ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সলনি হ’ব উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম:চলিত বর্ষ মাৰ্চ মাহত গঠন কৰা হব কমিটি

Staff Reporter by Staff Reporter
February 26, 2020
Reading Time: 1 min read
A A
0
সলনি হ’ব উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম:চলিত বর্ষ মাৰ্চ মাহত গঠন কৰা হব কমিটি

0 1 e1574345654996 6 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

নিউজ ডেস্ক: ২০১০ৰ পিছত প্ৰথমবাৰলৈ সলনি হ’ব উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম। যাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আৰম্ভ কৰিছে যো-জা। চলিত বৰ্ষত অথবা ২০২১ বৰ্ষৰ ভিতৰত শিক্ষা সংসদে সলনি কৰিব উচ্চতৰ মাধ্যমিকৰ দুবছৰীয়া পাঠ্যক্ৰম।যাৰ বাবে মাৰ্চ মাহত গঠন কৰা হ’ব কমিটী। শিক্ষা সংসদৰ সচিব মনোৰঞ্জন কাকতিকলৈ গঠন হ’ব পাঁচজনীয়া কমিটী। কমিটিখনৰ সদস্য সকলে চোৱা–চিতা কৰিব উচ্চতৰ মাধ্যমিকত কি কি পাঠ্যক্ৰম সলনি কৰিব আৰু কি কি নতুনকৈ অন্তৰ্ভুক্ত কৰিব।

পাঠ্যক্ৰম সলনি কৰা সম্পৰ্কত সচিব মনোৰঞ্জন কাকতিয়ে এই সম্পৰ্কত কয় যে ‘এই বছৰ পাঠ্যক্ৰম সলনি কৰাৰ বাবে কিছু অসুবিধা হব পাৰে,কিন্তু অহা বছৰ পাঠ্যক্ৰম সলনি কৰাটো নিশ্চিত।’

WhatsApp Image 2020 02 26 at 13.52.23 | ASSAM TIMES POST
ইফালে ৰাজ্যত বৃত্তিগত শাখাত ক্ৰমান্বয়ে ছাত্ৰ-ছাত্ৰী হ্ৰাস পোৱাৰ বাবে শিক্ষা সংসদে গ্ৰহণ কৰিছে আন এক পদক্ষেপ। বৰ্তমানৰ ১৫ টাৰ সলনি ২৫ টালৈ বৃদ্ধি কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ দুবছৰীয়া পাঠ্যক্ৰমৰ বিষয়। চলিত বৰ্ষৰ পৰাই ছাত্ৰ ছাত্ৰী সকলে লব পাৰিব এই নতুন বিষয়সমূহ। উল্লেখযোগ্য যে ২০১৯-২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বৃত্তিমুখী শাখাত অৱতীৰ্ণ  হৈছে মাত্ৰ ৮৬৮ জন।ইয়াৰ পূৰ্বে ২০১৮-১৯ বৰ্ষত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল ৯১০ গৰাকী।

Tags: assamAssam GovernmentHSLC
Share4Tweet3Send

Related Posts

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
ADVERTISEMENT
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

May 21, 2026
50
C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ
National-International

C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ

May 21, 2026
50
Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা
National-International

Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

May 21, 2026
50
Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ
National-International

Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ

May 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

May 21, 2026
C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ

C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ

May 21, 2026
Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

May 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx