ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Tuliram Ranghang : তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ কাৰ্বি পাহাৰৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
September 5, 2026
Reading Time: 1 min read
A A
0

RELATED POSTS

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

New Logo Smal | ASSAM TIMES POST

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ (Tuliram Ranghang) বিৰুদ্ধে ক্ষুণ্ণ হৈছে কাৰ্বি পাহাৰৰ ছয়টাকৈ প্ৰাক্তন বিদ্ৰোহী সংগঠন। তেওঁলোকৰ অভিযোগ, কাৰ্বি স্বায়ত্ত পৰিষদৰ চৰকাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হৈছে।

উল্লেখ্য যে ২০২১ চনৰ ৪ ছেপ্টেম্বৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কাৰ্বি আংলং জিলাৰ কেএলএনএলএফ (KLNLF), ইউপিএলএ (UPLA), পিডিচিকে (PDCK) আৰু কেপিএলটিৰ (KPLT) তিনিটা গোটকে ধৰি ছয়টা বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল৷

এই চুক্তিত কাৰ্বি আংলং জিলাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ১০০০ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ ইতিমধ্যে চৰকাৰে ইয়াৰে ৫০০ কোটি টকা মোকলাই যদিও সেই ধন খৰচৰ সঠিক হিচাপ নোপোৱাৰ অভিযোগ চুক্তি স্বাক্ষৰকাৰী সংগঠনকেইটাৰ নেতৃবৰ্গৰ৷ শান্তি চুক্তি স্বাক্ষৰৰ ৫ বছৰ হোৱা উপলক্ষে ডিফুত আয়োজিত এক সভাত ইয়াকে লৈ সংগঠনকেইটাৰ নেতৃবৰ্গই ক্ষোভ উজাৰে৷

karbi | ASSAM TIMES POST
তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ কাৰ্বি পাহাৰৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ

আনহাতে, সংবাদ মাধ্যমৰ আগত দুই শান্তি চুক্তি স্বাক্ষৰকাৰী নেতা জন বে আৰু বিনোদ তিমুঙে ক্ষোভ প্ৰকাশ কৰি কয় যে শান্তি চুক্তিৰ ৫০০ কোটিৰ পৰিষদে অপব্যৱহাৰ কৰিছে৷ তেওঁলোকৰ অভিযোগ, ডিফু গান্ধী পাৰ্কৰ পৰা অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অন্তৰ্গত পথটোৰ কোনো আপত্তিবিহীন পত্ৰ নোলোৱাকৈ ৮ কিলোমিটাৰ ফ’ৰলেন পথ নিৰ্মাণ কৰি ১০৫ কোটি টকা খৰচ কৰা হ’ল৷ কিন্তু এই পথটোৰ বাবে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তৰফৰ পৰা নিবিদা আহৱান কৰা হৈছে৷ আনহাতে, হামৰেণত ৬৫ কোটি টকাৰে কোনটো পথ নিৰ্মাণ কৰা হ’ল সেয়া তেওঁলোকে নাজানে বুলি কয়৷ বৰ্তমান সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰা বুলিও তেওঁলোকে কয়৷ উল্লেখ্য যে চুক্তিত স্বাক্ষৰ নকৰিলেও ছংবিজিত ইংতি কাথাৰ আছিল এই ৬টা সংগঠনৰ অন্যতম নেতা৷ কিন্তু শেহতীয়াভাৱে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কেন্দ্ৰীয় চৰকাৰে ছংবিজিতৰ লগতহে আলোচনা কৰাত আগ্ৰহী বুলি উল্লেখ কৰাক লৈ ক্ষুণ্ণ হৈ সংগঠনকেইটাই ইয়াৰ প্ৰতিবাদ কৰে৷

উল্লেখ্য যে ২০২১ চনৰ ৪ ছেপ্টেম্বৰত শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছতে ৯ অক্টোবৰত সকলো নেতা আৰু কেডাৰে বিজেপি দলত যোগদান কৰে৷ আনহাতে, সংগঠনকেইটাৰ ১৯২৬ গৰাকী প্ৰাক্তন বিদ্ৰোহীক ৰাজনৈতিক সংস্থাপন দিয়াৰ আশ্বাস দিয়া হৈছিল যদিও তেওঁলোকক বাৰে বাৰে প্ৰতাৰণা কৰাৰ অভিযোগ৷ যাৰ বাবে ২০২৭ চনৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত এই ৬টা সংগঠনৰ পৰা মনোনীত নেতাক বিজেপি দলে দলীয় প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে বিজেপিৰ বিৰুদ্ধে থিয় দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা বুলিও প্ৰাক্তন বিদ্ৰোহী নেতাসকলে ঘোষণা কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: TuliramRanghang
Share5Tweet3Send

Related Posts

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং
DIPHU

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

by News Desk
September 23, 2026
58
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু
DIPHU

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

by News Desk
September 23, 2026
67
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

by News Desk
September 22, 2026
56
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

by News Desk
September 21, 2026
62
Diphu Fire Breaking : ডিফুত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবাটাও বাসগৃহ
DIPHU

Diphu Fire Breaking : ডিফুত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবাটাও বাসগৃহ

by News Desk
September 18, 2026
62
Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য

by News Desk
September 16, 2026
62
ADVERTISEMENT
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
50
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
50
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d