ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

WHO : বিশ্ব স্বাস্থ্য সংস্থা এৰিলে আমেৰিকাই

নিউজ ডেস্কঃ

News Desk by News Desk
January 23, 2026
Reading Time: 1 min read
A A
0
WHO : বিশ্ব স্বাস্থ্য সংস্থা এৰিলে আমেৰিকাই

RELATED POSTS

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

New Logo Smal | ASSAM TIMES POST

কথাটো আগতেই ঘোষণা কৰা হৈছিল। সেই কথা মতে আমেৰিকা যুক্তৰাষ্ট্ৰই (USA) বৃহস্পতিবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) পৰা আনুষ্ঠানিকভাৱে নিজৰ সদস্য পদ প্ৰত্যাহাৰ (Resignation from membership) কৰিছে৷ ব্লুমবাৰ্গৰ তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে বিশ্ব স্বাস্থ্য সংস্থালৈ সকলো অনুদান বন্ধ কৰি দিছে। বিশ্বজুৰি বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যালয়ৰ পৰাও আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলক স্থানান্তৰ কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচাত ২৬০ নিযুত ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ২৪০০ কোটি টকা) ঋণী হৈ আছে। নিয়ম অনুসৰি যদি কোনো দেশে বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্যপদ ত্যাগ কৰে, তেন্তে ই এবছৰ আগতীয়াকৈ জাননী দিব লাগিব। ইয়াৰ উপৰি যোৱাৰ আগতে বকেয়া পৰিশোধ কৰিব লাগিব।

who | ASSAM TIMES POST
বিশ্ব স্বাস্থ্য সংস্থা এৰিলে আমেৰিকাই

অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই এনে কোনো নিয়ম অস্বীকাৰ কৰিছে।ব্লুমবাৰ্গৰ তথ্য অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰ ২০২২ চনৰ পৰা ২০২৩ চনলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ সৰ্ববৃহৎ দাতা আছিল। সংস্থাটোৱে সমগ্ৰ বিশ্বতে ৰোগ নিৰ্ণয় আৰু নিৰ্মূল কৰাৰ বাবে কাম কৰে। আশংকা কৰা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংগঠনটোৰ পৰা প্ৰত্যাহাৰে বিশ্বত পলিঅ’ নিৰ্মূলকৰণ, প্ৰসূতি আৰু শিশুৰ পুষ্টিত প্ৰভাৱ পেলাব।

উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ নিয়ন্ত্ৰণত থকা বিশ্ব স্বাস্থ্য সংস্থা (WHO)ক ক’ভিড মহামাৰীৰ সৈতে সঠিকভাৱে মোকাবিলা কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰিছে। হোৱাইট হাউচে লগতে অভিযোগ কৰিছে যে বিশ্ব স্বাস্থ্য সংস্থা আন দেশৰ দ্বাৰা ৰাজনৈতিকভাৱে প্ৰভাৱিত হৈছে আৰু সংস্থাটো দীৰ্ঘদিন ধৰি সংস্কাৰ কৰা হোৱা নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: WHO
Share5Tweet3Send

Related Posts

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

by News Desk
September 29, 2026
50
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

by News Desk
September 29, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

by News Desk
September 29, 2026
50
SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়
National-International

SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়

by News Desk
September 29, 2026
50
El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা
National-International

El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা

by News Desk
September 29, 2026
50
Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ
National-International

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

by News Desk
September 29, 2026
50
ADVERTISEMENT
Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

September 29, 2026
50
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

September 29, 2026
50
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ
Guwahati

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026
50
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান
NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Golaghat Police seized illegal weapons in Nagaland

Golaghat Police seized illegal weapons in Nagaland

September 29, 2026
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

September 29, 2026
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d