ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

Staff Reporter by Staff Reporter
June 24, 2026
Reading Time: 1 min read
A A
0
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী

Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি

Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে

দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হ’বলৈ ওলাইছে। আগন্তুক দিনত দেশৰ পৰম্পৰাগত স্নাতকোত্তৰ (পিজি) ডিপ্লমা মেডিকেল পাঠ্যক্ৰম (Medical education) সম্পূর্ণৰূপে বন্ধ হ’ব বুলি ঘোষণা কৰিছে ৰাষ্ট্রীয় চিকিৎসা আয়োগে৷

Medical education ।
দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম:

অৱশ্যে এমডি আৰু এম ছৰ দৰে ডিগ্ৰী প্ৰগ্ৰেম চলি থাকিব। এনএমচিয়ে জাৰি কৰা এক অধিসূচনাত উল্লেখ কৰা হৈছে যে ২০২৬-২০২৭ অৰ্থাৎ চলিত শিক্ষাবৰ্ষই হৈছে পিজি ডিপ্লমা পাঠ্যক্ৰমত নামভৰ্তিৰ শেষ বছৰ।

২০২৭-২০২৮ শিক্ষাবৰ্ষৰ পৰা পিজি ডিপ্লমা পাঠ্যক্ৰমত নতুনকৈ নামভৰ্তিৰ অনুমতি দিয়া নহ’ব। এতিয়াৰে পৰা এনে সকলো পাঠ্যক্ৰম সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। এনএমচিয়ে জনোৱা মতে, দুবছৰীয়া পিজি ডিপ্লমাৰ বাবে আবণ্টিত ৩৩০০ আসন এমডি আৰু এমএছ পাঠ্যক্ৰমত সংযোজন কৰা হ’ব।

শেহতীয়াকৈ এনএমচিৰ অধীনস্থ স্নাতকোত্তৰ চিকিৎসা শিক্ষা ব’ৰ্ডে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। তাৰ কিছুদিনৰ ভিতৰতে নিৰ্দেশনা জাৰি কৰিছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে। পিজিএমইবিৰ সঞ্চালক চি কে ৰামাস্বামীয়ে এই সিদ্ধান্তৰ কাৰণ ব্যাখ্যা কৰে।

তেওঁ কয় যে চিকিৎসা বিজ্ঞানৰ মান উন্নত, বিশেষজ্ঞ প্ৰশিক্ষণৰ বিশ্বজনীন স্বীকৃতি আৰু সমসাময়িক শৈক্ষিক মানদণ্ডৰ সৈতে সামঞ্জস্য বজাই ৰাখিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
আয়োগে কয় যে বৰ্তমান দেশৰ বহু চিকিৎসা মহাবিদ্যালয়ত একেটা বিষয়তে পিজি ডিপ্লমা আৰু পিজি ডিগ্ৰী দুয়োটা পাঠ্যক্ৰম চলি আছে।

আনহাতে, একাংশ শিক্ষানুষ্ঠানত কেৱল পিজি ডিপ্লমা পাঠ্যক্ৰমহে চলি আছে। বহুক্ষেত্ৰত এই প্ৰতিষ্ঠানসমূহত ডিগ্ৰী পাঠ্যক্ৰম চলাবলৈ প্ৰয়োজনীয় আন্তঃগাঁথনি নাথাকে, শিক্ষক, অধ্যাপক আৰু ক্লিনিকেল সঁজুলি ষ্টকত আছে। গতিকে সেই আন্তঃগাঁথনিৰ সঠিক ব্যৱহাৰ অতি প্ৰয়োজনীয়।

সেই উদ্দেশ্যে এই ডিপ্লমা পাঠ্যক্ৰমসমূহক কেৱল ডিগ্ৰী পাঠ্যক্ৰমলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
এনএমচিয়ে নিৰ্দেশ দিছে যে দেশৰ যিবোৰ চিকিৎসা মহাবিদ্যালয় বা শিক্ষানুষ্ঠানে বৰ্তমান পিজি ডিপ্লমা পাঠ্যক্ৰম চলাই আছে আৰু সেইবোৰক এমডি বা এমএছ ডিগ্ৰীলৈ ৰূপান্তৰিত কৰিব বিচাৰে, সেইবোৰে তৎকালীনভাৱে আবেদন কৰিব লাগে।

সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহে নিৰ্ধাৰিত ফৰ্মেট অনুসৰি অনলাইন পৰ্টেলৰ জৰিয়তে ‘চিকিৎসা মূল্যায়ন আৰু ৰেটিং ব’ৰ্ড’ত (MARB) আবেদন দাখিল কৰিব লাগিব বুলিও এনএমচিয়ে জনাইছে। এনএমচিয়ে লগতে কয় যে দেশৰ সকলো চিকিৎসা মহাবিদ্যালয় আৰু প্ৰতিষ্ঠানে এই নিৰ্দেশনা কঠোৰভাৱে পালন কৰিব লাগে।

Tags: দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাতবন্ধ হ’ব এই পাঠ্যক্ৰমব্যাপক পৰিৱৰ্তন
Share4Tweet3Send

Related Posts

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী
National-International

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী

by News Desk
June 25, 2026
50
Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি
National-International

Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি

by News Desk
June 25, 2026
50
Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে
National-International

Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে

by News Desk
June 25, 2026
50
CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান
National-International

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

by News Desk
June 25, 2026
50
Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?
National-International

Passport row । পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, বৈদেশিক মন্ত্ৰালয়ৰ ঘোষণাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া

by Staff Reporter
June 25, 2026
50
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

by Staff Reporter
June 25, 2026
50
ADVERTISEMENT
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

June 25, 2026
50
Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ
Earthquake

Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ

June 25, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু
Earthquake

Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

June 25, 2026
50
Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী
National-International

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী

June 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

June 25, 2026
Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ

Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ

June 25, 2026
Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

June 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx