ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
June 11, 2026
Reading Time: 1 min read
A A
0
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

কাৰ্বি আংলং (Karbi Anglong) জিলাৰ বকলীয়াঘাট (Bokolia Ghat) চাম পথাৰত এজন যুৱকক দুৰ্বৃত্তৰ অতৰ্কিতে আক্ৰমণ (man was attacked by ruffians without reason)। এই ঘটনাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, বুধবাৰে সন্ধিয়া দুই দুৰ্বৃত্তই চোকা অস্ত্ৰৰে এজন লোকক আক্ৰমণ কৰে। এই ঘটনাত তেওঁ গুৰুতৰভাৱে আহত হয়।

আনহাতে, আক্ৰমণৰ ঘটনা সংঘটিত কৰিয়ে দুৰ্বৃত্তই পলায়ন কৰে। অৱশ্যে কোনে কি কাৰণত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই। ইফালে পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, ঘটনাৰ দিনা সন্ধিয়া সঞ্জীৱ টেৰণ (Sanjeev Teron) নামৰ যুৱকজনে খোজকাঢ়ি গৈ থকা অৱস্থাত মটৰচাইকেলত অহা দুই দুৰ্বৃত্তই তেওঁক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলায়ন কৰে।

karbi | ASSAM TIMES POST
কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

এই ঘটনাৰ খবৰ পোৱাৰ পিছত বকলীয়াঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু আক্ৰমণকাৰীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আনহাতে, আহত সঞ্জীৱক ডিফু মেডিকেল কলেজ হাস্পতাললৈ পেৰণ কৰা হয়।

কিন্তু শেহতীয়াকৈ জানিব পৰা গৈছে যে দুর্বৃত্তৰ আক্ৰমণত আহত সঞ্জীৱৰ মৃত্যু (death of the injured Sanjiv) হৈছে। আনহাতে, ঘটনাৰ তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে নিহত সঞ্জীৱৰ ভতিজাকক আটক কৰিছে। সমগ্ৰ ঘটনাটো পাৰিবাৰিক কন্দলৰ পৰিণতি বুলি সন্দেহ কৰা হৈছে।

Tags: SanjeevTeronDeath
Share4Tweet3Send

Related Posts

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু
KARBI ANGLONG

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

by ASSAM TIMES POST
June 9, 2026
50
ADVERTISEMENT
Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১
National-International

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

June 11, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

June 11, 2026
50
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

June 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

June 11, 2026
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

June 11, 2026
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

June 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT