ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Narcotics seized : নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত খটখটী আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ কানিসহ তিনি সৰবৰাহকাৰীক আটক

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
March 25, 2026
Reading Time: 1 min read
A A
0
Narcotics seized : নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত খটখটী আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ কানিসহ তিনি সৰবৰাহকাৰীক আটক

RELATED POSTS

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

New Logo Smal 3 | ASSAM TIMES POST

খটখটী আৰক্ষী (Khatkhati Police)ৰ বৃহৎ সফলতা। এছ বি আই নাকা তালাচীত নিষিদ্ধ কানিসহ তিনিজন সৰবৰাহকাৰীক আটক (3 suppliers arrested)। নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত আৰক্ষী-প্ৰশাসন কঠোৰ হোৱাৰ পৰিপ্ৰেক্ষিতত তালাচী অভিযানৰ সময়ত দুখন গাড়ীৰ পৰা উদ্ধাৰ কৰা হয় এই কানিখিনি। জানিব পৰা মতে, জব্দ কৰা কানিখিনৰ (Narcotics seized) বজাৰ মূল্য প্ৰায় ১ কোটি ১০ লাখ টকা। বুধবাৰে দুপৰীয়া বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী এছ বি আই নাকা তালাচীত দুখন বাহনৰ পৰা নিষিদ্ধ কানিখিনি উদ্ধাৰ কৰাৰ লগতে ইয়াৰ সৰবৰাহৰ সৈতকে জড়িত থকাৰ অভিযোগত তিনিজন লোকক আটক কৰা হৈছে ।

ka1 | ASSAM TIMES POST
নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত খটখটী আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ কানিসহ তিনি সৰবৰাহকাৰীক আটক

গোপন খবৰৰ ভিত্তিত খটখটী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূৰ্য কুমাৰ বৰাৰ নেতৃত্বত উপ-পৰিদৰ্শক দেৱাশিস বৰা, গোবিন কাকতী, প্ৰিয়ংকা বৰদলৈ, অমৰজ্যোতি গগৈ আৰু আৰক্ষী দলৰ সহযোগত এক অভিযান চলায়। অভিযানৰ সময়ছোৱাত ডিমাপুৰ দিশৰ পৰা বোকাজান দিশে গৈ থকা AS-09-E-0647 আৰু AS-09-J-4804 পঞ্জীয়ন নম্বৰৰ দুখন চাৰিচকীয়া বাহনত তালাচী চলোৱাত ক’লা কাপোৰেৰে মেৰিওৱা ২২ পেকেটত নিষিদ্ধ কানি উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা কানিখিনক ওজন প্ৰায় ২২ কেজি ২৮৮ গ্ৰাম। ইতিমধ্যে আৰক্ষীয়ে এই নিষিদ্ধ কানি সৰবৰাহৰ অভিযোগত নগাঁও জিলাৰ নগাঁও সদৰ থানাৰ অন্তৰ্গত জাকিৰ হুছেইন (পিতা- নুৰ হুছেইন, ঠিকনা- ডিমাৰুগুৰি), আফতাৰ হুছেইন (পিতা- নুৰ হুছেইন, ঠিকনা- নতুন পানীগাঁও) আৰু বিহাৰৰ সঞ্জীৱ ৰৌচনক (পিতা- চান্দেশ্বৰ গিৰি, ঠিকনা- পদুমন চাপৰা, থানা- কেসাৰিয়া, জিলা- পূব চম্পাৰণ) খটখটী আৰক্ষীয়ে আটক কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ganjaseized
Share4Tweet3Send

Related Posts

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
70
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
ADVERTISEMENT
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

September 25, 2026
50
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক
Assam

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

September 25, 2026
50
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
52
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

September 25, 2026
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

September 25, 2026
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d