ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Amit Shah Dibrugarh visit : ডিব্ৰুগড়ত ১,৭১৫ কোটিৰ প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন অমিত শ্বাহৰ

নিউজ ডেস্কঃ

News Desk by News Desk
January 30, 2026
Reading Time: 1 min read
A A
0
Amit Shah Dibrugarh visit : ডিব্ৰুগড়ত ১,৭১৫ কোটিৰ প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন অমিত শ্বাহৰ

New Logo Very Smal 2 | ASSAM TIMES POST

RELATED POSTS

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

এদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে নিশা ডিব্ৰুগড়ত (Dibrugarh) উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) শুকুৰবাৰে ডিব্ৰুগড়ত কেইবাটাও অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ (Foundation stone laying) লগতে শুভ উদ্বোধন কৰে।

dib | ASSAM TIMES POST
ডিব্ৰুগড়ত ১,৭১৫ কোটিৰ প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন অমিত শ্বাহৰ

মুঠ ১,৭১৫ কোটি টকা ব্যয়েৰে শুভ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ ভিতৰত অন্যতম হৈছে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ নিৰ্মাণ কৰিবলগা অসম বিধানসভা চৌহদৰ ((Assam Legislative Assembly Boundary) আধাৰশিলা (Foundation stone) স্থাপন। ২৮৪ কোটি টকা ব্যয়সাপেক্ষে আধাৰশিলা স্থাপন কৰা অসম বিধানসভাৰ দ্বিতীয় চৌহদ আৰু বিধায়ক আৱাসৰ প্ৰকল্পটোত থাকিব এটা তিনিমহলীয়া বিধানসভা ভৱন, এটা নমহলীয়া বিধায়ক আৱাস, এটা ৮০০ আসনবিশিষ্ট প্ৰেক্ষাগৃহ আৰু নিৰাপত্তাৰক্ষীৰ বাবে বেৰেক।

dib3 | ASSAM TIMES POST
ডিব্ৰুগড়ত প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন অমিত শ্বাহৰ

ইয়াৰ উপৰি ২৩৮ কোটি ব্যয়সাপেক্ষে নিৰ্মাণ কৰা খনিকৰ ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ শুভ উদ্বোধন কৰাৰ লগতে ২০৯ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ কৰিবলগা দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰে গৃহমন্ত্ৰীয়ে।

dib2 | ASSAM TIMES POST
ডিব্ৰুগড়ত প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন অমিত শ্বাহৰ

আনহাতে, ২৯২ কোটি টকাৰ এটা বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে অমিত শ্বাহে। আন এটা অভিলাষী প্ৰকল্প ৬৯২ কোটি টকা ব্যয়সাপেক্ষে জলাহভূমিৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণ প্ৰকল্পৰো শুভ উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

dib4 | ASSAM TIMES POST
ডিব্ৰুগড়ত প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন অমিত শ্বাহৰ

ডিব্ৰুগড়ত এই কাৰ্যসূচী সামৰি ধেমাজিলৈ যায় অমিত শ্বাহ। ধেমাজিত মিচিং যুৱ মহোৎসৱত অংশগ্ৰহণৰ পিছত সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মকৰ্তাৰ সৈতে এক বৈঠকত মিলিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

Tags: amitshahdibrugarh
Share4Tweet3Send

Related Posts

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

by Staff Reporter
June 9, 2026
50
Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
ADVERTISEMENT
Indian Army : ভাৰতৰ পাৰমাণৱিক নীতিত বৃহৎ পৰিৱৰ্তন, প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু ১২ পাৰমাণৱিক অস্ত্ৰ
National-International

Indian Army : ভাৰতৰ পাৰমাণৱিক নীতিত বৃহৎ পৰিৱৰ্তন, প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু ১২ পাৰমাণৱিক অস্ত্ৰ

June 10, 2026
50
Cooling Poverty : ভাৰতৰ ৯৫ শতাংশ লোক ‘কুলিং প’ভাৰ্টি’ৰ বলি হৈছে, অধ্যয়নত প্ৰকাশ
National-International

Cooling Poverty : ভাৰতৰ ৯৫ শতাংশ লোক ‘কুলিং প’ভাৰ্টি’ৰ বলি হৈছে, অধ্যয়নত প্ৰকাশ

June 10, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

Modi Govt 12 Years । ১২ বছৰীয়া হ’ল মোদী চৰকাৰ; গতিৰ পৰা প্ৰগতিলৈ এক খতিয়ান

June 10, 2026
50
Mamta Banerjee I এফালে কালীঘাটৰ কাৰ্যালয়ত চিআইডিৰ তালাচী, আনফালে দিল্লীত ছোনিয়াৰ সৈতে মমতাৰ মন্ত্ৰণা
National-International

Mamta Banerjee I এফালে কালীঘাটৰ কাৰ্যালয়ত চিআইডিৰ তালাচী, আনফালে দিল্লীত ছোনিয়াৰ সৈতে মমতাৰ মন্ত্ৰণা

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : ভাৰতৰ পাৰমাণৱিক নীতিত বৃহৎ পৰিৱৰ্তন, প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু ১২ পাৰমাণৱিক অস্ত্ৰ

Indian Army : ভাৰতৰ পাৰমাণৱিক নীতিত বৃহৎ পৰিৱৰ্তন, প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু ১২ পাৰমাণৱিক অস্ত্ৰ

June 10, 2026
Cooling Poverty : ভাৰতৰ ৯৫ শতাংশ লোক ‘কুলিং প’ভাৰ্টি’ৰ বলি হৈছে, অধ্যয়নত প্ৰকাশ

Cooling Poverty : ভাৰতৰ ৯৫ শতাংশ লোক ‘কুলিং প’ভাৰ্টি’ৰ বলি হৈছে, অধ্যয়নত প্ৰকাশ

June 10, 2026
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

Modi Govt 12 Years । ১২ বছৰীয়া হ’ল মোদী চৰকাৰ; গতিৰ পৰা প্ৰগতিলৈ এক খতিয়ান

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx