ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Social Media : নিৰ্দিষ্ট বয়সলৈকে ভাৰতত ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম

নিউজ ডেস্কঃ

News Desk by News Desk
February 18, 2026
Reading Time: 1 min read
A A
0
Social Media : নিৰ্দিষ্ট বয়সলৈকে ভাৰতত ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম

RELATED POSTS

Girl sink at pond : ভূৰগাঁৱত পুখুৰীত পৰি সলিল সমাধি কিশোৰীৰ, তিনিগৰাকীক জীৱন্তে উদ্ধাৰ

China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ

Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮

New Logo Smal 1 | ASSAM TIMES POST

এইবাৰ শিশুৰ বাবে সামাজিক মাধ্যম (Social Media) নিষিদ্ধ (Ban) কৰাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ পথ অনুসৰণ কৰিব নেকি ভাৰতে? পোনপটীয়াকৈ নক’লেও কেন্দ্ৰীয় তথ্য প্ৰযুক্তি আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ইয়াৰ ইংগিত দিলে। তেওঁ কয় যে বয়সভিত্তিক নিষেধাজ্ঞা সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ সৈতে আলোচনা চলি আছে। একে সময়তে আলোচনাৰ কেন্দ্ৰবিন্দু হৈ আছে ডিপফেকো। ভৱিষ্যতৰ আন্তঃগাঁথনিৰ সিদ্ধান্ত গ্ৰহণৰ বাবেই এই আলোচনাসমূহ অনুষ্ঠিত কৰিছে চৰকাৰে।

ছ’চিয়েল মিডিয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা শিশুক ৰক্ষা কৰাৰ লগতে ব্যৱহাৰকাৰীক ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ অধিক শক্তিশালী নীতি-নিয়ম প্ৰণয়ন কৰিব লাগিব। অশ্বিনীয়ে জোৰ দি কয় যে যিকোনো সংস্থা, সেয়া নেটফ্লিক্স, ইউটিউব, মেটা বা এক্সেই নহওক কিয়, ভাৰতৰ আইনী আন্তঃগাঁথনি আৰু সংবিধান মানি চলিব লাগিব। তেওঁৰ মতে, ডিপফেকৰ সমস্যা দিনক দিনে বাঢ়িছে। ইয়াৰ সৈতে দৃঢ়তাৰে মোকাবিলা কৰাটো প্ৰয়োজন। অশ্বিনীয়ে কয়, “বয়সভিত্তিক নিষেধাজ্ঞা আৰু ডিপফেকসমূহৰ সমাধানৰ বাবে আমি ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ সৈতে আলোচনা কৰি আছোঁ, যাতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।”

sm1 | ASSAM TIMES POST
নিৰ্দিষ্ট বয়সলৈকে ভাৰতত ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম

কেন্দ্ৰীয় তথ্য প্ৰযুক্তি আৰু সম্প্ৰচাৰ মন্ত্ৰীগৰাকীৰ মতে, ডিপফেকৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণৰ প্ৰয়োজন। তেওঁ কয়, “মই ভাবোঁ আমাক ডিপফেকত অধিক শক্তিশালী নিয়ন্ত্ৰণৰ প্ৰয়োজন। এয়া এটা ক্ৰমবৰ্ধমান সমস্যা। অৱশ্যে এই ক্ষতিৰ পৰা শিশু আৰু আমাৰ সমাজখনক ৰক্ষা কৰাৰ প্ৰয়োজন আছে। আমি চিন্তা কৰি আছোঁ যে এতিয়ালৈকে যি নিয়ন্ত্ৰণ আছে তাৰ বাহিৰে আৰু কি পদক্ষেপ ল’ব পাৰি।” সংসদীয় সমিতিয়েও এই বিষয়টো গভীৰভাৱে পৰ্যালোচনা কৰি আছে। অশ্বিনীয়ে কয় যে এই সন্দৰ্ভত সকলো সংসদ সদস্যই একমতত উপনীত হ’ব লাগিব। তেওঁ কয় যে বিশ্বৰ বহু দেশে ছ’চিয়েল মিডিয়াত শিশুৰ বাবে বাধা আৰোপ কৰাৰ প্ৰয়োজনীয়তা মানি লৈছে।

যোৱা বছৰৰ ডিচেম্বৰ মাহত অষ্ট্ৰেলিয়াই ১৬ বছৰৰ তলৰ লোকৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। ফেচবুক, টিকটক, ইউটিউব, এক্স, স্নেপচ্যাট, ইনষ্টাগ্ৰামকে ধৰি ১০টা জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই নিয়ম প্ৰয়োগ কৰা হয়। ইতিমধ্যে ১৬ বছৰৰ তলৰ লোকৰ ১০ লাখৰো অধিক একাউণ্ট চিনাক্ত কৰি সংশ্লিষ্ট সংস্থাই ব্লক কৰিছে। কেৱল অষ্ট্ৰেলিয়াই নহয়, ফ্ৰান্সকে ধৰি কিছুমান দেশেও একে পথতেই আগবাঢ়িছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SocialMedia
Share4Tweet3Send

Related Posts

Girl sink at pond : ভূৰগাঁৱত পুখুৰীত পৰি সলিল সমাধি কিশোৰীৰ, তিনিগৰাকীক জীৱন্তে উদ্ধাৰ
National-International

Girl sink at pond : ভূৰগাঁৱত পুখুৰীত পৰি সলিল সমাধি কিশোৰীৰ, তিনিগৰাকীক জীৱন্তে উদ্ধাৰ

by News Desk
October 19, 2026
50
China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ
National-International

China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ

by News Desk
October 19, 2026
50
Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮
National-International

Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮

by News Desk
October 19, 2026
50
Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses
National-International

Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses

by ASSAM TIMES POST
October 18, 2026
50
Photo voter list : ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী– ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ যুক্তিযুক্তকৰণ আৰু সংশোধনীৰ সময়সূচী
National-International

Photo voter list : ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী– ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ যুক্তিযুক্তকৰণ আৰু সংশোধনীৰ সময়সূচী

by News Desk
October 16, 2026
53
CJP protest : চিজেপিৰ প্ৰতিবাদৰ আহ্বান, দিল্লীৰ চেণ্ট্ৰেল পাৰ্ক দুদিনৰ বাবে বন্ধ
National-International

CJP protest : চিজেপিৰ প্ৰতিবাদৰ আহ্বান, দিল্লীৰ চেণ্ট্ৰেল পাৰ্ক দুদিনৰ বাবে বন্ধ

by News Desk
October 16, 2026
52
ADVERTISEMENT
Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ
Assam

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

October 19, 2026
50
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ
Guwahati

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

October 19, 2026
50
Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩
Entertainment

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

October 19, 2026
50
Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ
Entertainment

Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ

October 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

October 19, 2026
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

October 19, 2026
Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

October 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d