ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
June 18, 2026
Reading Time: 1 min read
A A
0
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি

উত্তৰাখণ্ডৰ ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডুৰ কয়ম্বটুৰ (Coimbatore in Tamil Nadu)। ২৪ ঘণ্টাৰ ভিতৰতে আন এগৰাকী নীট প্ৰত্যাশী (NEET aspirant)ৰ মৃতদেহ উদ্ধাৰ (Recovery of the dead body) হয়। আৰক্ষীয়ে জনোৱা মতে, মৃতকৰ নাম অনুকীৰ্তন (Name of the deceased is Anukirtan)। এই বছৰ তেওঁ নীটত বহিছিল। কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিল হোৱাৰ পিছৰে পৰা তেওঁ যথেষ্ট মানসিক চাপত আছিল। পৰিয়ালৰ লোকেও আৰক্ষীৰ ওচৰত এই দাবী উত্থাপন কৰিছে।

প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে গম পায় যে অনুকীৰ্তনে প্ৰথমটো নীট পৰীক্ষা খুব ভালকৈ দিছিল। ভাল নম্বৰ পাম বুলিও পৰিয়ালক কৈছিল। কিন্তু পৰীক্ষা বাতিল হোৱাৰ পিছৰে পৰা তেওঁ মানসিক চাপত ভুগি আছিল। তাৰ পিছতো তেওঁ নীটৰ বাবে প্ৰস্তুতি চলাইছিল। কিন্তু ইয়াৰ মাজতে এই ঘটনাত স্তম্ভিত হৈ পৰিছে পৰিয়ালৰ লোক। আৰক্ষীয়ে জনোৱা মতে, অনুকীৰ্তনৰ ঘৰৰ পৰা এখন ছুইচাইড নোট উদ্ধাৰ কৰা হৈছে। অৱশ্যে তাত কি লিখা আছে সেই কথা তদন্তকাৰীয়ে প্ৰকাশ কৰা নাই। এই ঘটনাক লৈ কয়ম্বটুৰত প্ৰতিবাদ সাব্যস্ত কৰা হয়। ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে নীট পৰীক্ষা বন্ধ কৰিবলৈ দাবী জনায়।

tamil1 | ASSAM TIMES POST
তামিলনাডুৰ কয়ম্বটুৰত নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

উল্লেখ্য যে তামিলনাডু চৰকাৰেও দীৰ্ঘদিন ধৰি নীট বন্ধ কৰাৰ পোষকতা কৰি আহিছে। আশানুৰূপ ফলাফল নোপোৱাৰ বাবে বহু ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাছি লৈছে। তামিলনাডু চৰকাৰে ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ ভৱিষ্যতৰ স্বাৰ্থত এই পৰীক্ষা বন্ধ কৰাৰ বাবে বাৰে বাৰে পোষকতা কৰি আহিছে। কয়ম্বটুৰত নীটৰ এগৰাকী ছাত্ৰীৰ মৃত্যুক লৈ জনতাৰ ক্ষোভ আৰু অধিক বৃদ্ধি পাইছে। কেৱল তামিলনাডুতে নহয়, মঙলবাৰে উত্তৰাখণ্ডৰ ডেৰাডুনত আন এগৰাকী নীট পৰীক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ পূৰ্বে তেওঁ কেইবাবাৰো নীট দিছিল। কিন্তু তেওঁ সফল হোৱা নাছিল। এইবাৰো তেওঁ পৰীক্ষা দিয়ে যদিও কিন্তু বাতিল হোৱাৰ বাবে তেওঁ মানসিক বিষণ্ণতাত ভুগি আছিল। তাৰ পিছত তেওঁ আত্মহত্যা কৰে। ঘৰৰ পৰা এখন ছুইচাইড নোটো উদ্ধাৰ কৰা হৈছে। নীট বাতিল হোৱাৰ পিছৰে পৰা শেহতীয়াকৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে।

উল্লেখ্য যে এইবাৰ ৩ মে’ত নীট অনুষ্ঠিত হৈছিল। কিন্তু ৭ মে’ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো পোহৰলৈ আহে। ইয়াৰ কিছু সময়ৰ পাছতে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ১২ মে’ত নীট পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে। ২১ জুনত পুনৰ এই পৰীক্ষা অনুষ্ঠিত হ’ব।

Tags: NEETAspirantsuicided
Share4Tweet3Send

Related Posts

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

by Staff Reporter
June 18, 2026
50
Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি
National-International

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

by Staff Reporter
June 18, 2026
50
US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি
National-International

US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি

by Staff Reporter
June 18, 2026
50
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

by News Desk
June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

by News Desk
June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

by News Desk
June 17, 2026
50
ADVERTISEMENT
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

June 18, 2026
50
12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন
DIPHU

12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

June 18, 2026
50
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ
National-International

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

June 18, 2026
12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

June 18, 2026
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx