰে পৰা দেৱাল লিখন আৰম্ভ হৈছে৷ অসমজুৰি দেৱালত ফুলি উঠিব পদুম৷ আজি গুৱাহাটীৰ খানাপাৰাত দলৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰীদিলীপ শইকীয়া ডাঙৰীয়া আৰু শতাধিক কাৰ্যকৰ্তাৰ উপস্থিতিত দলৰ প্ৰতীক চিহ্ন পদুম ফুলৰ ছবি অংকনেৰে দেৱাল লেখন কাৰ্যসূচীৰ শুভাৰম্ভ কৰোঁ৷”

Tags: BJPwallpainting
Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx