ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 12, 2026
Reading Time: 1 min read
A A
0
Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

এতিয়াৰে পৰা প্লাষ্টিক বা এলুমিনিয়াম ফয়েলৰ পেকেট (Plastic or aluminum foil packet)ত বিক্ৰী কৰিব নোৱাৰিব পাণমচলা (Cannot sell Pan Masala)। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষই এই কথা ঘোষণা কৰিছে। লগতে পাণমচলাৰ পেকেট কিহেৰে তৈয়াৰ কৰিব লাগে সেই কথাও জনাইছে। কেন্দ্রীয় স্বাস্থ্য আৰু কল্যাণ মন্ত্র্যালয়ৰ অধীনস্থ সংস্থাটোৱে এক অধিসূচনা প্রকাশ কৰি পাণমচলাৰ পেকেট কিহৰ পৰা তৈয়াৰ কৰিব লাগে সেই কথা উল্লেখ কৰিছে৷

খাদ্য সুৰক্ষা আৰু মানক (পেকেজিং) নিয়ন্ত্ৰণ নীতি (Food safety and standards (packaging) control policy), ২০১৮ সংশোধন কৰি পাণমচলাৰ সৈতে জড়িত নিয়মসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। এফএছএছএআয়ে খাদ্য সুৰক্ষা আৰু মানক (পেকেজিং) নিয়ন্ত্ৰণ সংশোধনী নীতি, ২০২৬ৰ জৰিয়তে নতুন নিয়মসমূহৰ বিষয়ে অৱগত কৰিছে। সোমবাৰে গেজেট অধিসূচনাও প্ৰকাশ কৰিছে। তাত লিখা আছে যে প্লাষ্টিকৰ বাহিৰে আন যিকোনো সামগ্ৰীৰে তৈয়াৰী পেকেটত পাণমচলা বিক্ৰী কৰিব লাগিব।

malasa1 | ASSAM TIMES POST
প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

পাণমচলাৰ পেকেটবোৰ কাগজ, পেপাৰবোৰ্ড, চেলুল’জ আদি সামগ্ৰীৰে তৈয়াৰ কৰিব লাগে বুলি এফএছএছএআয়ে প্ৰকাশ কৰিছে। কোনো কাৰণতে পেকেজিঙত প্লাষ্টিক ব্যৱহাৰ কৰিব নোৱাৰিব। পাণমচলাৰ পেকেট পলিইথাইলিন, পলিপ্ৰ’পাইলিন, পলিয়েষ্টাৰ, পলিভিনাইল ক্ল’ৰাইডৰ দৰে সামগ্ৰীৰে তৈয়াৰ কৰিব নোৱাৰিব। পাণমচলাৰ পেকেটত এলুমিনিয়াম ফয়েল বা মেটালাইজড লেয়াৰৰ দৰে কোনো বস্তুৰে তৈয়াৰ কৰিব নোৱাৰিব। অৱশ্যে টিন বা কাঁচৰ পাত্ৰত পাণমচলা বিক্ৰী কৰিব পাৰিব।

সংশোধিত নীতিত উল্লেখ আছে যে এতিয়াৰে পৰা প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা নীতি, ২০১৬ আৰু পৰিৱেশ (সুৰক্ষা) আইন, ১৯৮৬ অনুসৰি পাণমচলা পেকেজিং কৰিব লাগিব। তেওঁলোকে ইয়াৰ ওপৰত সাধাৰণ জনতাৰ মতামত জানিব বিচাৰিছিল। তাৰ উত্তৰ বাবে ৬০ দিন দিয়া হয়। সাধাৰণ জনতাৰ মতামত বিবেচনা কৰি চূড়ান্ত সংশোধনী প্ৰকাশ কৰা হৈছে বুলি এফএছএছএআয়ে প্ৰকাশ কৰে।

কিন্তু কেন্দ্রীয় চৰকাৰৰ অধিসূচনাত এই কথাও উল্লেখ আছে যে দেশত কোনো ধৰণৰ পাণমচলা নিষিদ্ধ কৰা হোৱা নাই৷ বৰঞ্চ এইবাৰ ইয়াক কেনেকৈ পেকেজ কৰা হ’ব সেই সম্পৰ্কে নীতি প্ৰস্তুত কৰা হৈছে।

Tags: PanMasalapakagingrules
Share4Tweet3Send

Related Posts

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে
National-International

by News Desk
August 12, 2026
50
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

by News Desk
August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

by News Desk
August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

ADVERTISEMENT
India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে
National-International

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

August 12, 2026
50
Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ
National-International

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

August 12, 2026
50
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

August 12, 2026
Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

August 12, 2026
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT