ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

News Desk by News Desk
April 29, 2026
Reading Time: 1 min read
A A
0
Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

দেশৰ ন্যায়পালিকাৰ ইতিহাসত এক অভূতপূৰ্ব আৰু লজ্জাজনক ঘটনাৰ সাক্ষী হ’ল দিল্লী উচ্চ ন্যায়ালয় (Delhi High Court)। মুখ্য ন্যায়াধীশৰ নিজৰ আদালতৰ কক্ষত ভাৰ্চুৱেল শুনানিৰ সময়ত হঠাতে পৰ্দাত এটা অত্যন্ত আপত্তিজনক আৰু অশ্লীল ভিডিঅ’ (Pronography video) দেখা যায়। এবাৰ নহয়, বাৰে বাৰে এই ঘটনাৰ বাবে বিচাৰ প্ৰক্ৰিয়া বন্ধ কৰি দিয়া হয়। এটা ৰহস্যময় মাত শুনা যায় যে এয়া কেৱল যান্ত্ৰিক ত্ৰুটি নহয়, বৰঞ্চ আদালতৰ ব্যৱস্থাটো ‘হেক’ (Hek) কৰা হৈছে। যাৰ ফলত আদালত চৌহদত তীব্ৰ আতংকৰ সৃষ্টি হয়।

সচৰাচৰৰ দৰেই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠত শুনানি চলি আছিল। হঠাৎ দেখা গ’ল এজন অচিনাকি ব্যক্তিয়ে তেওঁৰ পৰ্দাখন শ্বেয়াৰ কৰি পৰ্ণগ্ৰাফী বা অশ্লীল উপাদান চলাবলৈ আৰম্ভ কৰে। আদালতৰ কক্ষত উপস্থিত থকা অধিবক্তা আৰু ন্যায়াধীশসকল এই অভাৱনীয় ঘটনাত স্তম্ভিত হৈ পৰে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰ্চুৱেল ছিষ্টেমটো তৎক্ষণাত বন্ধ কৰি দিয়া হয়। কিছুসময়ৰ পাছত পৰিস্থিতি স্বাভাৱিক বুলি ভাবি পুনৰ শুনানি আৰম্ভ হয় যদিও দ্বিতীয়বাৰৰ বাবেও একে ঘটনা সংঘটিত হয়। এইবাৰো পৰ্দাত এটা আপত্তিজনক ছবি দেখা যায়। ইয়াৰ ফলত এক অত্যন্ত অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু আদালত কৰ্তৃপক্ষই দ্বিতীয়বাৰৰ বাবে ব্যৱস্থাটো সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ বাধ্য হয়। ইয়াৰ পিছত পুনৰ শুনানি আৰম্ভ কৰা সম্ভৱ নহ’ল।

dc1 | ASSAM TIMES POST
দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

ঘটনাটো কেৱল এটা অশ্লীল ভিডিঅ’ দেখুওৱাতেই সীমাবদ্ধ নাছিল যদিও ইয়াৰ আঁৰত গভীৰ ষড়যন্ত্ৰৰ ইংগিত পোৱা গৈছে। শুনানিৰ সময়ত উপস্থিত থকাসকলৰ দাবী অনুসৰি, ভিডিঅ’টো চলি থকাৰ সময়তে পৰ্দাত এটা বাৰ্তা আহিছিল, য’ত লিখা আছিল – “আপোনাক হেক কৰা হৈছে”। কেৱল সেয়াই নহয়, বাৰে বাৰে একেটা ঘোষণা কৰা যান্ত্ৰিক বা ‘স্বয়ংক্ৰিয়’ কণ্ঠও শুনা গৈছিল। প্ৰাৰম্ভিক তদন্ত আৰু প্ৰতিবেদন অনুসৰি, এই ভিডিঅ’সমূহ ‘শ্ৰীধৰ সৰ্ণোবাট’ আৰু ‘শ্বীতজিৎ সিং’ নামৰ দুটা একাউণ্টৰ পৰা প্লে কৰা হৈছিল। কোনো বাহিৰৰ বা অকৰ্তৃত্বশীল ব্যক্তিয়ে আদালতৰ নিৰাপদ ভাৰ্চুৱেল লিংকত প্ৰৱেশ কৰি পৰ্দা শ্বেয়াৰ কৰাৰ অনুমতি কেনেকৈ পালে সেই লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।

ইফালে এই ঘটনাই ভাৰ্চুৱেল শুনানিৰ বাবে নিৰাপত্তা ব্যৱস্থা কিমান শক্তিশালী তাক লৈ গুৰুতৰ সন্দেহৰ সৃষ্টি কৰিছে। দ্বিতীয়বাৰৰ বাবে বিঘিনি ঘটাৰ পিছত অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থা। এই ঘটনাৰ আঁৰত কোন আছিল আৰু কেনেদৰে নিৰাপত্তা ভংগ হ’ল সেই বিষয়ে জানিবলৈ উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি আদালতে জানিবলৈ দিয়ে। ভৱিষ্যতে এনেধৰণৰ অশুভ ঘটনা ৰোধ কৰিবলৈ প্ৰৱেশ নিয়ন্ত্ৰণ কটকটীয়া কৰাৰ পৰিকল্পনা কৰিছে কৰ্তৃপক্ষই। প্ৰতিবেদন অনুসৰি, দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দিষ্ট ভাৰ্চুৱেল পৰ্টেল বন্ধ হৈ আছে আৰু চাইবাৰ বিশেষজ্ঞসকলে বিষয়টোৰ তদন্ত কৰি আছে। এই ঘটনাক ন্যায়পালিকাৰ মৰ্যাদা আৰু চাইবাৰ নিৰাপত্তাৰ ওপৰত এক বৃহৎ আঘাত হিচাপে লক্ষ্য কৰা হৈছে।

Tags: DelhiHighCourt
Share4Tweet3Send

Related Posts

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে
National-International

by News Desk
August 12, 2026
50
Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ
National-International

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

by News Desk
August 12, 2026
50
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

by News Desk
August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

ADVERTISEMENT
India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে
National-International

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

August 12, 2026
50
Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ
National-International

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

August 12, 2026
50
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

August 12, 2026
Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

August 12, 2026
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT